স্বাস্থ্য বাৰ্তা

ওৰাঙৰ বগৰীবাৰী গাওঁত আকৃতি ফাউণ্ডেচনৰ উদ্যোগত : ঋতুস্ৰাৱ আৰু ক’ভিড সজাগতা সভা

 ওদালগুৰি জিলাৰ অন্তৰ্গত  ওৰাঙৰ গৰুবান্ধা ৰাজহ গাওঁৰ বগৰীবাৰী প্ৰাথমিক বিদ্যালয়ত   ১১  জুলাই তাৰিখৰ দিনা আকৃতি ফাউণ্ডেচন নামৰ  এন জিও টোৰ উদ্যোগত এখনি ঋতুস্ৰাৱ আৰু...

মাজবাট নগৰৰ ৰাজপথত দেখা গৈছে চক্ৰ বিষয়া,সহঃ আযুক্তই কভিড পৰীক্ষাত ব্যস্ত

১৩ জুলাইত  ওদালগুৰি জিলাৰ মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত চাহ বাগিছা গাঁও সমূহত দেখা দিয়া ক'ভিড ১৯ ৰ বৰ্দ্ধিত সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি স্বয়ং ওদালগুৰি...

ৰঙিয়াত ভূল চিকিৎসাৰ বলি হৈ সন্তানক হেৰুৱাবলগীয়া হোৱাৰ দৰে গুৰুতৰ অভিযোগ

 ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত কৰ্মৰত ডাঃ গৌৰাঙ্গ মেধীৰ বিৰুদ্ধে ভূল চিকিৎসা কৰাৰ দৰে এক চাঞ্চল্যকৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখযোগ্য যে ৰঙিয়াৰ নিকটৱৰ্তী হেমদোল...

ক’ভিডৰ সহায়কাৰী ঔষধৰ গবেষণাত জিলিকিছে সোণাৰিৰ যুৱক

সমগ্ৰ বিশ্বত ত্ৰাস সৃষ্টিকাৰী ক'ভিড মহামাৰীৰ ভয়াৱহ প্ৰকোপৰ মাজতে আশাৰ সঞ্চাৰ আনিছে VEDICAL 9, শীৰ্ষক ইন্দো-জাৰ্মান কোম্পানী Vedicinals India pvt ltd ৰ NUTRACITICALS MEDICINE য়ে।...

এম এ চিৰ ১৩ নং চিচিমুখ পৰিষদীয় সমষ্টিত ক’ভিড সজাগতা সভা

মিচিং স্বায়ত্তশাসিত পৰিষদ চমুকৈ এম এ চিৰ অন্য পৰিষদীয় সমষ্টিবোৰৰ দৰে ১৩ নং চিচিমুখ পৰিষদীয় সমষ্টিটো মহামাৰি ক’ভিড বিৰোধী সজাগতা সভা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত...

Popular