Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

এ আই ইউ ডি এফৰ ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰৰ বিজেপিত যোগদান

মঙলবাৰে এ আই ইউ ডি এফৰ পৰা পদত্যাগ কৰিছিল ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে৷ আজি বিজেপিত যোগদানৰ পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক পুৱাই মুখ্যমন্ত্ৰীৰ চৰকাৰী আৱাসত সাক্ষাৎ কৰে ফণীধৰ তালুকদাৰে৷ ফণী তালুকদাৰক কাষত বহুৱাই
Read More...

হোজাইত উপায়ুক্ত অনুপম চৌধুৰীৰ দ্বাৰা ৰাষ্ট্ৰীয় পোষণ মাহ সমদলৰ ফ্লেগ অফ

সমগ্ৰ দেশৰ লগতে হোজাই জিলাতো সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আজিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ বিভিন্ন কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় পোষণ মাহ পালন কৰা হ'ব ৷ এই উপলক্ষে আজি পোষণ মাহ পালনৰ উদ্বোধনী কাৰ্যসূচী হিচাপে বৃক্ষৰোপণ আৰু সম্পূৰ্ণ
Read More...

ওৰাঙত জন্মদিনৰ প্ৰসাদ খাই অসুস্থ ৩৪ জন লোক।অচেতন অৱস্থাত চাৰিজন

ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানা এলেকাৰ ওৰাং খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত গেলাবিলত  জন্মদিনৰ প্ৰসাদ খাই  ৩৪ জনকৈ লোক অসুস্থ হৈ পৰাত অঞ্চলটোত এক আতংকময় পৰিবেশৰ  সৃষ্টি হৈছে । জানিব পৰা মতে ২৯আগষ্টত  সন্ধিয়া পশ্চিম গেলাবিল গাওঁৰ
Read More...

সোণাৰিত কৃষকলৈ ৰেহাই মূল্যত স্প্ৰেয়াৰ মেচিন বিতৰণ

কৃষকৰ আয় দুগুণ কৰিবলৈ চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে। চৰকাৰৰ আঁচনি সমূহৰ দ্বাৰা যাতে কৃষক সকল উপকৃত হয় সেয়াও লক্ষ্য ৰাখিছে চৰকাৰে। এই মন্তব্য যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ। সোণাৰিত কৃষকলৈ ৰেহাই মূল্যত স্প্ৰেয়াৰ মেছিন বিতৰণ
Read More...

বৰছলা আৰক্ষী চকীৰ আৰক্ষীৰ বৃহৎ সাফল্য

মৰিগাঁও জিলাৰ লাহৰীঘাটত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ। বৰচলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুটা সৰবৰাহকাৰীক। ড্ৰাগচ বিক্ৰী কৰিবলৈ আহি আৰক্ষীৰ জালত পৰে সৰবৰাহকাৰী দুটা। ধৃত সৰবৰাহকাৰী দুটা মিকিৰভেটা থানাৰ এলেকাধীন আবু ছাহিদ(৩৪)আৰু আজিবুৰ ৰহমান। ধৃত
Read More...

পশ্চিম নলবাৰীৰ বৰ্ষীয়ান শিক্ষাবিদ ৰজনী ভূঞাৰ ৮১সংখ্যক ৰাজহুৱা জন্মদিন উদযাপন

পশ্চিম নলবাৰী অঞ্চলৰ চামতাৰ  ঐতিহ্যমণ্ডিত চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী ৰজনী ভূঞাৰ কালি  ৰাজহুৱাভাৱে ৮১ সংখ্যক ওপজা দিন উদযাপন কৰা হয় ৷ চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গণিত বিষয়ৰ বিদগ্ধ পণ্ডিত ৰজনী ভূঞাই
Read More...

বাঘবৰৰ আলোপতিচৰত বাঢ়নি পানীৰ সোঁতে ভাঙিলে পকী কালভাৰ্ট, ব্যাহত হৈ পৰিছে যাতায়ত

ৰাজ্যজুৰি অব্যাহত আছে ভদীয়া বানৰ তাণ্ডৱ, দক্ষিণ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত চৰাঞ্চলত ভদীয়া বানে চলাইছে তাণ্ডৱ, বাঘমাৰা-আলোপতিচৰ সংযোগী সদ্যব্যস্ত ৰাজপথৰ পকী কালভাৰ্ট বাঢ়নি পানীৰ সোঁতে উটুৱাই নিয়াত ব্যাহত হৈ পৰিছে যাতায়ত আৰু
Read More...

মাজুলীৰ গড়মূৰ বংশীগোপাল নাট্য মন্দিৰৰ ১০২ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

মাজুুলীৰ   প্ৰথম অসমৰ চতুৰ্থটো ঐতিহাসিক ৰংগমঞ্চ প্ৰসিদ্ধ শ্ৰীশ্ৰী গড়মূৰ সত্ৰৰ বংশীগোপাল নাট্য মন্দিৰৰ ১০২ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি উদ্‌যাপন কৰা হয় ৷ প্ৰথম ৰংগমঞ্চৰ লগতে মঞ্চ ৰাসৰ বাটকটীয়া ঐতিহাসিক অনুষ্ঠানটিৰ প্ৰতিষ্ঠা দিৱস  উপলক্ষে
Read More...

শ্ৰীল ভক্তি বেদান্ত স্বামী প্ৰভূপদৰ ১২৫ তম্ জন্ম জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব…

বুধবাৰে বিয়লি ৪ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীল ভক্তি বেদান্ত স্বামী প্ৰভূপদৰ ১২৫ তম্ জন্ম জয়ন্তী উপলক্ষে ১২৬ টকাৰ এক বিশেষ স্মাৰক মুদ্ৰা মুকলি কৰিব। প্ৰধানমন্ত্ৰী কাৰ্য্যালয়ৰ এক বিবৃতিত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী মোদীয়ে
Read More...

টংলাৰ ভোকালীকান্দাত জল জীৱন মিছনৰ শুভাৰম্ভ বিটিআৰৰ ই এম দিগন্ত বৰুৱাৰ

ভাৰতবর্ষত প্ৰত্যক ঘৰ লোকে বিশুদ্ধ খোৱা পানী খাব পৰাকৈ ২০১৯ চনৰ ১৫ আগষ্টত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভ উদ্বোধন কৰা জল জীৱন মিছন বৰ্তমান সমগ্ৰ ৰাজ্যত ইয়াৰ আদৰ আৰু গুৰুত্ব ক্ৰমান্নয়ে বাঢ়ি যোৱা পৰিলক্ষিত হৈছে। সেই অনুসাৰে আজি
Read More...