Breaking

Browsing Category

ঐতিহ্য

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কলা ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে অসমৰ হেমচন্দ্ৰ গোস্বামীক আজি ‘পদ্মশ্ৰী’…

১৯৫৮ চনৰ ১ মাৰ্চ তাৰিখে জন্মগ্ৰহণ কৰা হেমচন্দ্ৰ গোস্বামীয়ে স্থানীয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় আৰু পৰৱৰ্তী সময়ত অসমৰ গুৱাহাটীস্থিত ‘কলা আৰু কাৰু শিল্প চ’ছাইটি’ৰ পৰা ‘কলা আৰু কাৰু শিল্প
Read More...

উত্তৰ পূৰ্বাঞ্চললৈ যাত্ৰা “ভাৰত গৌৰব” ৰ দিল্লীত ফ্লেগ অফ্ কৰিলে মিনাক্ষী লেখীয়ে

"এক ভাৰত, শ্ৰেষ্ঠ ভাৰত" আৰু "দেখো অপনা দেশ" শ্লোগান লৈ উত্তৰ পূৰ্বাঞ্চললৈ যাত্ৰা আৰম্ভ কৰিলে "ভাৰত গৌৰব" ৰে'লখনে। দিল্লীৰ চফদাৰজং ষ্টেচনত মিনাক্ষী লেখীয়ে ফ্লেগ অফ্ কৰি ৰেলখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। ১৫৬
Read More...

অসমৰ কামাখ্যা মন্দিৰ পৰিদৰ্শন ৰাণী মুখাৰ্জীৰ

অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে মঙলবাৰে তেওঁৰ ৪৫ সংখ্যক জন্মদিনত অসমৰ বিখ্যাত কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰে। অভিনেত্ৰীগৰাকীয়ে মন্দিৰৰ সন্মুখত হাত ভাঁজ কৰি থিয় হৈ থকা কেইবাখনো ফটো ছ’চিয়েল মিডিয়াত
Read More...

নাজিৰা মাদুৰিৰ জয়মতীৰ জন্মস্থানত ৰাজ্য চৰকাৰে স্থাপন কৰিব মহীয়সী জয়মতী স্মৃতি ক্ষেত্ৰ

অহা ২৭আৰু ২৮মাৰ্চত দুদিনীয়া কাৰ্য্যসূচীৰে নাজিৰাৰ মাদুৰিত অসম চৰকাৰৰ আহোম জনগোষ্ঠীৰ বিশেষ উন্নয়ন পুঁজিৰ উদ্যোগত, মাদুৰি জয়া স্মৃতি দিৱস স্থায়ী সমিতিৰ লগতে বৃহত্তৰ মাদুৰি,মেছাগড়, মঠিয়াছিগাবাসী ৰাইজ আৰু বিভিন্ন দলসংগঠনৰ সহযোগত উদ্‌যাপন কৰা
Read More...

সামৰণি পৰিল বৰপেটাৰ দৌল মহোৎসৱ

আবিৰৰ ৰঙেৰে ৰাঙলী হৈ পৰিল সত্ৰ নগৰী বৰপেটা৷ ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত যোৱা ছয় মাৰ্চৰ পৰা আৰম্ভ হোৱা চাৰিদিনীয়া দৌল মহোৎসৱৰ আজি শেষ দিন।
Read More...

অসমৰ ৰচনাৰ ইতিহাস, লাচিত বৰফুকনৰ ওপৰত ৪২ লাখ ৰচনাৰে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম পঞ্জীয়ন

লাচিত বৰফুকনক লৈ ৪২ লাখৰো অধিক ৰচনাৰে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম পঞ্জীয়ন কৰি অসমে ইতিহাস ৰচনা কৰিলে। আজি দিনৰ ১২ বজাত ব্ৰিটেইনৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ লিমিটেডৰ প্ৰতিনিধিয়ে
Read More...

আজি বৰপেটা বাসীৰ দৌল মহোৎসৱৰ তৃতীয় দিন; উপলব্ধ পে পে পে পে আলু, ভাল পাই পেলালো অ’ আলু…

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত যোৱা ছয় মাৰ্চৰ পৰা আৰম্ভ হোৱা চাৰিদিনীয়া দৌল মহোৎসৱৰ আজি দ্বিতীয় ভৰদৌল পালন কৰা হয়৷ নক্ষত্ৰ গণনাৰ ভিত্তিত কালি দুপৰীয়াৰ পৰা আৰম্ভ হোৱা
Read More...

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সৃজনগ্ৰামৰ ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰত ৰাজদৌল মহৎসৱ

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সৃজনগ্ৰামৰ ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰত ৰাজদৌল মহৎসৱ; বঙাইগাওঁ জিলাকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অগনন ভক্তৰ সমাগম। আজি বঙাইগাওঁ জিলাৰ সৃজনগ্ৰামত এক উৎসৱ মুখৰ পৰিবেশ
Read More...

শ্ৰী শ্ৰী আলিপুখুৰী পাতেকীবড়ী সত্ৰত দৌল উৎসৱ আৰু ৰং মেলা

মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ শ্ৰী শ্ৰী আলিপুখুৰী পাতেকীবড়ী সত্ৰত আৰম্ভ হৈছে শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ। সত্ৰাধিকাৰ ভাষ্য অনুসৰি সোমবাৰৰ পৰা আগন্তুক ১২ মাৰ্চলৈকে চলিব শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ ও দৌল মহোৎসৱৰ লগত
Read More...

শ্ৰীমন্ত শংকৰদেৱ সত্ৰ, টংলাত সম্বৰ্ধনা অনুষ্ঠান আৰু হোলী পালন

গুৰুদুজনাৰ সৃষ্টিৰাজিক আমি সদায়েই সজীৱ কৰি ৰাখিব লাগিব।গুৰু দুজনাৰ অপূৰ্ব সৃষ্টি সত্ৰখনৰ উন্নীতকৰণৰ বাবে সেৱা আগবঢ়াবলৈ মই প্ৰস্তুত আছো। টংলাস্থিত শ্ৰীমন্ত
Read More...