Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

গৌৰীপুৰত শক্তি মন্ত্ৰী বিমল বৰা

ধুবুৰী জিলাৰ গৌৰীপুৰত সন্ধিয়া ৬.১০ মান বজাত ৰাজ্যখনৰ শক্তি মন্ত্ৰী বিমল বৰা গৌৰীপুৰস্হ এ ই জি চি এলৰ সহকাৰী ট্ৰেনছমিচন কায্যালয়  আৰু অসম শক্তি বিতৰণ কোম্পানী পৰিসীমিত সহকাৰী মহা প্ৰবন্ধকৰ কায্যালয়,গৌৰীপুৰ পৰিদৰ্শন কৰে।আজি মন্ত্ৰী
Read More...

প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ বাৰ্তালাপ: বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সকলো সহায়ৰ আশ্বাস

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনৰ বান পৰিস্থিতিৰ বিষয়ে জানিবলৈ ফোন কৰি সকলো সম্ভৱ সহায়ৰ আশ্বাস দিয়ে। " আদৰণীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেলিফোন যোগে বান পৰিস্থিতিৰ
Read More...

বঙাইগাঁৱত কুমাৰ ৰাজেন্দ্ৰ নাৰায়ণ দেৱৰ স্মৃতিচাৰণ সভা

ইংৰাজী ভাষা সাহিত্যৰ নীৰৱ সাধক, গোৱালপৰীয়া তথা ৰাজবংশী ভাষা বিজ্ঞানৰ গৱেষক, বিশিষ্ট শিক্ষাবিদ কুমাৰ ৰাজেন্দ্ৰ নাৰায়ণ দেৱৰ স্মৃতিচাৰণ সভা এখন দেওবাৰে  অনুষ্ঠিত হয় ৷ বঙাইগাঁৱৰ পুৰণি বঙাইগাঁওস্থিত শ্ৰীশ্ৰী ৰঘুনাথ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত
Read More...

কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰে নগাঁও

ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে ক'ভিডসৃষ্ট পৰিস্থিতিৰ মাজতে নগাঁৱত এক উদুলী মুদুলী পৰিবেশৰ সৃষ্টি হয় । জিলাখনৰ বিভিন্ন নামঘৰ,সত্ৰ,মন্দিৰ আদিত কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰে ।  নামঘৰ সত্ৰ মন্দিৰ আদিত পুৱাৰে পৰা গধুলিলৈকে ভকত বৈষ্ণৱ
Read More...

ওদালগুৰি পৌৰসভাৰ অধ্যক্ষ ৰাকেশ বড়োক নেপালী সাহিত্য সভাৰ সম্বৰ্ধনা

অসম নেপালী সাহিত্য সভা ওদালগুৰি জিলা সমিতিয়ে ওদালগুৰি পৌৰ সভাৰ অধ্যক্ষ ৰাকেশ বড়োক ২৮ আগষ্টত তেওঁৰ নিজ গৃহ মনপুৰলৈ গৈ সম্বৰ্ধনা জনায়। ৰাকেশ বড়ো বিগত কালছোৱাত নিখিল বড়ো ছাত্র সন্থাৰ লগতো জড়িত থাকি বড়ো জাতীয় সমস্যা সমাধানৰ
Read More...

ভাৰতীয় সেনাবাহিনীৰ স্বৰ্ণ বিজয় বৰ্ষ কাৰ্যসূচী

ভাৰতীয় সেনাবাহিনীৰ ৰেড হৰ্ণ ডিভিজনৰ স্বৰ্ণ বিজয় বৰ্ষ কাৰ্যসূচী পালন কৰা হয়  । ভাৰতীয় সেনা বাহিনীৰ জোৱান সকলৰ বীৰত্ব আৰু পৰাক্ৰমক শ্ৰদ্ধা জনাই দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক জেউতিৰ শ্বহীদ বেদীৰ প্ৰাংগনৰ পৰা জেউতি জ্বলাই ভাৰতৰ বিভিন্ন
Read More...

দুলীয়াজানত দশম শ্ৰেণীৰ ছাত্ৰ চিন্ময় দত্তৰ ৯.৭ ফুট দৈৰ্ঘ্যৰ ৰেঞ্জাৰ চাইকেল উদ্ভাৱন

 মহামাৰী কৰ'ণা ভাইৰাইছসৃষ্ট পৰিৱেশৰ দীঘলীয়া লকলাউনৰ সময়চোৱাত নিজৰ স্বজনীশীল প্ৰতিভাক সৎ কামত খটোৱাই দুলীয়াজানৰ এগৰাকী ছাত্ৰই ৯.৭ ফুট দৈৰ্ঘ্যৰ এখন চাইকেল সাজি উলিয়াবলৈ সক্ষম হৈছে । এই বিশেষ চাইকেলখন কাষৰ পৰা এবাৰ প্ৰত্যক্ষ কৰিবলৈ
Read More...

সৰ্বশিক্ষাৰ কাৰ্যালয়ত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ বৈঠক

শিক্ষাৰ সংস্কাৰৰ দাবী লৈ শিক্ষামন্ত্ৰীৰ ওচৰত ৩৪ টা ছাত্ৰ সংগঠন শিক্ষা মন্ত্ৰীলৈ ছাত্ৰ সংগঠনৰ বিশেষ দাবী : ● শিক্ষা ব্যৱস্থাক ৰাজনীতিৰ পৰা আঁতৰাই ৰখাৰ আহ্বান জনোৱাৰ লগতে বিকেন্দ্ৰীকৰণৰ প্ৰস্তাৱ ৰাখিবলৈ আহ্বান।●জনজাতীয় আৰু জনগোষ্ঠীয়
Read More...

পঞ্চায়তত বিল্ডিং নিৰ্মাণৰ নামত সভানেত্ৰী-সচিবে মিলি লুটিলে ১৬ লাখ টকা

এখন পুৰণি ঘৰত ৰং, তেল, চূন সানি কেবা লক্ষাধিক টকাৰ লুণ্ঠন চলোৱাৰ এক ভয়াৱহ কেলেংকাৰী পোহৰলৈ আহিছে ৷ এই ঘটনা সংঘটিত হৈছে হোজাই সমষ্টিৰ পূৱ ধনীৰাম পথাৰ গাঁও পঞ্চায়তত ৷ বাতৰি অনুসৰি যোগীজান উন্নয়ন খণ্ডৰ অন্তৰ্গত পূৱ ধনীৰাম পথাৰ গাওঁ
Read More...

অসম বন বিদ্যালয়ত গঁড়ৰ খড়গ বিনষ্ট কৰা বিষয়ক ৰাজহুৱা শুনানী

অসম চৰকাৰৰ বন বিভাগে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ৰাজ্যত বিগত সময়চোৱাত বন বিভাগে চোৰাং চিকাৰীৰ পৰা জব্দ কৰা গঁড়ৰ আপুৰুগীয়া খড়গসমুহ বিনষ্ট কৰা সন্দৰ্ভত ৰাইজৰ মতামত গ্ৰহণ কৰাৰ বাবে ৰাজহুৱা শুনানীৰ ব্যৱস্থা গ্ৰহণ কৰিছে । সেই
Read More...