Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

বৰপেটাত ৩৪৩.২৪ কুইন্টল চাউল সহ বলেৰো পিক আপ ভান জব্দ

বৰপেটাৰ সমীপৰ কাহিবাৰীৰ ছাহজাহান আলীৰ ঘৰ সংলগ্ন গোডাউনত টিকেন দাস নামৰ ব্যবসায়ী জনে দিৰ্ঘ্যদিন ধৰি চলাই আছিল চোৰাং চাউলৰ ৰোম ৰোমিয়া বেহা।বৰপেটা জিলা উপায়ুক্তৰ নিৰ্দেশক্ৰমে অতিৰিক্ত উপায়ুক্ত নবজিৎ পাঠকৰ নেতৃত্বত খাদ্য,অসামৰিক যোগান আৰু
Read More...

কলাইগাঁ‌ও আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ অবৈধ বিলাতী সুৰা জব্দ

বিটিআৰ ওদালগুৰি জিলা  কলাইগাঁ‌ও আৰক্ষীয়ে কলাইগাঁৱৰ বিভিন্ন স্থানত অভিযান চলাই বুজন পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে।ক'ৰণা  মহামাৰী লক'ডাউনৰ সুযোগ লৈ  কিছুমান দুষ্ট চক্ৰান্তই গাওঁ অঞ্চলত অবৈধভাৱে বিলতী সুৰাৰ বেহা চলাই আহিছে।যাৰ ফলত কলাইগাঁ‌ৱৰ
Read More...

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক লৈ আতংকিত ৰাইজঃ গোগামুখত যুৱ-ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদঃ…

এন এইচ পি চিয়ে নিৰ্মাণ কৰি থকা ২০০০ মেগাৱাট শক্তি সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ যিমানেই সম্পূৰ্ণ হোৱাৰ পথত আগবাঢ়িছে ইমানেই প্ৰকল্পটোৰ নামনি অংশৰ ৰাইজৰ মাজত আতংক আৰু অনিশ্চয়তা অধিক বৃদ্ধি পাবলৈ আৰম্ভ হৈছে ৷ প্ৰকল্পটোৰ
Read More...

চাবুৱা-দধীয়াৰ বানবিধ্বস্ত এলেকা পৰিদৰ্শন বিধায়ক পোনাকণ বৰুৱাৰ

চাবুৱা ৰাজহ চক্ৰৰ অধীনস্থ তথা শেহতীয়াকৈ পঞ্চমটো বানত বিধ্বস্ত বিস্তৃত দধীয়া  এলেকা আজি  পৰিদৰ্শন কৰে চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই ၊  ভুতভুতি নাৱেৰে সাংবাদিকসহ নদী পাৰ হৈ বিধায়ক গৰাকীয়ে বানপিড়িত বিস্তীৰ্ণ এলেকা পৰিদৰ্শন কৰি
Read More...

পথৰ দুৰৱস্থাই জ্বলা কলা খুৱাইছে ৰাইজক : নৱ নিৰ্মিত ৫২ নং বি ৰাষ্ট্ৰীয় ঘাইপথৰ উপপথ শীঘ্ৰে নিৰ্মাণৰ…

 চৰাইদেউৰ সাপেখাতীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাপেখাতী আঞ্চলিক সমিতিয়ে নৱ নিৰ্মিত ৫২ নং বি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কাৰী সংস্থা গৌতম কনচট্ৰাকচনৰ বিৰুদ্ধে শনিবাৰে সাপেখাতীৰ মাজমজিয়াত অভিনৱ প্ৰতিবাদেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
Read More...

সুখোৱাৰঝাৰত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কাল ৰূপ : একাধিক ঘৰ দুৱাৰৰ প্ৰতি তীব্ৰ ভাবুকি : কূম্ভকৰ্ণ…

:বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ দক্ষিণ পাৰৰ সুখোৱাৰঝাৰ অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ গৰাখহনীয়াই আতংকিত কৰি তুলিছে নৈ পৰীয়া শ শ পৰিয়ালক। ইতিমধ্যে কালৰূপী খহনীয়াই এফালৰ পৰা মাটি চপৰা চপৰে খহাই নিয়াত নদীৰ বুকত জাহ গৈছে এটাৰ পিছত আন এটাকৈ
Read More...

ভাদমহীয়া বানৰ কবলত দেৰগাঁৱৰ বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চল,ৰাতিৰ ভিতৰতে তচনচ কৰি পেলালে কৃষকৰ সপোন

ভাদমহীয়া বানৰ কবলত পৰি দেৰগাঁৱ ৰাজহ চক্ৰৰ বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ লগতে সমীপৱৰ্তী দক্ষিণ আহঁতগুৰি বাসী দিশহাৰা হৈ পৰিছে। খৰাং পৰিস্থিতিৰ বাবে কৃষিজীৱি অঞ্চলটোত শেহতীয়াকৈ  কৃষকে পানীৰ অভাৱত গাঁঠিৰ ধন ভাঙি মেছিনেৰ পানী সিঁচি দুই এডৰা
Read More...

ঘগ্ৰাপাৰৰ-আল্লিয়াত নোনা নৈৰ ওপৰত বাঁহৰ দলং উটুৱাই নিয়াৰ ফলত যাতায়ত -যোগাযোগ বিচ্ছিন্ন

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আল্লিয়াৰ মিলন বজাৰৰ সমীপৰ  নোনা নৈৰ ওপৰত থকা বাঁহৰ দলং বাঢ়নী পানী উটুৱাই নিয়াত বৃহত্তৰ অঞ্চলটো ৮/১০ খন গাঁৱৰ ৰাইজৰ যাতায়ত -যোগাযোগৰ ক্ষেত্ৰত ভীষণ অসুবিধা সৃষ্টি হৈছে।উল্লেখ‍্য যে আল্লিয়া-
Read More...

বন্ধন বেংকৰ বাবে স্বাৱলম্বী নলবাৰীৰ এগৰাকী মহিলা

নিজৰ একমাত্ৰ কষ্ট আৰু পৰিশ্ৰমৰ দ্বাৰা বিভিন্ন ক্ষুদ্ৰ ব্যৱসায় তথা ক্ষুদ্ৰ উদ্যোগৰ দ্বাৰা স্বাৱলম্বী হব ধৰিছে ৰাজ্যখনৰ ভিন্ন জিলাৰ মহিলা সকল  । কিন্তু এই মহিলা সকলৰ স্বাৱলম্বিতাৰ আঁৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বিভিন্ন বেংক সহ
Read More...

তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি পালন

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে আজি তথ্য আৰু জনসংযোগ সঞ্চালকালয়তো মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি পালন কৰা হয়।এই উপলক্ষে সঞ্চালকালয়ৰ দিছপুৰস্থিত মুখ্য কাৰ্যালয়ত নাম-প্ৰসংগ অনুষ্ঠিত কৰাৰ লগতে সঞ্চালকালয়ৰ সাংস্কৃতিক শাখাৰ কৰ্মচাৰীসকলে
Read More...