মুখ্য-পৃষ্ঠা

ফিল’বাৰীত কানিসহ যুৱক আটক, দুজন পলাতক ।

দৈনন্দিন বাৰ্তাৰ সেৱা : তিনিচুকীয়া জিলাৰ ফিল'বাৰী আৰক্ষী থানাৰ উপ পৰিদৰ্শক বিক্ৰমজিৎ পেগুৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে গোপন সুত্ৰৰ পম খেদি আজি দুপৰীয়া ফিল'বাৰী অঞ্চলৰ...

আন্তর্জাতিক বাণিজ্য কেন্দ্রত আমদানি আৰু ৰপ্তানি বন্ধ হোৱাৰ দিশত,কৰিমগঞ্জ ।

ৰাহুল পাল, কৰিমগঞ্জ:- লক ডাউনৰ বাবে দেশজুৰি আৰ্থিক সংকটৰ সম্ভৱনা যি সময়ত প্ৰবল হৈ উঠিছে তেনে সময়ত সুতাৰকান্দী আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰত আমদানি ৰপ্তানি ব্যৱস্থা...

জনসম্পৰ্ক অভিযান আৰম্ভ কৰে গহপুৰৰ বিধায়ক উৎপল বৰাই ।

দৈনন্দিন বাৰ্তা সেৱা, ডুবিয়া : আজি ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম বৰ্ষ আৰু অসম চৰকাৰৰ প্ৰথমটো কাৰ্যকালৰ চতুৰ্থ বৰ্ষৰ সম্পূৰ্ণ হৈছে।সেই উদ্দেশ্যে...

অশান্তজৰ্জৰ গেলেকী সীমান্ত অঞ্চল পৰিদৰ্শন বিৰোধী দলপতি দেৱব্ৰত শইকীয়ৰঃঅসমৰ ভূমিত নগা আৰক্ষীৰ তহল দূৰ্ভাগ্যজনক ।

 নাজিৰা : সীমান্তবৰ্তী গেলেকী শিঙিবিল অঞ্চল আজি পৰিদৰ্শন কৰে ৰাজ্যিক বিধান সভাৰ বিৰোধী দলপতি তথা নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই।বিৰোধী দলপতিগৰাকীয়ে সীমান্ত...

মঙলদৈত বিজেপি নেতা কৰ্মীৰ মহাভৈৰৱ যজ্ঞ। কৰণা মহামাৰী আৰু ৰাজ্যৰ সেনাপতিৰ আৰোগ্য কামনা।

মঙলদৈঃ ৰাজ্যত ক্ৰমাগতভাৱে কভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ সময়তে মঙলবাৰে মঙলদৈত অনুস্হিত হল মহাভৈৰৱ যজ্ঞ। ৰাজ্যত কৰণাৰ পৰা নিৰাময় আৰু স্বাস্হ্যমন্ত্ৰী ডঃহিমন্তবিশ্ব শৰ্মাৰ আৰগ্য কামনাৰে...

Popular