মুখ্য-পৃষ্ঠা

মুৰে কপালে হাত দিছে জামুগুৰিহাটৰ মৃৎশিল্পীয়ে, পদুলীত নাই পূজাৰ ব্যস্ততা

দৈনন্দিন বাৰ্তা সেৱা, জামুগুৰিহাটঃ দূৰ্গা পূজাৰ সময়ত ব্যস্ততাৰ অন্ত নপৰা মৃৎ শিল্পীসকলৰ পদুলীত আজি নিমাওমাও পৰিবেশ৷ বিগত বৰ্ষ সমূহৰ দৰে নাই এইবাৰৰ ষষ্ঠীৰ উ...

অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২,০২,৭৭৪ জনলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা সেৱাঃৰাজ্যত পুনৰ ৭০১ জন লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। বৰ্তমানলৈ অসমত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ২,০২,৭৭৪জনলৈ পাইছে বৃদ্ধি। এতিয়ালৈ ৰাজ্যত সুস্থ...

আজি মহাষষ্ঠী, মা দুৰ্গাক আদৰিবলৈ সাজু ৰাজ্যবাসী

আজি মহাষষ্ঠী, পূজা চাবলৈ মানিব লাগিব এই সমূহ নিয়মঃ আৰম্ভ হ’ল দুৰ্গা পূজা। আজি মহাষষ্ঠী।কোৰোনা ভাইৰাছৰ আতংকৰ মাজতে আনুষ্ঠানিকভাৱে দুৰ্গা পূজা।কোভিড প্ৰট’ক’ল মানিহে ভক্তসকলে মাৰ...

সম্পত্তি বিক্ৰী কৰি দেশ চলোৱা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী দেশৰ এজন নিকম্মা সন্তানঃ ৰিপুন বৰা

দৈনন্দিন বাৰ্তা সেৱা, নলবাৰীঃ আজি নলবাৰীত কংগ্ৰেছৰ যোগদান  কাৰ্যসূচীত ভাষণ প্ৰদান  কৰি ৰিপুণ বৰাই কয় যে দেশৰ সম্পত্তি বিক্ৰী  কৰি দেশ চলোৱা প্ৰধান মন্ত্ৰী ...

ভাৰত ভ্ৰমণলৈ আহিব আমেৰিকাৰ বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰী, গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনাৰ ইংগিত

দৈনন্দিন বাৰ্তা সেৱাঃ অহা সপ্তাহত ভাৰত ভ্ৰমণলৈ আহিব আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাইক পম্পিয়’ আৰু প্ৰতিৰক্ষা মন্ত্ৰী মাৰ্ক এস্পৰ। মঙলবাৰে এই কথা সদৰী কৰিলে আমেৰিকাৰ...

Popular