Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

ঘগ্ৰাপাৰৰ-আল্লিয়াত নোনা নৈৰ ওপৰত বাঁহৰ দলং উটুৱাই নিয়াৰ ফলত যাতায়ত -যোগাযোগ বিচ্ছিন্ন

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আল্লিয়াৰ মিলন বজাৰৰ সমীপৰ  নোনা নৈৰ ওপৰত থকা বাঁহৰ দলং বাঢ়নী পানী উটুৱাই নিয়াত বৃহত্তৰ অঞ্চলটো ৮/১০ খন গাঁৱৰ ৰাইজৰ যাতায়ত -যোগাযোগৰ ক্ষেত্ৰত ভীষণ অসুবিধা সৃষ্টি হৈছে।উল্লেখ‍্য যে আল্লিয়া-
Read More...

বন্ধন বেংকৰ বাবে স্বাৱলম্বী নলবাৰীৰ এগৰাকী মহিলা

নিজৰ একমাত্ৰ কষ্ট আৰু পৰিশ্ৰমৰ দ্বাৰা বিভিন্ন ক্ষুদ্ৰ ব্যৱসায় তথা ক্ষুদ্ৰ উদ্যোগৰ দ্বাৰা স্বাৱলম্বী হব ধৰিছে ৰাজ্যখনৰ ভিন্ন জিলাৰ মহিলা সকল  । কিন্তু এই মহিলা সকলৰ স্বাৱলম্বিতাৰ আঁৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বিভিন্ন বেংক সহ
Read More...

তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি পালন

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে আজি তথ্য আৰু জনসংযোগ সঞ্চালকালয়তো মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি পালন কৰা হয়।এই উপলক্ষে সঞ্চালকালয়ৰ দিছপুৰস্থিত মুখ্য কাৰ্যালয়ত নাম-প্ৰসংগ অনুষ্ঠিত কৰাৰ লগতে সঞ্চালকালয়ৰ সাংস্কৃতিক শাখাৰ কৰ্মচাৰীসকলে
Read More...

কাৰ্বি আংলং আৰক্ষী আৰু অসম ৰাইফলছৰ যুটীয়া অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ জব্দ

কাৰ্বি আংলং আৰক্ষী আৰু অসম আৰক্ষীৰ যুটীয়া অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ -শস্ত্ৰ জব্দ কৰাৰ লগতে চাৰিজন লোকক আটক কৰে।এক গোপন সূত্ৰৰ পম খেদি শুক্ৰ বাৰে পুৱা কাৰ্বি আংলং আৰক্ষী আৰু ডিমাপুৰস্থিত পঞ্চম অসম ৰাইফলছৰ এটা যুটীয়া দলে কাৰ্বি
Read More...

যোৰহাটৰ তিমতিমীয়াত যোগেন চন্দ্ৰ নেওগৰ তিনিখন গ্ৰন্থ উন্মোচন

সাংস্কৃতিক মহাসভা অসম, যোৰহাট জিলা সমিতিৰ প্ৰাক্তন সম্পাদক যোগেন চন্দ্ৰ নেওগৰ ভিন্ন প্ৰসংগৰ তিনিখন গ্ৰন্থ ২২ আগষ্টত উন্মোচন হৈ যায়। ক'ভিড প্ৰতিৰোধ বিধি মানি নামনি তিমতিমীয়া গাঁৱত লেখকৰ গৃহত সাহিত্যসেৱী প্ৰফুল্ল প্ৰাণ গগৈৰ সঞ্চালনাত
Read More...

মাজুলীত ভদীয়া বানে প্লাবিত কৰিলে নদী কাষৰীয়া প্ৰায় ৩০খনকৈ অধিক গাঁও

মাজুলীৰ মথাউৰীৰ বাহিৰৰ প্ৰায় ৩০ খনতকৈ অধিক গাওঁ  ভদীয়া বানত কৱলত পৰিছে।কেইবাদিনো ধাৰাসাৰ বৰষুণ হোৱাৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাই আহিছে যাৰ পৰিপ্ৰেক্ষিতত ন ন অঞ্চল প্লাৱিত হৈছে।পূব মাজুলীৰ অন্তৰ্গত নৈপৰীয়া শালমৰাৰ প্ৰায় ৬০০ টা
Read More...

বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ তৎপৰতাত বৈঠক পশ্চিম গুৱাহাটী নাগৰিক সচেতন মঞ্চৰ

পশ্চিম বৰগাঁওৰ বেলৰতলত দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত বিগত ১০ আগষ্টৰ পৰা গুৱাহাটী পৌৰ নিগমে ( জি এম চি ) ৰাষ্ট্রীয় সেউজ ন্যায়ধিকৰণৰ ( এন জি টি )  নিৰ্দেশ উলংঘা কৰি দৈনিক প্ৰায় ৫০০ মেট্ৰিক টন গেলা পঁচা দূষিত আৱৰ্জনা পেলাই দীপৰ বিলৰ
Read More...

জৰাজীৰ্ণ বাট-পথে জীয়াতু ভূগাইছে মাৰ্ঘেৰিটাৰ মুলাং গাওঁবাসীক

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভাৰ শামুকজান গাওঁ পঞ্চায়তৰ অন্তৰ্গত দুই নং মুলাং গাওঁবাসীয়ে জৰাৰ্জীণ বাট-পথৰ বাবে স্বাধীনতা লাভৰ অত বছৰৰ পিছতো যমৰ যাতনা ভুঞ্জিব লগা হৈছে। স্বাধীনতা লাভৰ ৭৫ বছৰৰ পিছতো গাওঁখনত যাতায়তৰ বাবে নাই কোনো
Read More...

মৰিগাঁৱত গ্ৰামীণ জীৱিকা মিছনে ৩২জন নিবনুৱাক প্ৰদান কৰে ড্রাইভিং লাইসেন্স

অসম চৰকাৰৰ শেহতীয়া কেবিনেট সিদ্ধান্ত অনুসৰি মৰিগাঁও জিলাৰ ৩২ জনকৈ নিবনুৱা যুৱকক পৰিবহন বিভাগে প্ৰদান কৰে ড্ৰাইভিং লাইচেঞ্চ ৷ উল্লেখ্য যে উক্ত যুবক সকলক যোৱা ১৩ আগষ্টৰ পৰা জিলা পৰিবহন বিভাগে গাড়ী চলোৱাৰ বিভিন্ন দিশৰ প্ৰশিক্ষণ প্ৰদান
Read More...

বলীউডৰ দেহৰক্ষীৰ বিশাল দৰমহাই আপোনাৰ চকু কপালত উঠাব

বলীউডৰ তাৰকা সকলক কেতিয়াও মুখ্য মুখঅনুসৰণ কৰা দল অবিহনে দেখা নাযায়। যদি আপুনি যিকোনো B-Townৰ এজন উৎসাহী অনুৰাগী, আপুনি নিশ্চিতভাৱে এজন 6 ফুটৰ এজন ব্যক্তিক লক্ষ্য কৰিব যি সদায় অভিনেতাজনক পহৰা দিয়ে, নিশ্চিত কৰে যে কোনেও তেওঁলোকৰ কাষ
Read More...