মুখ্য-পৃষ্ঠা

আজিৰে পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান

আজি বিটিচি চৰকাৰৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে ফিতা কাটি শুভাৰম্ভণি কৰে ৰাষ্ট্ৰীয় উদ্যানখন।

আজি শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ

প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন।মুঠ ৪২ খন আসনৰ দুখনত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী বিজেপি।৪০ টা সমষ্টিৰ বাবে অনুষ্ঠিত ভোটগ্ৰহণ।

প্ৰথম বাহিনী এছ এছ বি সোণাপুৰ আৰু সকলো সমবায়ত ‘স্বচ্ছতা হি সেৱা’ অভিযানৰ অধীনত ব্যাপক স্বচ্ছতা কাৰ্যসূচী

প্ৰথম বাহিনী এছ এছ বি সোণাপুৰ আৰু সকলো সমবায়ত ‘স্বচ্ছতা হি সেৱা’ অভিযানৰ অধীনত ব্যাপক স্বচ্ছতা কাৰ্যসূচী

সম-জিলা আয়ুক্ত কাৰ্যালয় স্থাপনৰ দাবীত চিচিবৰগাঁৱত শতাধিক মহিলা প্ৰতিবাদী কাৰ্যসূচীঃ প্ৰতিবাদস্থলীত দিহা নাম পৰিৱেশন কৰি জনপ্ৰতিনিধি, জিলা আয়ুক্তৰ সুমতিৰ বাবে প্ৰাৰ্থনা

সম-জিলা আয়ুক্ত কাৰ্যালয় স্থাপনৰ দাবীত চিচিবৰগাঁৱত শতাধিক মহিলা প্ৰতিবাদী কাৰ্যসূচীঃ প্ৰতিবাদস্থলীত দিহা নাম পৰিৱেশন কৰি জনপ্ৰতিনিধি, জিলা আয়ুক্তৰ সুমতিৰ বাবে প্ৰাৰ্থনা

বৰক্ষেত্ৰীৰ জাগাৰাত দেৱালত জুবিন গাৰ্গৰ ছবি অংকন মানস জ্যোতি বেজবৰুৱা নামৰ এজন ছাত্ৰৰ

নলবাৰীৰ জাগাৰাত স্নাতক অধ্যয়নৰত এজন ছাত্ৰৰ প্ৰসংসনীয় কৰ্মক শলাগিছে অঞ্চলবাসীয়ে। বৰক্ষেত্ৰী সমষ্টিৰ জাগাৰাত দেৱালত জুবিন গাৰ্গৰ ছবি অংকন স্নাতক অধ্যয়নৰত মানস জ্যোতি বেজবৰুৱা নামৰ ছাত্ৰৰ!

Popular