Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

ধুবুৰীস্থ গোৱালপাৰা ডাক সংমণ্ডল উদ্যোগত বাণিজ্য মেলা

বিগত বিত্তীয় বৰ্ষত উৎকৃষ্ট প্ৰদৰ্শন কৰা হয় ডাকঘৰ, কৰ্মচাৰীৰ লগতে ডাক জীৱন বীমাৰ এজেণ্ট আৰু ক্ষুদ্ৰ সঞ্চয়ৰ এজেণ্টসকল পুৰস্কৃত কৰা হয়। উল্লেখযোগ্য যে বিগত বিত্তীয় বৰ্ষত গোৱালপাৰা ডাক সংমণ্ডলে একানব্বই হেজাৰটা নতুন একাউণ্ট আৰু  ঊনত্ৰিশ
Read More...

বিহালীত অৰণ্যমানৱ যাদৱ পায়েং

আজি বিহালীৰ বেদেতী শিৱ মন্দিৰ প্রাংগনত মর্নিংক্লাৱৰ উদ্যোগত অনুষ্ঠিত বৃক্ষৰোপন কার্যসূচীত অৰণ্যমানৱ যাদৱ পায়েঙে শুভাৰম্ভ কৰে । এই কাযর্সুচীত মর্নিংক্লাৱৰ বিষয় ববীয়াৰ লগতে স্হানীয়লোক উপস্হিত থাকে !যাদৱ পায়েঙক সম্বর্ধনা জনোৱা হয় ।
Read More...

অসম্পূৰ্ণ হৈ থকা কাৰ্য সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰ-অভিযন্তাক কঠোৰ সকীয়নি বৰপেটা জিলা উপায়ুক্তৰ

সুদীৰ্ঘ দিন ধৰি অৰ্দ্ধনিৰ্মিত অৱস্থাত থকা বৰপেটা জিলাৰ গোমাফুলবাৰী আৰু গোমাৰীগুৰী আদৰ্শ বিদ্যালয়ৰ নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে আজি লোক নিৰ্মাণ বিভাগৰ সংশ্লিষ্ট বিষয়া সকলক নিৰ্দেশ দিছে। আজি
Read More...

বলীউডৰ ইচ্ছাধাৰী নাগ এতিয়া NCBৰ জিম্মাত

নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)ৰ দ্বাৰা সোধা-পোছা কৰি থকা বলীউড অভিনেতা অৰমান কোহলীক আজি ৰাতিপুৱা তেওঁৰ মুম্বাইৰ ঘৰৰ পৰা নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় । ড্ৰাগছ বিৰোধী সংস্থাটোৰ এটা দলে শনিবাৰে এজন মুখ্য ড্ৰাগ
Read More...

মন কি বাত: নাগৰিকসকলক মহান ভাৰতীয় পৰম্পৰা আগবঢ়াই নিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ

কৃষ্ণ জন্মাষ্টমীৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দেশবাসীক দেশৰ মহান পৰম্পৰাক আগুৱাই নিয়াৰ বাবে আহ্বান জনায়। তেওঁৰ মাহেকীয়া ৰেডিঅ' অনুষ্ঠান 'মন কি বাত'ৰ ৮০ তম সংস্কৰণত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে
Read More...

নগৰবেৰাত বানৰ তাণ্ডৱ, বানপানীত প্লাৱিত হৈছে অঞ্চলটোৰ একাধিক গাওঁ

কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ নগৰবেৰাৰ একাধিক গাওঁ বানপানীৰ কবলত। শেহতীয়াকৈ বানপানীত প্লাৱিত হৈছে অঞ্চলটোৰ একাধিক গাওঁ-ৰাজপথ। ৰাজপথ জলমগ্ন হোৱাত ৰাইজৰ যাতায়তত বিপৰ্যয় নমাৰ সমন্তৰালকৈ চৰণীয়া পথাৰ প্লাৱিত হোৱাত পোহনীয়া জীৱকুলৰো
Read More...

নলবাৰীৰ ককয়াত কৃতী শিক্ষক তাৰিনীকান্ত বৰ্মনৰ স্মৃতিসভা আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান

পশ্চিম নলবাৰী অঞ্চলৰ কৃতী শিক্ষক,প্ৰবীন নাট্যকৰ্মী, নাগাৰানামৰ পাঠক,সুবক্তা  তাৰিনীকান্ত বৰ্মনৰ পবিত্ৰ স্মৃতিত    ককয়া গাঁৱৰ কমাৰপাৰা চুবুৰীৰ বাসগৃহত 'পদাংক' নামৰ স্মৰনিকাখন আনুষ্ঠানিকভাবে উন্মোচন কৰা হয়।উল্লেখ্য যে,যোৱা ১৩ আগষ্টৰ দিনা
Read More...

ঐতিহাসিক শিলপোতা সত্ৰ সংযোগী নৱনির্মিত পথৰ দাঁতিত বৃক্ষৰোপন

পশ্চিম গুৱাহাটীৰ মাজিৰগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত পূব মাজিৰগাঁওস্থিত ঐতিহাসিক শিলপোতা সত্ৰ চৌহদক  ন -ৰূপ  দিয়াৰ বাবে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বিশেষ তৎপৰতাত অসম চৰকাৰৰ " অসম দৰ্পন" আঁচনিৰ অধীনত লোক নিৰ্মাণ বিভাগৰ পশ্চিম
Read More...

ৰঙিয়াস্থিত এছ এছ বিৰ মুখ্য কাৰ্যালয়ত ‘আজাদী কা অমৃত মহোৎসৱ’

ৰঙিয়াস্থিত  সশস্ত্ৰ সীমা বল ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ত (SSB) ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বৰ্ষ সম্পূৰ্ণ হোৱাৰ গৌৰৱময়  ক্ষণক বিশেষভাবে উদযাপন কৰাৰ উদ্দেশ্যে শনিবাৰে পালন কৰা হয় 'আজাদী কা অমৃত মহোৎসৱ'। এই উপলক্ষে  গুৱাহাটী পৰা ৰাজঘাট (দিল্লী)
Read More...

তিনিখনকৈ গাঁৱক চৰম প্ৰতাৰণা বিধায়ক ভাস্কৰ শৰ্মাৰ

তিনিখনকৈ ৰাজহ গাওঁ সংলগ্ন এটা মূল পথ। পথটোৰ জৰাজীৰ্ণ অৱস্থাই দুৰ্ভোগ ভোগাইছে তিনিখনকৈ ৰাজহ গাঁৱৰ জনসাধাৰণক। ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংলগ্ন উক্ত পথটো লেখাপানী গাওঁ, লেখাপানী নেপালী গাওঁ আৰু টিপং পানী গাঁৱৰ ৰাইজৰ একমাত্ৰ যোগাযোগৰ মাধ্যম
Read More...