মুখ্য-পৃষ্ঠা

এন এইচ পি চিৰ পিছত গোগামুখৰ মিংমাঙত ভয়ংকৰ ক’ভিড সংক্ৰমণঃ দুদিনতে ৪২ জন লোকৰ দেহত ধৰা পৰিল ক’ভিড পজিটিভ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাতা সংস্হা এন এইচ পি চিত মাৰাত্মক ক’ভিড-১৯ সংক্ৰমণ ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিছত এতিয়া ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলত এই সংক্ৰমণে...

ছিপাঝাৰৰ ঐতিহাসিক ধলপুৰ শিৱমন্দিৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ছিপাঝাৰৰ ব্ৰহ্মপুত্ৰ চৰত ঐতিহাসিক ধলপুৰ পাহাৰত থকা শিৱমন্দিৰ আজি দপালপিতা বৰষুনকো নেওচি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই  । উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী...

৪৫ নং টুপামাৰী গাওঁ পঞ্চায়তৰ ঠিকাদাৰৰূপী সভানেত্ৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

বকো বিধান সভা সমষ্টিৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪৫ নং টুপামাৰী গাওঁ পঞ্চায়তৰ ঠিকাদাৰৰূপী পঞ্চায়ত সভানেত্ৰী জবেদা হানুনৰ বিৰুদ্ধে পঞ্চায়তী কামত হোৱা দুৰ্ণীতিৰ তদন্ত...

ৰহাত অবৈধ চুলাইমদৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান

নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম শালমাৰা, কামগাঁও, ফুলগুৰি আৰু বগৰীগুৰিত শেহতীয়া তিনিদিনত ৰহা আৰক্ষীয়ে অভিযান চলাই বহু পৰিমাণৰ চুলাইমদৰ অবৈধ ঘাটি উচ্ছেদ...

নগাঁও আৰক্ষীৰ জালত এবছৰে পলাতক হৈ থকা তাজনুৰ ওৰফে ৰাজা :মৰিগাঁও আৰক্ষীয়ে ৰাজ আতিথ্য দিছিল তাজনুৰক

নগাঁও আৰক্ষীয়ে কালি নিশা জুৰীয়াত অভিযান চলাই তাজনুৰ হুছেইন ওৰফে ৰাজা নামৰ এজন পলাতক  অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে জুৰীয়া আৰক্ষী...

Popular