Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

কুমাৰীকাটাত সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ ২৮ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন

সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন । দিনযোৰা কাৰ্যসূচীৰে কুমাৰীকাটাৰ বাঁহবাৰী আদৰ্শ বিদ্যা নিকেতনৰ খেল পথাৰত অনুষ্ঠিত হয় । তামুলপুৰ জিলা সমিতিৰ সহযোগত আৰু দৰঙ্গাজুলি আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজিত
Read More...

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ‘জল জীৱন আঁচনি’ৰ নামত দুৰ্নীতিৰ অভিযোগ

বহলপুৰ বৰপাৰা প্ৰথম খণ্ড গাওঁত জল জীৱন আঁচনিৰ নামত ঠিকাদাৰে নিম্ন মানৰ কাম কৰি অহাৰ অভিযোগ সাধাৰণ ৰাইজৰ দুৰ্নীতিয়ে যেন আগুৰি ধৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগটোক গভীৰ নিদ্ৰাত অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰী হয় আপোনি ঠিকেই শুনিছে অসম চৰকাৰৰ জন
Read More...

আইআইটি গুৱাহাটীৰ গৱেষণা আৰু বিকাশৰ ক্ষেত্ৰত অমৃতা বিশ্ব বিদ্যাপীঠমৰ সৈতে সহযোগ

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীয়ে শিক্ষা আৰু গৱেষণা কাৰ্যকলাপত তামিলনাডুৰ কইম্বাটুৰস্থিত এক ব্যক্তিগত, বিবেচিত বিশ্ববিদ্যালয় অমৃতা বিশ্ব বিদ্যাপীঠমৰ (এভিভি) সৈতে সহযোগিতা কৰিছে। এই সহযোগিতাই শৈক্ষিক কাৰ্যসূচী সমৃদ্ধ
Read More...

অসম চাহ নিগমৰ অধ্যক্ষ অমিয় কুমাৰ বৰাক চুতীয়া যুৱ সন্মিলনৰ সম্বৰ্ধনা

'চুতীয়া যুৱ সন্মিলন, অসম'ৰ নৱগঠিত কেন্দ্ৰীয় সমিতিৰ সতীৰ্থসকলে অসম চাহ নিগমৰ অধ্যক্ষ, সদৌ চুতীয়া জাতি সন্মিলনৰ সভাপতি অমিয় কুমাৰ বৰাক গোলাঘাটস্থিত বাসগৃহত উপস্থিত হৈ তেখেতক সম্বৰ্ধনা জনোৱাৰ লগতে এক সৌজন্যমুলক সাক্ষাৎ কৰে। উক্ত
Read More...

ৰাষ্ট্ৰীয় ক্ৰীড়াত পুনৰ উজলিল ধেমাজি

লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ধেমাজি জিলাৰ তিনি কন্যা ক্ৰমে লক্ষীমাই গগৈ, পূজা কুমাৰী গগৈ আৰু সবিতা চেতিয়াই স্ব-প্ৰতিভাৰ উন্মেষ ঘটাই ২৬-২৯ আগষ্টত গোৱাত অনুষ্ঠিত হোৱা “ৰাষ্ট্ৰীয় ৱাকো ইণ্ডিয়া কিক্ বক্সিং প্ৰতিযোগিতা”ত দুৰ্দান্ত
Read More...

সময়মতে চিকিৎসালয়ত চিকিৎসক নোপোৱাত ক্ষোভ প্ৰকাশ ৰোগীৰ 

ওদালগুৰি জিলাৰ অন্যতম স্বাস্থ্য কেন্দ্ৰ হিচাপে পৰিচিত ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ । মাজবাট , ধনশ্ৰীঘাট , মেৰাবিল , গেলাবিল , চমুৱাগাঁও , ভোগদলৰ আদি ২৫০খন ৰাজহ গাওঁ সামৰি থকাৰ লগতে ৮খন চাহ বাগিচাৰ ৰোগী সকলৰ
Read More...

নাজিৰা মানসিক ৰোগী সংস্থাপন কেন্দ্ৰত দেৱব্ৰত শইকীয়াৰ ৫লাখ টকাৰ অনুদান

নাজিৰা মহকুমাৰ হাটিপট্টীস্থিত মানসিক ৰোগী পুনৰ সংস্থাপন কেন্দ্ৰ " জ্যোতি গৃহ " ৰ আৱাসী সকলৰ সহায়ৰ হেতু নাজিৰা সমষ্টিৰ বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই তেখেতৰ ২০২০ - ২০২১ বৰ্ষৰ বিধায়ক উন্নয়ন পুজিৰ পৰা আগবঢ়োৱা ৫
Read More...

ডিব্ৰুগড় জিলা সাহিত্য সভাৰ ৪৬সংখ্যক দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ আদৰণী সমিতি গঠন

ডিব্ৰুগড়ৰ নিজ-মানকটা গাঁৱস্থিত সোনোৱাল কছাৰী সাংস্কৃতিক ভৱনত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ ষষ্ঠত্বাৰিংশতম দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ আদৰণী সমিতি গঠনৰ উদ্দেশ্যে জিলা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰ গগৈৰ সভাপতিত্বত এখনি ৰাজহুৱা সভা অনুষ্ঠিত
Read More...

বঙাইগাঁৱত ড্ৰাগছসহ দুজন সৰবৰাহকাৰী আটক

বঙাইগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত ড্ৰাগছসহ দুজন সৰবৰাহকাৰীক আটক কৰে ৷ জানিব পৰা মতে বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপেন কলিতা আৰু নগৰ উপ পৰিদৰ্শক কুলেন্দ্ৰ হুজুৰীসহ আৰক্ষীৰ এটা দলে প্ৰথমে বঙাইগাঁও জিলাৰ
Read More...

অতি শীঘ্ৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰ-অভিযন্তাক কঠোৰ সকীয়নি বৰপেটাৰ উপায়ুক্তৰ

সুদীৰ্ঘ দিন ধৰি অৰ্দ্ধনিৰ্মিত অৱস্থাত থকা বৰপেটা জিলাৰ গোমাফুলবাৰী আৰু গোমাৰীগুৰী আদৰ্শ বিদ্যালয়ৰ নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে আজি লোক নিৰ্মাণ বিভাগৰ সংশ্লিষ্ট বিষয়া সকলক নিৰ্দেশ দিছে। আজি
Read More...