Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

মূখ্যমন্ত্ৰীলৈ ছয় দফীয়া দাবীৰে স্মাৰক পত্ৰ প্ৰদান নদুৱাৰ শাখা আটছাৰ

চাহ জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া ছয় দফীয়া দাবী পূৰণৰ বাবে আটছাই ৰাজ্যৰ প্ৰত্যেক জিলাৰ পৰা মূখ্য মন্ত্ৰীলৈ চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যা সামাধানৰ দাবী জনাই স্মাৰক পত্ৰ প্ৰেৰণ কাৰ্যসূচী হাতত লোৱাৰ লগতে বিশ্বনাথ জিলাৰ আন আন শাখা আটছাৰ দৰে নদুৱাৰ
Read More...

‘দেশ কা মেন্টৰ’ৰ ব্ৰেণ্ড এম্বেচেডৰ হ’ব চনু সুদ

বলীউড অভিনেতা চনু সুদ দিল্লী চৰকাৰৰ উচ্চাকাংক্ষী 'দেশ কা মেন্টৰ' উদ্যোগৰ ব্ৰেণ্ড এম্বেচেডৰ হ'ব, শুকুৰবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ঘোষণা কৰে। চনু সুদে ৰাষ্ট্ৰীয় ৰাজধানীত কেজৰিৱালক সাক্ষাৎ কৰে, আম আদমী পাৰ্টিৰ (আপ) মুৰব্বীয়ে ঘোষণা
Read More...

ঢেকীয়াখোৱা বৰ নামঘৰত মহাপুৰুষ মাধাৱদেৱৰ তিৰোভাৱ তিথি উদযাপন

মহাপুৰুষ মাধৱদেৱৰ ৪২৫ সংখ্যক তিৰোভাৱ তিথি ক'ভিডৰ নীতি নিয়মৰ মাজেৰে যোৰহাট জিলাৰ পূব প্ৰান্তত মহাপুৰুষজনাই নিজ হাতে প্ৰতিষ্ঠা কৰা টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনাঘৰতো সমগ্ৰ ৰাজ্যৰ লগতে উদযাপন কৰা হৈছে তিৰোভাৱ তিথি।কভিডৰ আতংকৰ মাজতে
Read More...

পানেৰীত চিলাই মেচিন আৰু টিনপাত বিতৰণ

পানেৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত খালীংদুৱাৰ মণ্ডল বিজেপিৰ অন্তৰ্গত গাওঁ সমূহত পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নিৰ্দেশ মৰ্মে ওদালগুৰি ব্লকৰ পৰা ৪০ বান টিন আৰু ৬০ টা চিলাই মেচিন বিতৰণ কৰে। খালীংদুৱাৰ
Read More...

এটি সাত বছৰীয়া শিশুৱে দহটাকৈ মোবাইল এপ তৈয়াৰ কৰি দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে

এটি সাত বছৰীয়া শিশু, নাম বিৰাজ কৌশাল। ডিগবৈস্থিত দিল্লী পাব্লিক স্কুলত অধ্যয়নৰত চতুৰ্থ শ্ৰেণীৰ মেধাৱী ছাত্ৰ গৰাকীয়ে নিজৰ অসাধাৰণ প্ৰতিভাৰ পৰিচয় দাঙি ধৰি তৈয়াৰ কৰি উলিয়াইছে দহটাকৈ মোবাইল এপ। লেখাপানীস্থিত সেনা ছাউনিত কৰ্মৰত সেনা
Read More...

গুৱাহাটীত পানীৰ স্তৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ

উজনি অসম আৰু চুবুৰীয়া ৰাজ্যসমূহত ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ স্তৰ বাঢ়ি আহিছে। গুৱাহাটীৰ কেইবাটাও অংশ জলমগ্ন হৈ পৰিছে। কেন্দ্ৰীয় জল আয়োগৰ এজন বিষয়াই জনোৱা অনুসৰি, যোৱা চাৰিৰ পৰা পাঁচ দিন ধৰি ব্ৰহ্মপুত্ৰত পানী বাঢ়িছে।
Read More...

নলবাৰী জিলাত মূল্যবৃদ্ধিৰ প্ৰতিবাদত AASUৰ বিক্ষোভ

 সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ আহ্বানত আৰু পশ্চিম বনভাগ আঞ্চলিক ছাত্র সন্থাৰ  উদ‍্যোগত ৰন্ধন গেছ আৰু অত‍্যাৱশ‍্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি নীলপুৰৰ চকত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয়।অসম চৰকাৰ হায় হায়, খাদ্য সামগ্ৰী
Read More...

আজাদ হিন্দ ফৌজৰ স্বহীদ মেজৰ দুৰ্গা মল্লৰ ৭৭তম্ বলিদান দিৱস

সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত গঠন হোৱা আজাদ হিন্দ ফৌজৰ অন্যতম প্ৰথম গোৰ্খা সেনা শ্বহীদ মেজৰ দুৰ্গা মল্লৰ ৭৭ তম্ বলিদান দিৱস খাউৰাঙ আৰু ওদালগুৰিত দিনযোৰা কাৰ্য্যসূচীৰে সম্পন্ন  হয়।  সদৌ অসম গোৰ্খা ছাত্র সন্থা খাউৰাঙ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু
Read More...

চৰকাৰী অৰ্থ আত্মসাৎ কৰাৰ অভিযোগত অভিযুক্ত গৌৰীপুৰ উন্নয়ন খণ্ডৰ দুই অভিযন্তা

ধুবুৰী জিলাৰ  গৌৰীপুৰ উন্নয়ন খণ্ডৰ দুই পলাতক অভিযন্তাক ধুবুৰী আৰক্ষীৰ দল পশ্চিমবংগৰ পৰা গ্ৰেপ্তাৰ কৰাৰ ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে। ধুবুৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পাৰ্থ প্ৰতীম গগৈৰ নেতৃত্বত আৰক্ষীৰ দল আজি পশ্চিম বংগৰ পৰা এক গোপন সূএত
Read More...

বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া নৱজিৎ দাস পাঠকৰ সোঁৱৰণত শ্ৰদ্ধাৰ্ঘ গ্ৰন্থ উন্মোচন

একশৰণ হৰিনাম ধৰ্ম আৰু সত্ৰীয়া কৃষ্টি- সংস্কৃতিৰ একনিষ্ঠ সাধক- সেৱক, প্ৰচাৰ- প্ৰসাৰক, বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া নৱজিৎ দাস পাঠকৰ সোঁৱৰণত প্ৰস্তুত কৰি উলিওৱা শ্ৰদ্ধাৰ্ঘ গ্ৰন্থখন যোৱা ২৪ আগষ্টৰ সন্ধিয়া  উন্মোচন কৰা হয় ৷ ডেকাসত্ৰীয়া গৰাকীৰ
Read More...