মুখ্য-পৃষ্ঠা

মৃত্যু এতিয়া সহজ….

✍ অংশুমান ভূঞা হয়, আপুনি শিৰোনামত ঠিকেই পঢ়িছে। মৃত্যু এতিয়া তেনেই সুলভ। জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ উত্তৰণত আজি ভূ-লুণ্ঠিত মানৱতা। "শঙ্কৰ-আজান"ৰ সম্প্ৰীতিৰ দেশত হিংসা-প্ৰতিহিংসাৰ দাৱানল। তাত জাহ গৈছে সাতামপুৰুষীয়া একতাৰ এনাজৰী। সমন্বয়ৰ বহুৰঙী...

ক্ষতিগ্ৰস্ত মঠাউৰিৰ জৰুৰী মেৰামতি ব্যৱস্থা জলসম্পদ বিভাগৰ।

উজনি-মাজুলী : শেহতীয়াকৈ বৰষুণত ক্ষতিগ্ৰস্ত হোৱা মাজুলীৰ মঠাউৰিৰ অংশসমূহ জৰুৰী ভাৱে মেৰামতি কৰাৰ ব্যৱস্থা লৈছে জলসম্পদ বিভাগে। মঙ্গলবাৰে বিভাগটোৰ মাজুলী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ড০ ৰাজীৱ গোস্বামীয়ে...

কোৱাৰেণ্টাইন আবাসীয়ে বিদ‍্যালয়ত পাতিলে ফুলনি বাগিচা ।

কলিয়াবৰ : "মন কৰিলেই চন, বাকৰি মাটিতেই ধন।" আপ্ত বাক‍্যশাৰীৰ সফল প্ৰয়োগেৰে "অলস মন চয়তানৰ বাসস্থান" বুলি কোৱা কথাষাৰ ভুল প্ৰমাণিত কৰিলে ষোল্লজন যুৱকে। ক'ৰণা মহামাৰীৰ...

বাঢ়িল ডিজেলৰ, নাবাঢ়িল পেট্ৰলৰ মূল্য ।

দৈনন্দিন বাৰ্তা ডেস্ক : মূল্যবৃদ্ধিৰ চকা চলি থকাৰ মাজতে ১৭ দিনৰ পাছত থমকি ৰৈছে৷ দাম নাবাঢ়িল পেট্ৰলৰ৷ কিন্তু ১৮ দিনৰ দিনা ডিজেলৰ দাম বৃদ্ধি পায়৷...

অবৈধ মদৰ ঘাটিত গেলেকী আৰক্ষীৰ অভিযান : বুজন পৰিমাণৰ লালী গুড় জব্দ ।

নাজিৰা : নাজিৰা মহকুমাৰ সীমান্তবৰ্তী গেলেকী হাতিপট্টীত যোৱা নিশা গেলেকী আৰক্ষীয়ে অবৈধ মদৰ ঘাটীত অভিযান চলাই বুজন পৰিমাণৰ লালী গুড় উদ্ধাৰ কৰে। অৱশ্যে মদৰ...

Popular