স্বাস্থ্য বাৰ্তা

Ghee: ঘিউৰ সৈতে ৰুটি খালে চোকা হ’ব মন-মগজু!

ঘিউৱে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয় স্বাস্থ্যৰ বাবেও বহু উপকাৰী। কিন্তু আজিৰ ফিটনেছ ফ্ৰেণ্ডলী যুগত যেতিয়া মানুহে প্ৰতিটো কেলৰি হিচাপ কৰে, তেতিয়া ৰুটিত ঘিউ প্ৰয়োগ কৰাটো কেতিয়াবা প্ৰশ্ন হৈ পৰে।(Ghee)

Skin Care: উজ্জ্বল ছালৰ গোপন ৰহস্য তেল! ছালত কেনেকৈ ব্যৱহাৰ কৰিব তেল?

নাৰিকল তেলৰ সহায়ত ছালৰ যত্ন ল'ব পৰাে। নাৰিকল তেলেৰে ছালৰ যত্ন ল’লে ছালৰ ৰং উজ্জ্বল হৈ পৰে। ক’লা দাগবোৰ আঁতৰে।(Skin Care)

Tamarind Benefits: শীতকালত স্বাস্থ্যৰ ‘প্ৰকৃত বন্ধু’ তেতেলী! উচ্চ কলেষ্টেৰল, হৃদৰোগ আৰু কোষ্ঠকাঠিন্য সমস্যাৰ পৰা সকাহ পাব

উত্তৰ ভাৰতৰ পৰা দক্ষিণ ভাৰতলৈকে তেতেলী ব্যৱহাৰ কৰে ৰাইজে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, শীতকালত তেতেলী আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে হাৰ্ট এটেকৰ আশংকা কম হ'ব।(Tamarind Benefits)

Hot Tea Coffee: অত্যধিক গৰম চাহ-কফি খোৱাসকলৰ বাবে বেয়া খবৰ! আপোনাৰ দেহত হ’ব পাৰে গুৰুতৰ ৰোগ

সাৱধান! অত্যধিক গৰম চাহ-কফি খোৱাসকলৰ বাবে বেয়া খবৰ। দিনটোৰ আৰম্ভণিৰ পৰা সন্ধিয়ালৈকে আমাৰ বহুতেই চাহ-কফি সেৱন কৰে, কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে আপুনি নিজৰ বাবে কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিছে?(Hot Tea Coffee)

Sweets: প্ৰতিদিনে নহয়, কিন্তু মাজে সময়ে মিঠাই খাব! হৃদযন্ত্ৰক সুস্থ কৰি ৰখাৰ এক নতুন কৌশল

আমি সকলোৱে ভাবো মিঠাই খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি কিন্তু শেহতীয়াকৈ কৰা এক অধ্যয়নত এক আচৰিত ধৰণৰ প্ৰকাশ পাইছে। এই অধ্যয়নত দেখা গৈছে যে যদি আপুনি সঠিক পৰিমাণত আৰু উন্নতৰ মিঠাই খায় তেন্তে ই আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী হ’ব পাৰে।(Sweets)

Popular