স্বাস্থ্য বাৰ্তা

মাজুলীৰ নৱনীতাৰ কাষত ৰুমাল লাইভ : দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ

উজনি-মাজুলী, ১৭ ডিচেম্বৰঃ দুৰাৰোগ্য ৰোগ ( এছ এল ই ) ত আক্ৰান্ত উজনি মাজুলী ভকতিদুৱাৰ গাঁৱৰ ভবেন খাউণ্ডৰ কন্যা , নৱম শ্ৰেণীত অধ্যয়নৰত...

নগাঁৱত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ৰোণা ৰোগীৰ সংখ্যা : বুধবাৰৰ দিনটোত মাত্ৰ ১জন আক্ৰান্ত ক’ৰোণাত

নগাঁও, ১৬ডিচেম্বৰ : ক'ৰোণাত সৰ্বাধিক আক্ৰান্ত অসমৰ জিলাসমূহৰ ভিতৰত অন্যতম নগাঁৱলৈ বৰ্তমান ঘূৰি আহিছে স্বাভাৱিক অৱস্থা। নৱেম্বৰ মাহৰ মাজভাগৰে পৰা নগাঁৱত দ্ৰুতগতিত হ্ৰাস পাইছে...

দুৰাৰোগ্য ৰোগত আক্ৰান্ত উজনি মাজুলী ভকতিদুৱাৰ গাঁৱৰ মেধাৱী ছাত্ৰী নৱনীতা খাউণ্ড : অসম বাসীৰ সহায় আহ্বান পৰিয়ালৰ

উজনি-মাজুলী, ১৬ ডিচেম্বৰঃ মূৰত যেন সৰগ ভাগি পৰিছে মাজুলীৰ এটি দুখীয়া পৰিয়ালৰ । উজনি মাজুলী ভকতিদুৱাৰ গাঁৱৰ নিবাসী ভৱেন খাউণ্ড আৰু সাবিত্ৰী খাউণ্ডৰ একমাত্ৰ...

হোজাই বজাৰৰ বিভিন্ন স্থানত ডাষ্টবিন বিতৰণ কংগ্ৰেছ নেতা কৃষ্ণ কান্ত শৰ্মাৰ

হোজাই, ১৫ ডিচেম্বৰ: প্ৰাক্তন আৰক্ষী উপ মহাপৰিদৰ্শক তথা বৰ্তমানৰ কংগ্ৰেছ নেতা কৃষ্ণ কান্ত শৰ্মাই স্বচ্ছতাৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। কে কে শৰ্মাই হোজাই...

সাংস্কৃতিক সংগ্ৰামৰ মহীৰোহ, বিহু সুৰক্ষা সমিতিৰ অন্যতম প্ৰতিস্থাপক জয়কান্ত গন্ধীয়াৰ মৃত্যুত ধেমাজি জিলা বিহু সুৰক্ষা সমিতিৰ শোক প্ৰকাশ

আমাৰ অসম বৰদলনিৰ প্ৰতিবেদক,১৪ ডিচেম্বৰ: বিহু সুৰক্ষা সমিতি অসমৰ মুখ্য উপদেষ্টা তথা অসমীয়া ভাষা-সাহিত্য আৰু লোকসংস্কৃতিৰ গৱেষক,বিহু বিশেষজ্ঞ জয়কান্ত গন্ধীয়াৰ বিয়োগত বিহু সুৰক্ষা সমিতি...

Popular