Breaking

Browsing Category

ঐতিহ্য

মটক জনগোষ্ঠীৰ বিশিষ্ট বুৰঞ্জীবিদ, সমাজ বিজ্ঞানী তৰুণ গগৈক সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ ‘বীৰ…

অসমৰ আদিম ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ অন্যতম যুৱ-ছাত্ৰ সংগঠন সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ,কেন্দ্ৰীয় সমিতিৰ উদ্যোগত শনিবাৰে বালিজান নাহৰণি জনকল্যাণ সংঘৰ খেলপথাৰত ’বীৰ পুৰুষ মতাটুকুৰা বৰুৱা সমন্বয় বঁটা’ প্ৰদান অনুষ্ঠানটি সুকলমে অনুস্থিত হৈ যায়।
Read More...

“আমেৰিকাই ভাৰতলৈ ১০০ৰো অধিক চুৰি প্ৰাচীন সামগ্ৰী ঘূৰাই দিব” -প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমেৰিকা ভ্ৰমণৰ সাফল্য আৰু অসুবিধা সম্পৰ্কে আলোচনা অব্যাহত আছে; কিন্তু ভ্ৰমণৰ অন্তিম দিনটোত মোদীয়ে যি ঘোষণা কৰিলে সেয়া সুখবৰ। ৰ’নাল্ড ৰেগান চেণ্টাৰত আমেৰিকাত বসবাস কৰা ভাৰতীয়সকলৰ সৈতে হোৱা বৈঠকৰ সময়ত
Read More...

যোগ হৈছে সমগ্ৰ বিশ্বৰ প্ৰতি ভাৰতৰ মহান উপহাৰ: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

বুধবাৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ভৱনত যোগাসন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। এই উপলক্ষে নাগৰিকসকলক শুভেচ্ছা জনাই দ্ৰৌপদী মুৰ্মুৱে কয় যে যোগ হৈছে ভাৰতৰ বাকী বিশ্বৰ বাবে
Read More...

এটা গঁড়ক কেন্দ্ৰ কৰি মৰিয়নিৰ নকছাৰি দহোটিয়াত উত্তপ্ত পৰিস্থিতি

মৰিয়নি দহোটিয়াৰ ৰে’লৰ আলিৰ কাষৰ হোলাত আবদ্ধ হোৱা এটা গঁড় ১২ ঘণ্টাৰ পিছটো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগে। ট্ৰেংকুলাইজ কৰাৰ পূৰ্বেই হোলাৰ পৰা উঠি জনাঞ্চলত প্ৰবেশ। কথমপি
Read More...

ফাটবিহুৰ মঞ্চৰ ঘটনাক লৈ অব্যাহত প্ৰতিক্ৰিয়া; এফালে ঘিলামৰাত প্ৰতিবাদ; আনফালে নিচৰ্ত ক্ষমা বিচাৰিলে…

অসমীয়াৰ জাতীয় লোক উৎসৱ বিহুৰ এক আঞ্চলিক ৰূপ ঢকুৱাখনাৰ চাৰিকড়িয়া নৈৰ পাৰৰ ম'হঘুলি চাপৰিত আয়োজিত ফাটবিহুৰ মঞ্চত এই বৰ্ষত হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে আজি ঐতিহাসিক ফাটবিহু উদযাপন সমিতিৰ বিৰুদ্ধে ঘিলামৰাত শ শ ৰাইজে ৰাজপথত মৌন সমদলেৰে
Read More...

বৃহত্তৰ উত্তৰ গুৱাহাটী ৰঙালী বিহু সন্মিলনীৰ ৰঙালী বিহু উদযাপন

উত্তৰ গুৱাহাটীৰ অতি প্ৰাচীন বিহু সন্মিলন বৃহত্তৰ উত্তৰ গুৱাহাটী ৰঙালী বিহু সন্মিলনী শিলসাঁকো য়ে ৩০ চ'ত পৰা ৬দিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু আয়োজন কৰে।৩০ চ'তৰ পৰা নৱবৰ্ষৰ প্ৰথম ৪ দিন বৃহত্তৰ উত্তৰ গুৱাহাটী ৰঙালী বিহু সন্মিলনীয়ে মহিলা,
Read More...

অসমতেই অনাদৰ অসমীয়াৰ স্বাভিমান, চিলাপথাৰত জ্বলাই দিয়া হ’ল ঢোল আৰু গামোচা

ব'হাগৰ আনন্দৰ মাজতে চিলাপথাৰত অসমীয়াৰ স্বাভিমান গামোচা, ঢোল ক অপমান একাংশ উদণ্ড যুৱকৰ। যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে চিলাপথাৰত।
Read More...

উত্তৰ তেজপুৰ আৰু খৰাআটি ৰঙালী বিহুৰ মুকলি বিহু প্ৰতিযোগিতাত শ্ৰেষ্ঠ খিতাপ অৰ্জন গুৱাহাটীৰ চতুৰ্থ অসম…

৬৩ সংখ্যক উত্তৰ তেজপুৰ আৰু মাজগাঁও খৰাআটি ৰঙালী বিহু সন্মিলনৰ কালি অনুষ্ঠিত হোৱা মুকলি বিহু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খিতাপ অৰ্জন কৰিছে গুৱাহাটীৰ চতুৰ্থ অসম আৰক্ষী বাহিনীয়ে৷
Read More...

মুম্বাইত ৰঙালী বিহু উদযাপন

মুম্বাই- ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ এতিয়া ৰঙালীৰ উছাহ। ৰঙালী বিহুৱে সকলো অসমীয়াৰে মন ৰঙীন কৰি তুলিছে। ৰাজ্যবাসীৰ লগতে দেশ বিদেশৰ বিভিন্ন প্ৰান্তত অসমীয়াই চেনেহৰ ৰঙালীক আদৰিছে। সমান্তৰালকৈ যোৱা ৩০ এপ্ৰিলৰ দিনা মুম্বাইৰ অসমীয়া সমাজ চমুকৈ গগনা-
Read More...

অভয়পুৰ উত্তৰাঞ্চল ৰঙালী বিহু সন্মিলনীৰ ৰঙালী বিহু উদযাপন সম্পন্ন; অনুষ্ঠানত নৃত্য গীতৰ বাৰেৰহনীয়া…

বিগত বছৰবোৰৰ দৰে এইবাৰো উত্তৰ গুৱাহাটী ৰ'দালি সংঘ আৰু পুথিভঁৰালৰ সৌজন্যত ৬৮তম উত্তৰাঞ্চল ৰঙালী বিহু সন্মিলনীয়ে ৭দিনিয়াকৈ ৩০চ'ত,১,২,৩ আৰু৭,৮,৯ লৈ আয়োজন কৰা হেঁপাহৰ ৰঙালী বিহুৰ কাৰ্যসূচীৰ ইতিমধ্যে বিভিন্ন খেল ধেমালিৰ প্ৰতিযোগিতা সমূহ
Read More...