Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

মহাজোটৰ পৰা AIUDFক বাদ দিয়া বিতৰ্কৰ পিছত জনিয়াত কংগ্ৰেছত খহনীয়া

বৰপেটা জিলাৰ ৪৪ নং জনিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত টাপেশ্বৰা গাঁও পঞ্চায়ত কাৰ্য্যালয়ৰ প্ৰেক্ষাগৃহত অাজি এ অাই ইউ ডি এফ দলৰ এখন যোগদান সভা অনুষ্ঠিত হৈ যায়। এই সভাত কংগ্ৰছ দল ত্যাগ কৰি পঞ্চায়ত প্ৰতিনিধি সহ প্ৰায় দুই শতাধিক কংগ্ৰেছ
Read More...

আৰ্থিক সংকটত ভুগিছে কৈহাটীৰ কামৰূপীয়া ঢুলীয়া শিল্পী

পশ্চিম নলবাৰী অঞ্চলৰ  কৈহাটীৰ কামৰূপীয়া ঢুলীয়া কৃষ্টিৰ সৈতে জড়িত শিল্পী সকল সম্প্ৰতি ক'ৰণাকালিন পৰিস্হিতিৰ বাবে  ভীষণ  আৰ্থিক   সসমস্যাৰ সন্মুখীন হৈছে । উল্লেখ্য, সংগীত নাটক অকাডেমি বঁটা প্ৰাপক কিম্বদন্তী শিল্পী মোহন ঢন্দ্ৰ বৰ্মন ( মোহন
Read More...

নগাঁৱত বৃহৎ পৰিমাণৰ নামঘৰ-মন্দিৰৰ চুৰি সামগ্ৰী উদ্ধাৰ

নগাওঁ আৰক্ষীৰ বৃহৎ সফলতা। আজি সন্ধিয়া নগাওঁ চহৰৰ চাৰি সুঁতি ৰেল লাইনৰ ওচৰৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ চুৰি কৰা শৰাইকে ধৰি নামঘৰ-মন্দিৰৰ বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত নগাঁৱৰ ইটাচালি আৰক্ষী চকীৰ
Read More...

‘দৈনন্দিন বাৰ্তাত’ বাতৰি প্ৰকাশ পোৱাৰ পিছতেই দুৰ্ভগীয়া কিশোৰীলৈ সহায়ৰ হাত অধ্যক্ষ…

চাঁ‌ৰি বছৰ পূৰ্ৱে মাতৃহাৰা ২বছৰ পূৰ্ৱে পিতৃহাৰা ওদালগুৰি জিলাৰ ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ বৰাখাট গাঁ‌ৱৰ বাসিন্দা নামক্ৰমে, মীৰা গুৰ, নিৰ্মালী গুৰ, হৰিপ্ৰীয়া গুৰ, নামৰ তিনি ঘাটমাউৰা কিশোৰীৰ কৰুণ কাহিনী খৈৰাবাৰীৰ সাংবাদিক অমৰজিৎ
Read More...

মাজুলীৰ তিনি বিদ্যালয়ত বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ শুভ উদ্ধোধন

নুমলীগড় শোধনাগাৰৰ সৌজন্যত স্বেচ্ছাসেৱী অনুষ্ঠান “টিপকাই”ৰ সহযোগত নিৰ্মাণ কৰা বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ আজি মাজুলীৰ তিনিখন বিদ্যালয়ত আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰা হয় ৷ মধ্য মাজুলী পাৰিজাত উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগনত আয়োজিত এক
Read More...

ধুবুৰীস্থ গোৱালপাৰা ডাক সংমণ্ডল উদ্যোগত বাণিজ্য মেলা

বিগত বিত্তীয় বৰ্ষত উৎকৃষ্ট প্ৰদৰ্শন কৰা হয় ডাকঘৰ, কৰ্মচাৰীৰ লগতে ডাক জীৱন বীমাৰ এজেণ্ট আৰু ক্ষুদ্ৰ সঞ্চয়ৰ এজেণ্টসকল পুৰস্কৃত কৰা হয়। উল্লেখযোগ্য যে বিগত বিত্তীয় বৰ্ষত গোৱালপাৰা ডাক সংমণ্ডলে একানব্বই হেজাৰটা নতুন একাউণ্ট আৰু  ঊনত্ৰিশ
Read More...

বিহালীত অৰণ্যমানৱ যাদৱ পায়েং

আজি বিহালীৰ বেদেতী শিৱ মন্দিৰ প্রাংগনত মর্নিংক্লাৱৰ উদ্যোগত অনুষ্ঠিত বৃক্ষৰোপন কার্যসূচীত অৰণ্যমানৱ যাদৱ পায়েঙে শুভাৰম্ভ কৰে । এই কাযর্সুচীত মর্নিংক্লাৱৰ বিষয় ববীয়াৰ লগতে স্হানীয়লোক উপস্হিত থাকে !যাদৱ পায়েঙক সম্বর্ধনা জনোৱা হয় ।
Read More...

অসম্পূৰ্ণ হৈ থকা কাৰ্য সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰ-অভিযন্তাক কঠোৰ সকীয়নি বৰপেটা জিলা উপায়ুক্তৰ

সুদীৰ্ঘ দিন ধৰি অৰ্দ্ধনিৰ্মিত অৱস্থাত থকা বৰপেটা জিলাৰ গোমাফুলবাৰী আৰু গোমাৰীগুৰী আদৰ্শ বিদ্যালয়ৰ নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে আজি লোক নিৰ্মাণ বিভাগৰ সংশ্লিষ্ট বিষয়া সকলক নিৰ্দেশ দিছে। আজি
Read More...

বলীউডৰ ইচ্ছাধাৰী নাগ এতিয়া NCBৰ জিম্মাত

নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)ৰ দ্বাৰা সোধা-পোছা কৰি থকা বলীউড অভিনেতা অৰমান কোহলীক আজি ৰাতিপুৱা তেওঁৰ মুম্বাইৰ ঘৰৰ পৰা নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় । ড্ৰাগছ বিৰোধী সংস্থাটোৰ এটা দলে শনিবাৰে এজন মুখ্য ড্ৰাগ
Read More...

মন কি বাত: নাগৰিকসকলক মহান ভাৰতীয় পৰম্পৰা আগবঢ়াই নিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ

কৃষ্ণ জন্মাষ্টমীৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দেশবাসীক দেশৰ মহান পৰম্পৰাক আগুৱাই নিয়াৰ বাবে আহ্বান জনায়। তেওঁৰ মাহেকীয়া ৰেডিঅ' অনুষ্ঠান 'মন কি বাত'ৰ ৮০ তম সংস্কৰণত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে
Read More...