Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

আল্লিয়াত এখন দলঙে জ্বলা-কলা খুৱাইছে ১০খন গাঁৱৰ জনসাধাৰণক

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ১৭ নং আল্লিয়া গাঁও পঞ্চায়তৰ এলেকাধীন আল্লিয়া মিলন বজাৰ সমীপৰ  নোনা নৈৰ ওপৰত এখন অৰ্ধনমিত পকী দলঙে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ৮/১০ ৰাজহ গাঁৱৰ জনসাধাৰণক যাতায়ত ক্ষেত্ৰত জ্বলা-কলা খুৱাইছে বুলি
Read More...

দুৰ্নীতিৰ বিৰুদ্ধে মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উল্লেখনীয় পদক্ষেপ

কাৰ্বি আংলং জিলাৰ ১০ নং হাওৰাঘাট পৰিষদীয় সমষ্টি তথা জনপ্ৰতিনিধি খনছিং ৰংপিৰ সমষ্টি হাওৰাঘাটত বিভিন্ন বিভাগত বিগত চাৰিটা বছৰে ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ পিছত দৰিদ্ৰ হিতাধীকাৰীৰ অভিযোগৰ ভিত্তিত মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে
Read More...

আৰ্চাৰী খেলুৱৈ সঞ্জয় বড়োক আৱকাৰি বিভাগৰ পৰিদৰ্শকৰ নিযুক্তি

বিটিআৰ ওদালগুৰি জিলাৰ অন্তৰ্গত ডীমাকুছি টতলাপাৰা গাঁ‌ৱৰ নিবাসী সঞ্জয় বড়ো ২০০৫ চনৰ পৰা আৰ্চাৰী  খেলৰ প্ৰসিক্ষণৰে প্ৰায় ২০০৮ চনত কোকৰাঝাৰ চাই কেন্দলৈ বাছনি হোৱা সঞ্জয় বড়োয়ে ২০০৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত অন্তৰাষ্ট্ৰীয় আৰ্চাৰী খেল
Read More...

মোৰাঝাৰ ষ্টেড বেংকৰ শাখা পুনৰ স্থাপনৰ দাবীত সাংসদৰ স্মাৰকপত্ৰ

হোজাইৰ মোৰাঝাৰ অঞ্চল এক কৃষিপ্ৰধান অঞ্চল৷ বহু সমস্যাৰে জৰ্জৰিত অঞ্চলটিৰ এটা অতি গুৰুত্বপূৰ্ণ সমস্যা হল বেংক সমস্যা৷ ভাৰতীয় ষ্টেড বেংকৰ  মোৰাঝাৰ শাখা মোৰাঝাৰত পুনৰ স্থাপন কৰাৰ দাবীত আজি গুৱাহাটীস্থিত উত্তৰ পূৰ্বাঞ্চলৰ মহাপ্ৰৱন্ধক Chief
Read More...

এইবাৰ নতুন কৌশলেৰে কংগ্ৰেছৰ পুনৰুত্থান যাত্ৰা : নেতৃত্ব দিবলৈ সাজু দেশৰ ৰাজনীতিৰ ‘মিৰাকল মেন’…

⚫এইবাৰ নতুন কৌশলেৰে কংগ্ৰেছৰ পুনৰুত্থান যাত্ৰা ⚫নেতৃত্ব দিবলৈ সাজু দেশৰ ৰাজনীতিৰ ‘মিৰাকল মেন’ প্ৰশান্ত কিশোৰ ⭕নতুন পৰিকল্পনা আৰু কৌশলেৰে আৰম্ভ হ’ব কংগ্ৰেছৰ পুনৰুত্থান যাত্ৰা।⭕শীঘ্ৰেই কংগ্ৰেছৰ হাতত ধৰিব দেশৰ ৰাজনীতিৰ ‘মিৰাকল মেন’
Read More...

চতিয়াত নাগশংকৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ক্ৰীড়া ষ্টেডিয়াম উদ্ধোধন

চতিয়া বিধানসভা সমষ্টিৰ অন্তর্গত নাগশংকৰত আজি এখন ক্রীড়া ষ্টেডিয়ামৰ শুভ উদ্বোধন কৰে মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে সতীৰ্থ মন্ত্ৰী শ্রীপীযুষ হাজৰিকা, সাংসদ শ্রীপল্লৱ লোচন দাস বিধায়ক ক্ৰমে শ্রীপদ্ম
Read More...

অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু

অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু | ৪০ বছৰৰ বয়সত মৃত্যু সৰুপৰ্দাৰ অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ | হ্ৰদয়ৰোগত আক্ৰান্ত হৈ মুম্বাইত মৃত্যু ঘটে অভিনেতা গৰাকীৰ | বিগ বছ ১৩ ৰ বিজয়ী আছিল অভিনেতা গৰাকীৰ| TV ৰ লগতে বহুতো হিন্দী চিনেমাতো অভিনয় কৰি দৰ্শকৰ
Read More...

অসম মালা আঁচনিত ১৬৪ কৌটিৰো অধিক টকা ব্যয়ৰে অগ্ৰগতিত চলিছে পলাশবাৰী মিৰ্জা মুদুকীলৈ চলিছে পথৰ কাম

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসম মালা আঁচনিখনৰ যোৱা ২০ ফেব্ৰুৱাৰীত কেন্দ্ৰীয়ভাৱে ঢেকীয়াজুলিত শুভাৰম্ভ কৰিছিল। হাজাৰ হাজাৰ কৌটিটকীয়া অভিলাষী আঁচনিখনৰ অংশস্বৰূপে চৰকাৰৰ গড়কাপ্টানি বিভাগৰ জড়িয়তে ৰাজ্যৰ আন সমষ্টিৰ দৰে কামৰূপ জিলাৰ
Read More...

পাঠশালা আৰক্ষীৰ বৃহৎ সফলতা গ্ৰেপ্তাৰ কৰিলে ইৰাণী গ্রুপৰ এগৰাকী সদস্য

বজালী জিলাৰ পাঠশালা সদৰত বিগত কেইদিনমান ধৰি পাঠশালাৰ মাজমজিয়াত নিয়মিত ভাৱে হয় থকা বিভিন্ন ধৰণৰ চুৰি কাৰ্য্য সংঘটিত কৰি মূৰৰ কামুৰনি  হয় পাৰিছিল পাঠশালা আৰক্ষীৰ । পাঠশালা আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নয়নজ্যোতি  ডেকাৰ নেতৃত্বত
Read More...

নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আৰক্ষী অভিযন্তা পূৰ্ব নিযুক্তিৰ প্ৰশিক্ষণ কেন্দ্ৰ শুভাৰম্ভণি

দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তপেলাই অন্তিমখন ইতিহাসীক বড়ো শান্তি চুক্তি বিটিআৰ চুক্তি,বিটিআৰ চুক্তিৰ দফাত উল্লেখিত এটা দফা , বিটিআৰৰ নিবনুৱা সমস্যা সমাধানৰ বাবে ৫০০০ বড়ো যুৱক-যুৱতিক পুলিচ পেৰামিলিটেৰিত নিযুক্তি দিব দিয়া
Read More...