Breaking

Browsing Category

ঐতিহ্য

সৰভোগৰ চুলিয়াকাটা দ’তৰা নাথপাৰাত ঘোঁৰা খেল প্ৰতিযোগিতা

ৰঙালী বিহুৱে অসমীয়া সমাজৰ সকলোৰে মনলৈ আনন্দ উৎসাহ কঢ়িয়াই আনে৷ ৰঙালী বিহু সন্মিলন উপলক্ষে সোমবাৰে সৰভোগৰ ৭৯৩ নং দ'তৰা প্ৰাথমিক বিদ্যালয়ৰ কাষতে দ'তৰা নাথপাৰা পথাৰত ঘোঁৰা খেল অনুষ্ঠিত হয়।
Read More...

‘বিহু’ক বিহাৰৰ উৎসৱ বুলি কৈ বিতৰ্কত সোমাই পৰাৰ পিছতেই ক্ষমা খুজিলে হেমা মালিনীয়ে

অৱশেষত ভুল মানি ক্ষমা খুজিলে অভিনেত্ৰী হেমা মালিনীয়ে। হেমা মালিনীয়ে সামাজিক মাধ্যমৰ যোগেদি শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি বিতৰ্কত সোমাই পৰিছিল৷
Read More...

বিহুৰ নামত স্থাপন হ’ল দুটা বিশ্ব অভিলেখ…

বিহুৰ অপূৰ্ব পৰিৱেশনেৰে উদুলি মুদুলি হৈ পৰিল সৰুসজাই।কি ঢুলীয়া, কি নাচনী সকলো আনন্দত মতলীয়া হৈ পৰিল৷ একেদিনাই দুটাকৈ বিশ্বৰেকৰ্ড গঢ়িলে অসমৰ বিহুৱে !
Read More...

আনুষ্ঠানিক ভাৱে GI টেগ লাভ কৰিলে গামোচাই

বিগত বছৰৰ শেষৰ ফালে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা জি.আই টেগৰ আজি সৰুসঁজাইৰ ষ্টেডিয়ামত আনুষ্ঠানিক ভাৱে প্ৰদান কৰে প্ৰমাণ পত্ৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত উদ্যোগ প্ৰচাৰ আৰু
Read More...

ব’হাগ বিহুত ১০১ বিধ শাক খোৱাটো নিয়ম; পিছে চিনি পাইনে ১০১ বিধ শাক?

কঠালৰ মুছী, পচলা, কচু, কলদিল, পদিনা আদি ঔষধি গুণ সম্পন্ন খাদ্য সম্ভাৰে অসমীয়া লোকখাদ্য চহকী৷ বিহুৰ আন পিঠা-পনাৰ উপৰিও এই খাদ্য অভ্যাসে মানুহক বছৰটোৰ বাবে নিৰোগী কৰি ৰাখে বুলি বিশ্বাস আছে। ব'হাগ বিহুত ১০১ বিধ শাক খোৱাটো নিয়ম, গাঁৱৰ
Read More...

সলনি কৰা হ’ল তাৰিখ, ১৪ এপ্ৰিলৰ পৰিবৰ্তে ১৩ এপ্রিলতহে হ’ব বিহুৰ বিশ্ব অভিলেখ

১৪ এপ্ৰিল নহয়, ১৩ এপ্ৰিলত হ'ব বিহুৰ বিশ্ব অভিলেখ। ৰাজ্যিক কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্রীয়ে সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "গীনিজ বকু অব ৰেকৰ্ডৰ
Read More...

কাশী-বিশ্বনাথ কৰিডৰঃ বাৰাণসীৰ অৰ্থনীতিৰ বাবে হৈ পৰিছে আশীৰ্বাদ

কিশোৰী লাল আগৰৱালাৰ লংকা অঞ্চলত বাৰাণসীৰ মুখ্য জলপান কচোৰী-চাবজি বিক্ৰী কৰা এখন সৰু দোকান আছে। তেওঁৰ এয়া পাৰিবাৰিক ব্যৱসায় আৰু তেওঁ চতুৰ্থ প্ৰজন্মৰ ধ্বজাবাহক। তেওঁৰ দোকানখনে কেইবা দশক ধৰি কেৱল একেবিধ সামগ্ৰীয়েই বিক্ৰী কৰি আহিছে - কচুৰী ।
Read More...

কামৰূপ জিলাৰ কুমাৰ ভাস্কৰ বৰ্মাৰ ক্ষেত্ৰত সমূহীয়া বিহুৰ আখৰা; আখৰা ক্ষেত্ৰত উপায়ুক্ত, বিভিন্ন…

আজি আমিনগাঁওৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত অহা ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰু সজাই ষ্টেডিয়ামত গিনিজ বুক অব্ বৰ্ল্ড ৰেকৰ্ডছৰ বাবে একেলগে ১০ হাজাৰ বিহুৱা-বিহুৱতীয়ে অংশ লবলগীয়া বিহুত কামৰূপ জিলাৰ পৰা অংশগ্ৰহণ কৰিবলগীয়া ৬০০ গৰাকী বিহুৱা-বিহুৱতীৰ এক
Read More...

চৰকাৰে থিয় দিলে অসমীয়া শিপিনীৰ পক্ষত; ৬০লাখ টকাৰ গামোচা ক্ৰয় হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগৰ…

আমদানিকৃত গামোচাৰ বিক্ৰি নিষিদ্ধ ঘোষনা কৰাৰ পিছত উৎসাহিত থলুৱা শিপিনীৰ গামোচা ক্ৰয় কৰে হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগে। উল্লেখযোগ্য যে এইবাৰ বৰাক উপত্যকাৰ পৰা ক্ৰয় কৰা হয় ১৫ লাখ টকাৰ ফুলাম গামোচা।
Read More...

চৰকাৰী যোগাযোগত ইংৰাজী শব্দ ব্যৱহাৰ কৰিলে ৮৯ লাখ টকা জৰিমনা…

ইটালী চৰকাৰে নতুন আইন প্ৰৱৰ্তন কৰিছে যাৰ অধীনত চৰকাৰী যোগাযোগত ইংৰাজী আৰু অন্যান্য বিদেশী শব্দ ব্যৱহাৰ কৰা নাগৰিকক শাস্তি প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে।
Read More...