Breaking

চেন্নাইত প্ৰবল বৃষ্টিপাত, মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ…

0 44

চেন্নাইত প্ৰবল বৃষ্টিপাত।

বিদ্যালয়সমূহ বন্ধ ঘোষণা, মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ।

চেন্নাইৰ লগতে তামিলনাডুৰ আন কেইবাখনো জিলাত বিজুলী-ঢেৰেকনি, বৃষ্টিপাতৰ আগজাননী ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ।

প্ৰবল বৰষুণৰ ফলত বহু ঠাইত যাতায়তত ব্যাঘাত জন্মিছে।

Leave A Reply