স্বাস্থ্য বাৰ্তা

স্মৃতিশক্তি কেনেকৈ বৃদ্ধি কৰিব? স্মৃতিশক্তি বৃদ্ধিৰ বাবে খাদ্য তালিকাত কি কি ৰাখিব…

স্মৃতিশক্তি কেনেকৈ বৃদ্ধি কৰিব? মগজু আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংশ। এনে পৰিস্থিতিত যদি আপুনি কথা পাহৰিবলৈ আৰম্ভ কৰে, তেন্তে দৈনিক কিছুমান বস্তু খাব...

দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ কৰ্কট গৱেষণা কেন্দ্ৰ স্থাপন হ’ব অসমত

অসমৰ ৰাজ্য চৰকাৰে দক্ষিণ এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ কৰ্কট ৰোগৰ গৱেষণা কেন্দ্ৰ স্থাপনৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে। কামৰূপ গ্ৰাম্য জিলাৰ আমিনগাঁৱত স্থাপন হ’বলগীয়া এই উন্নত...

ৰাতিপুৱা নিয়মীয়াকৈ কল খালে শৰীৰত তেজ আৰু চৰ্বি বৃদ্ধি হয়…

জুই বা আন গৰম বস্তুৱে পুৰিলে পকা কল পিটিকি পোৰা অংশত লগাই বান্ধি থব লাগে। জ্বলা-পোৰা কমি অহাৰ লগতে জোলাও নাবান্ধে। ২৫০ মি:লি: গাখীৰ আৰু...

ধুনীয়া ছাল যদি বিচাৰিছে তেন্তে মালভোগ খুতুৰা শাক খোৱা কৰক…

বনৰীয়া কামত নহা জাবৰ বুলি যদি ইমানদিনে উভালি পেলাই আহিছে এতিয়াৰ পৰা আৰু সেই ভুলটো নকৰিব। হয় মই মালভোগ খুতুৰা শাকৰ বিষয়েই কৈছো। অসমীয়া নামঃ...

শৰীৰত ভিটামিন বি ১২ৰ পৰিমাণ কমিলে কি হয়? কি কি খাদ্য গ্ৰহণ কৰিলে এই ভিটামিনৰ অভাৱ কমিব…

শৰাৰত ভিটামিন বি ১২ৰ অভাৱৰ হ'লে কি কি লক্ষণে দেখা দিয়া। ভিটামিন বি ১২য়ে শক্তি উৎপাদন, স্নায়ুজনিত কাৰ্য্যক্ষমতা আৰু তেজ গঠনত সহায় কৰে। ইয়াক...

Popular