মুখ্য-পৃষ্ঠা

বেংকসমূহে লাভ কৰা নাই চৰকাৰৰ নিৰ্দেশাৱলী।লকডাউনকালীন চৰকাৰী সাহাৰ্য ঘোষণাতে আবদ্ধ।

গুৱাহাটী দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে লকডাউনৰ দীঘলীয়া সময়ছোৱাত ক্ষয়-ক্ষতিৰ সন্মুখীন হোৱা অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ সকাহৰ বাবে এলানি আৰ্থিক...

মুখ্যমন্ত্ৰী সৰ্বানন্দ-বিত্তমন্ত্ৰী হিমন্ত বিশ্বৰ সেউজ সংকেত : দিছপুৰত জয়ন্ত দাসে পাব বিজেপিৰ টিকট !

গুৱাহাটী ৰাজ্যৰ বিধান সভা নিৰ্বাচনলৈ মাজত আছে দহটা মাহ। সম্প্ৰতি ক’ৰ’ণা ভাইৰাছ আৰু লকডাউনৰ বাবে সামাজিক কাম-কাজ এক প্ৰকাৰ বন্ধ হৈ আছে। কিন্তু ৰাজনৈতিক কাম-কাজ...

কোৱাৰেণ্টাইনৰ নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হওঁক : হিন্দু যুৱ ছাত্ৰ ।

গুৱাহাটী কোৱাৰেণ্টাইনৰ নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হ’বলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমে। আজি বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ...

গুৱাহাটীলৈ ঘূৰি অহা নাই স্বাভাৱিক অৱস্থা : এতিয়াও দোকান-পোহাৰ, উদ্যোগ-বাণিজ্য তথা কৰ্মক্ষেত্ৰৰ পথ সূচল হোৱা নাই ।

গুৱাহাটী আঢ়ৈ মহীয়া কঠোৰ লকডাউনৰ পিছত পঞ্চমবাৰলৈ যোৱা পহিলা জুনৰ পৰা এমহীয়া লকডাউন পুনৰ বৰ্তি আছে। এইবাৰ অৱশ্যে পূৰ্বতকৈ বহু ক্ষেত্ৰত শিথিলতা পৰিলক্ষিত হৈছে।...

৩৮ জনলৈ বৃদ্ধি দৰঙত ক’ভিড আক্ৰান্তৰ সংখ্যা । কনটেইনমেন্ট জ’ন ঘোষণা খাৰুপেটীয়া মহাবিদ্যালয় ছাত্র নিবাস চৌহদ আৰু ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সভাকক্ষ ।

মঙলদৈ  দৰঙত দ্ৰুত হাৰত বৃদ্ধি পাব ধৰিছে ক'ভিড আক্ৰান্তৰ সংখ্যা । দৰঙত চিকিৎসাধীন হৈ থকা ক'ভিড আক্ৰান্তৰ সংখ্যা ৩৮ জনলৈ বৃদ্ধি পালে । বৃহস্পতিবাৰে নিশা...

Popular