মুখ্য-পৃষ্ঠা

ৰাজস্থান উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ : মঙলবাৰ পৰ্যন্ত কোনো ব্যৱস্থা ল’ব নোৱাৰিব শচীন পাইলট-অনুগামীৰ বিৰুদ্ধে ৷

দৈনন্দিন বাৰ্তা ডেস্ক : মঙলবাৰ পৰ্যন্ত শচীন পাইলট আৰু তেওঁৰ অনুগামীৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নহ’ব ৷ এই কথা শুকুৰবাৰে জনালে ৰাজস্থান উচ্চ ন্যায়ালয়ে৷ ‘‌দলবিৰোধী...

স্তব্ধ যান-বাহন : কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানলৈ পঠিওৱাৰ চেষ্টা বনৰক্ষী আৰু আৰক্ষীৰ।

কলিয়াবৰ : কলিয়াবৰ মহকুমা অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত আজি বিয়লি এটা প্ৰকাণ্ড গঁড়ৰ অৱস্থান। দুই পাৰৰ যান-বাহন স্তব্ধ। গঁড়ে পথ...

নগাঁৱত ৰাজপথত দপদপকৈ জ্বলিল এখন ট্ৰাক ।

নগাঁও : নগাঁও চহৰৰ সমীপৰ ইছলামপট্টীত আজি ৰখাই থোৱা এখন ট্ৰাকত অগ্নিসংযোগ হোৱাৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে, ইছলামপট্টীৰ জ্যোতি ফ্ল'ৰ মিলৰ সন্মুখত...

লুইতৰ উগ্ৰমুৰ্ত্তিয়ে নিদ্ৰা হৰিছে নগাঁওবাসীৰ, জলসম্পদ মন্ত্ৰীৰ গৃহজিলাত বিপদ ডংকা ।

 নগাঁও : নগাঁও আৰু মৰিগাঁও অঞ্চলৰ বিস্তীৰ্ণ অঞ্চলত পুনৰ লুইতৰ বানে বুৰাই পেলোৱাৰ আশংকাই বৰ্তমান আতংকিত কৰিছে জিলা দুখনৰ নৈ-পৰীয়া ৰাইজক। বিশেষকৈ নগাঁও জিলাৰ...

দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডত ব্যাপক দুৰ্নীতি । ভাৰাতীয়া জবকাৰ্ডৰে আঁচনিৰ ধন আত্মসাত ফকিৰপাৰা গাওঁ পঞ্চায়তত ।

দলগাঁও : লকডাউনৰ সময়ত জবকাৰ্ড শ্ৰমিকক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে মহাত্মা গান্ধী নিয়োগ নিশ্চিত আঁচনি চমুকৈ এমজিএনৰেগাৰ অধীনত বুজন পৰিমাণৰ টকা আৱন্টণ দিছে ঠিকেই...

Popular