Breaking

হোমেন বৰগোহাঞি কোভিড আক্ৰান্ত।

0 2,089

প্ৰতিথযশা সাহিত্যিক,সাংবাদিক হোমেন বৰগোহাঞি কোভিড আক্ৰান্ত। গুৱাহাটী মেডিকেল।কলেজৰ হাস্পতালৰ প্ৰথম মহলাৰ বিশেষ কেবিনত চিকিৎসা আৰম্ভ। কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে ইতিমধ্যে তৎপৰতাৰে চিকিৎসা আৰম্ভ কৰিছে হোমেন বৰগোহাঞিৰ। আমি দৈনন্দিন বাৰ্তা গ্ৰুপে আশু আৰোগ্য কামনা কৰিলো।

Leave A Reply