মুখ্য-পৃষ্ঠা

জন্মদিনৰ দিনাই এছিয়ান গেমছত স্বৰ্ণ জয় লাভলিনা বৰগোহাঁইৰ

চীনৰ বাও ঝিয়িৰ প্ৰত্যাহ্বান জনাই ইতিহাস ৰচিলে লাভলিনাই। এছিয়ান গেছমত স্বৰ্ণপদক জয় অসমকন্যা লাভলীনা বৰগোহাঁইৰ।

প্ৰথম বাহিনী এছ এছ বি সোণাপুৰত মাহেকীয়া সৈনিক সন্মিলন অনুষ্ঠিত

প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল (SSB), সোণাপুৰৰ মাৰ্গদৰ্শনত বাহিনী চৌহদ, সোণাপুৰত ছেপ্টেম্বৰ মাহৰ মাহেকীয়া সৈনিক সন্মিলন অনুষ্ঠিত কৰা হয়।

মৰিকলঙৈ গৌৰৱ কঢ়িয়ালে ভাস্বতী বৰাইঃ “প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি সুখ্যাতি অৰ্জন”

মৰিকলঙৈ গৌৰৱ কঢ়িয়ালে ভাস্বতী বৰাইঃ “প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি সুখ্যাতি অৰ্জন”

আজি অসম আৰক্ষী দিৱসঃ কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচী অনুষ্ঠিত মন্দাকাটাত

আজি কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচী অনুষ্ঠিত হয় প্ৰথম অসম আৰক্ষী কামাণ্ড বেটেলিয়ন কেম্প মন্দাকাটাত। অনুষ্ঠানত উপস্থিত থাকে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ।

ভাৰতীয় কেপ্টেইন স্মিট মচ্ছাৰৰ শৌৰ্য আৰু সাহসিকতাৰ বাবে ১৮০ জন যাত্ৰীৰ জীৱন ৰক্ষা পৰিল

ছুৰিকাঘাতত আহত হৈও ১৮০ জন যাত্ৰীৰ জীৱন ৰক্ষা কৰা স্মিট মচ্ছাৰক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ।ভাৰতীয় কেপ্টেইন স্মিট মচ্ছাৰ এজন REAL HERO বুলি প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

Popular