Breaking

গুজৰাটত প্ৰবল বৃষ্টিপাত, নিহত ১৪জন; আহত ১০জন…

0 44

গুজৰাটত পুৱাৰে পৰা প্ৰবল বৃষ্টিপাত।

বজ্ৰপাতত ১৪জন লোকৰ মৃত্যু।

কেইবাটাও অঞ্চলত বজ্ৰপাত পৰে।

বজ্ৰপাতত ১৪জনৰ মৃত্যুৰ লগতে ১০জন লোক আহত।

মৃত্যু হৈছে অৰ্ধশতাধিক পশুধনৰো।

সৌৰাষ্ট্ৰৰ বহু অঞ্চলতো প্ৰচণ্ড শিলাবৃষ্টিৰ ফলত সৰ্বাধিক ক্ষতি ।

বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে এলাৰ্ট।

ঘৰ-দুৱাৰ আৰু শস্যৰ বিস্তৰ ক্ষতিসাধন হয়।


Leave A Reply