মুখ্য-পৃষ্ঠা

বানৰ কৱলত জামুগুৰিহাটৰ সাতখনৰো অধিক গাওঁ ফেনেফুটোকাৰে বাঢ়িছে জীয়া ভৰলী ।

জামুগুৰিহাট : বানৰ কৱলত পৰিছে জামুগুৰিহাটৰ সাতখনকৈ গাওঁ। যোৱা চাৰি পাঁচদিন ধৰি আহি থকা নেৰানেপেৰা বৰষুণৰ ফলত ওফন্দি উঠা জীয়া ভৰলী নদীৰ বাঢ়নী পানীয়ে...

ভাৰতত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৮ লাখ অতিক্ৰম ৷

দৈনন্দিন বাৰ্তা ডেস্ক : মুঠ ক’ৰোনাত আক্ৰান্তৰ সংখ্যা আঠ লাখ অতিক্ৰম কৰিলে ৷ নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে ৷ শনিবাৰে এই বৃদ্ধিৰ পৰিমাণ...

মাজুলী জিলা আপকু আৰু উপায়ুক্তৰ সৌহাদ্যমূলক বৈঠক সম্পন্ন, সাংবাদিকৰ সমস্যা সমাধানত আগ্ৰহী উপায়ুক্ত ।

উজনি-মাজুলী : আছাম প্ৰেছ ক'ৰেচপণ্ডেণ্টছ ইউনিয়নৰ (আপকু) মাজুলী জিলা সমিতি আৰু মাজুলী জিলা উপায়ুক্তৰে মাজত বৃহস্পিতবাৰে অনুষ্ঠিত হয় এক সৌহাদ্যমূলক বৈঠক। উপায়ুক্তৰ আহ্বান মৰ্মে অনুষ্ঠিত বৈঠকত  জিলাৰ  উপায়ুক্ত...

নিৰাপত্তাৰক্ষীৰ অভিযানত অৰুণাচলত ৬ এনএছচিএন (আইএম) উগ্ৰপন্থী নিহত ৷

দৈনন্দিন বাৰ্তা ডেস্ক : অৰুণাচল প্ৰদেশত শনিবাৰে পুৱা নিৰাপত্তাৰক্ষীৰ অভিযানত ৬ নগা সন্ত্ৰাসবাদী নিহত হয় ৷ অসম ৰাইফলছ আৰু অৰুণাচল প্ৰদেশ আৰক্ষীৰ যৌথ অভিযানত এই...

নামখলাত ক’ভিড-১৯ত আক্ৰান্ত ৰূপম শইকীয়া ৷

নামখলা : দৰং জিলাত শুকুৰবাৰে ১৭ জনৰ দেহত ক'ভিড ধনাত্মকৰ বিপৰীতে মুঠ আক্ৰান্তৰ সংখ্যা ৩৮২ জনলৈ বৃদ্ধি পালে৷ বৃহস্পতিবাৰে দৰঙৰ ২ জন লোক  ক'ভিডত আক্ৰান্ত...

Popular