Breaking

ৰাজ্যত হ’ব পাৰে ধাৰাষাৰ বৰষুণ !প্ৰচুৰ বৃষ্টিপাতে উত্তৰ পূৰ্বাঞ্চল চুই যোৱাৰ সম্ভাৱনা

0 2,039

ৰাজ্যত হ’ব পাৰে ধাৰাষাৰ বৰষুণ!

অনাগত ৫ দিনত প্ৰচুৰ বৃষ্টিপাতে উত্তৰ পূৰ্বাঞ্চল চুই যোৱাৰ সম্ভাৱনা,

সেমেকা বতৰৰ লগতে হ’ব বিজুলী ঢেৰেকনি,

অসম আৰু মেঘালয়ত বজ্ৰপাত হোৱাৰ সম্ভাৱনা,

এই ঘোষণা বতৰ বিজ্ঞান কেন্দ্ৰৰ

Leave A Reply