Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

বেঙেনাৰ কেইটামান স্বাস্থ্যবৰ্ধক গুণাগুণ আৰু ইয়াক খোৱাৰ আগতে মানিচলিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ…

বেঙেনাৰ স্বাস্থ্যবৰ্ধক গুণাগুণ - ফাইবাৰ হ'ল এবিধ পোষক পদাৰ্থ, যি শৰীৰৰ পাচন প্ৰক্ৰিয়া সুগম কৰি তোলে । বেঙেনা খালে আপোনাৰ শৰীৰে ২ গ্ৰাম ফাইবাৰ লাভ কৰিব । সেয়ে নিয়মীয়া আহাৰত বেঙেনাক অন্তৰ্ভূক্ত কৰক । বেঙেনাই শৰীৰৰ ছালক হাইড্ৰেট
Read More...

ৰাতিপুৱা ব্ৰাছ নকৰাকৈ পানী খোৱাৰ আছে বহু উপকাৰীতা…

শৰীৰৰ বাবে পানী অতি গুৰুত্বপূৰ্ণ। পেটৰ বহু ৰোগৰ বাবে আৰু নিজকে সুস্থ ৰাখিবলৈ পানী অতি প্ৰয়োজনীয়।চিকিৎসকৰ মতে দৈনিক ৮-১০ গিলাচ পানী খাব লাগে। কিন্তু বহুতে ৰাতিপুৱা ব্ৰাছ নকৰাকৈ পানী খায়। ব্ৰাছ নকৰাকৈ পানী খোৱা অভ্যাসটো স্বাস্থ্যৰ বাবে
Read More...

ৰাতিপুৱা ব্ৰেকফাষ্ট কিমান সময়ত কৰে? ব্ৰেকফাষ্ট কৰা উপযুক্ত সময়ৰ বিষয়ে জানি লওক…

ব্ৰেকফাষ্ট হৈছে দিনটোৰ প্ৰথম আহাৰ যিয়ে আমাৰ শৰীৰক দিনটোৰ বাবে শক্তি প্ৰদান কৰে। এনে পৰিস্থিতিত সঠিক সময়ত ব্ৰেকফাষ্ট কৰাটো অতি প্ৰয়োজনীয়। ব্ৰেকফাষ্ট নকৰিলে আমাৰ শৰীৰ ভাগৰুৱা, দুৰ্বল হ’ব পাৰে। ইয়াৰ বাহিৰেও ব্ৰেকফাষ্ট নকৰিলে আমাৰ শৰীৰৰ
Read More...

মাহেকীয়া বন্ধ হোৱাৰ পিছত নকৰিব এই ভুলবোৰ! অন্যথা গুৰুতৰ ৰোগ হ’ব পাৰে…

বেছিভাগ মহিলাৰে ৪৫ৰ পৰা ৫০ বছৰ বয়সত মাহেকীয়া বন্ধ হয়। এনে পৰিস্থিতিত আপোনাৰ কিছুমান ভুলৰ ফলত গুৰুতৰ ৰোগৰ সৃষ্টি হ’ব পাৰে। মহিলাৰ বয়স বৃদ্ধিৰ লগে লগে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত বিশেষ প্ৰভাৱ পৰে। বৃদ্ধ বয়সত নাৰী বহু বিপদজনক ৰোগত আক্ৰান্ত
Read More...

টেটু অঁকাৰ আগত জানি লওক ইয়াৰ সুবিধা-অসুবিধা সমূহৰ বিষয়ে…

টেটু অঁকাৰ আগত জানি লওক ইয়াৰ সুবিধা-অসুবিধা সমূহৰ বিষয়ে। টেটু কৰাটো আপোনাৰ আৱেগিক সিদ্ধান্ত হ’ব পাৰে, প্ৰায়ে মানুহে নিজৰ প্ৰিয় চেলিব্ৰিটিৰ শৈলী অনুসৰণ কৰি এনে সিদ্ধান্ত লয়। কিন্তু ই আপোনাৰ বাবে কিমান উপযুক্ত। বৰ্তমান সময়ত ই
Read More...

চকুৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ আঁৰৰ কাৰণ কি? ভাৰতৰ পৰিস্থিতি গুৰুতৰ…

সমগ্ৰ বিশ্বতে জলবায়ু পৰিৱৰ্তনৰ ভাবুকি, যাৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ স্বাস্থ্যৰ ওপৰত পৰিছে। বৰ্তমান সময়ত চৰ্দি আৰু চকুৰ সংক্ৰমণৰ সমস্যা মানুহৰ মাজত সাধাৰণ হৈ পৰিছে। এক গৱেষণাত জলবায়ু পৰিৱৰ্তনক এই ৰোগ সমূহৰ মূল কাৰণ হিচাপে বিবেচিত হৈছে। এই
Read More...

পুৱা জিকা ভাজিৰে ব্ৰেকফাষ্ট কৰি পাইছেনে…

পুৱা জিকা ভাজিৰে ৰুটি(ব্ৰেকফাষ্ট) খালে সোৱাদেই বেলেগ হয়। মাছৰ জোলখনো জিকাৰে ৰান্ধিলে খাবলৈ বৰ জুতি লাগে। তৰকাৰি ৰান্ধিলেও খাবলৈ তৃপ্তিদায়ক হয়। বহুতে জিকাৰ তৰকাৰিৰ উপৰি জিকা পুৰি তেল-নিমখ সানি খায়। প্ৰকৃততে জিকা উত্তম পাচলি।
Read More...

মাছ খোৱাৰ আছে দহটা উপকাৰ। হৃদযন্ত্ৰৰ পৰা হাড়লৈকে হ’ব মজবুত…

মাছ খাদ্যৰ উৎস, কিন্তু যদি আপুনি মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানে, তেন্তে আপুনি নিশ্চিতভাৱে নিয়মীয়া খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব মাছ। বহুতে মাছ খাই ভাল পায়, কিন্তু চৰ্বিযুক্ত মাছ খালে আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰ হ'ব পাৰে জানেনে।
Read More...

এই ২টা প্ৰতিকাৰৰ জৰিয়তে তেলীয়া ছালৰ পৰা সকাহ পাব…

গৰমৰ দিনত ৰ’দ আৰু উষ্ণতা বৃদ্ধিৰ পৰা মুখখন ভালে ৰখাটো অতি প্ৰয়োজনীয়। বিশেষকৈ যিসকলৰ ছাল তেলীয়া, তেওঁলোকে কিছুমান ঘৰুৱা উপায় গ্ৰহণ কৰিব পাৰে। যি সমূহ প্ৰতিকাৰৰ দ্বাৰা তেলীয়া ছালৰ পৰা সকাহ পাব পাৰি-
Read More...

কম পানী সেৱনৰ ফলত আপোনাৰ বয়স ১৫ বছৰ হ্ৰাস হোৱাৰ সম্ভাৱনা ! এই তথ্য প্ৰকাশ পাইছে গৱেষণাত…

দৈনিক সঠিক পৰিমাণৰ পানী খোৱাৰ ফলত লাহে লাহে আহে বাৰ্ধক্য আৰু ইয়াৰ পৰা উদ্ভৱ হোৱা সমস্যাৰ আশংকাও কমি যায়। যদি আমি উপযুক্ত পৰিমাণৰ পানী খাওঁ, তেন্তে পুৰণি ৰোগৰ পুনৰ উত্থানৰ সম্ভাৱনাও কমি যোৱাৰ সম্ভাৱনা। এক গৱেষণাৰ মতে কম পানী খোৱাৰ ফলত
Read More...