মুখ্য-পৃষ্ঠা

গৰৈমাৰীত ৰাইজে খেদি খেদি আটক কৰিলে তিনি ড্ৰাগছ সৰবৰাহকাৰীক

এইবাৰ ড্ৰাগছৰ বিৰুদ্ধে অসম অৰক্ষী নহয় ৷ গৰৈমাৰীত ড্ৰাগছৰ বিৰুদ্ধে অভিযানত নামিল সচেতন ৰাইজ ৷ দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ কানহাৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা...

চেয়াৰপাৰ্চনক ৰাজহুৱাকৈ হত্যাৰ ভাবুকি বলীউদৰ অভিনেত্ৰীৰ! গ্ৰেপ্তাৰ হ’ল পায়েল

পায়েল ৰোহাতগি! বলীউদৰ অভিনেত্ৰী তথা মডেল। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত পায়েলক বহুবাৰ সুশান্তৰ হৈ ছচিয়েল মিডিয়াত মন্তব্য কৰা দেখা গৈছিল। অভিনেত্ৰীগৰাকীয়ে দাবী কৰিছিল...

আগন্তুক ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটৰ বাবে ৰাইজৰ পৰামৰ্শ বিচাৰি ই-মেইল আৰু হোৱাটছএপ নম্বৰ মুকলি

আগন্তুক ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটৰ বাবে ৰাইজৰ পৰামৰ্শ বিচাৰি আজি ই-মেইল আৰু হোৱাটছএপ নম্বৰ মুকলি কৰে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে। সেয়া হৈছে- ই-মেইল: assambudgetsuggestions@gmail.com ,হোৱাটছ...

বুবু কোঁৱৰৰ পিছত আৰক্ষীৰ জালত ছহিদুল, পলায়নৰ চেষ্টাৰ সময়তে আৰক্ষীৰ গুলীত আহত কুখ্যাত ডকাইত

ধুবুৰীৰ  চাপৰ হাতীপোতা শ্ৰীগ্ৰাম গাঁৱৰ আব্দুল ওহাব আৰু আব্দুল ৰহিম নামৰ দুই ভাই-ককাইৰ ঘৰত ডকাইতি ঘটনাৰ মুল মাষ্টাৰ মাইণ্ড তথা কুখ্যাত ডকাইত ছহিদুল ইছলাম...

টংলা পৌৰ পৰিষদৰ কাৰ্যবাহী সদস্য শান্তনু দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল: দাসৰ বিবেচনাহীন কাণ্ডৰ বাবেই মৃত্যুমুখত পৰিছিল বহু বগলী

পৰিৱেশ আৰু বন বিভাগৰ কৰ্তৃপক্ষই টংলা পৌৰ পৰিষদৰ কাৰ্যবাহী সদস্যৰ বিৰুদ্ধে তেওঁৰ কাৰ্যৰ বাবে এজাহাৰ দাখিল কৰিছে যাৰ ফলত অসমৰ ওদালগুৰি জিলাৰ ১ নং...

Popular