মুখ্য-পৃষ্ঠা

বানৰ কৱলত বন‍্য জীৱ-জন্তু, বানত দিশহাৰা হৈ জনাঞ্চলত ঢেকীয়াপটীয়া বাঘ ।

কলিয়াবৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বানৰ কৱলৰ পৰা আশ্ৰয় বিচাৰি জন-অৰণ‍্যত ঢেকীয়াপটীয়া বাঘ। ৰাষ্ট্ৰীয় উদ‍্যানৰ কাষৰীয়া কুঠৰীৰ প্ৰৱীন বৰাৰ গোঁহালিত এটা প্ৰকাণ্ড ঢেকীয়াপটীয়া বাঘ। ততাতেয়াকৈ ৰাষ্ট্ৰীয় উদ‍্যান...

চানমাৰি অমিয় নগৰত ভুমিস্খলন ৷ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ তৎপৰতাত গুৱাহাটী ৰাজহ চক্ৰবিষয়াৰ কাৰ্য্যলয়ে বিতৰন কৰিলে তিৰ্পাল ৷

গুৱাহাটী : চলিত বৰ্ষত গুৱাহাটী মহানগৰীত অভাবনীয়ভাবে বৃদ্ধি পাইছে ভুমিস্খলনৰ ঘটনা৷ ইতিমধ্যে মহানগৰীৰ কেইবাটাও স্হানত সংঘটিত হোৱা ভুমিস্খলনে ৪ গৰাকী ব্যক্তিৰ প্ৰান কাঢ়ি নিয়ে...

নলবাৰী পৰিবহন বিষয়া কাৰ্যালয়ত শৌচাগাৰ উদ্বোধন।

নলবাৰী : নলবাৰী পৰিবহণ বিষয়াৰ কাৰ্যালয়ত আজি এক ৰাজহুৱা শৌচাগাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। জিলা উন্নয়ন প্ৰাধিকৰণৰ দ্বাৰা নিৰ্মাণ কৰা  শৌচাগাৰটো উদ্বোধন কৰে নলবাৰীৰ বিধায়ক...

মুখ্যমন্ত্ৰী অশোক গেহলটৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি শাস্তিৰ সন্মুখীন : উপ মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণ শচীন পাইলটক ৷

দৈনন্দিন বাৰ্তা ডেস্ক : মুখ্যমন্ত্ৰী অশোক গেহলটৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি দলৰ কঠোৰ শাস্তিৰ সন্মুখীন হ’ল শচীন পাইলট৷ তেওঁক ৰাজস্থানৰ উপমুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰ কৰা...

বটদ্ৰৱাৰ দলংঘাট বৰমণিপুৰস্থিত ষষ্ঠদশ অসম আৰক্ষী বাহিনীৰ কেম্পত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত। আৰক্ষী চাউনীত অসমৰ প্ৰথম ১০ খন বিছনাযুক্ত ক’ভিড চিকিৎসালয়ৰ শুভৰাম্ভণি।

নগাঁও : ৰাজ্যত ক'ভিড-১৯ ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ষষ্ঠদশ অসম আমি লগতে ৱৰক্ষী বাহিনীয়ে হাতত লৈছে সুন্দৰ পদক্ষেপ। মৰিগাঁও জিলাৰ বৰমণিপুৰস্থিত ষষ্ঠদশ অসম...

Popular