মুখ্য-পৃষ্ঠা

উচ্চতৰ মাধ্যমিকৰ ফলাফলত দ্বিতীয়বাৰ অসমৰ ভিতৰত বিজ্ঞান শাখাত শীৰ্ষ স্থান শিৱসাগৰ জিলা ।

নাজিৰা : হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰা শিৱসাগৰ জিলাত আনন্দোল্লাসৰ মাজতে ২৫ জুনত ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল অনুসৰি...

আইচিইৰ দ্বাৰা ঘৰতেই কম্পিউটাৰৰ প্ৰশিক্ষণ ।

উজনি-মাজুলী : ক'ৰণা ভাইৰাচৰ প্ৰভাৱত সমগ্ৰ বিশ্বতেই শিক্ষা আৰু অর্থনীতিৰ ক্ষেত্ৰখনত যথেষ্ট সংকটৰ সন্মুখীন হৈছে৷ এই মহামাৰীয়ে আটাইতকৈ বেছি প্ৰভাৱিত কৰিছে শিক্ষাৰ্থীসকলক৷ বহুতেই ইতিমধ্যে এটা শিক্ষাবৰ্ষ...

কলাত ৯৪ শতাংশ, বিজ্ঞান, বাণিজ্য, কাৰিকৰীত ১০০ শতাংশৰে সাফল্য চামগুৰি সত্ৰ ৰাৱনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় ।

উজনি-মাজুলী : ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত পূব মাজুলীৰ চামগুৰি সত্ৰ ৰাৱনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সন্তুোষজনক ফলাফল লাভ কৰিবলৈ সক্ষম হয়। বিদ্যালয়খনৰ পূৰ্বৰ...

আন্তর্জাতিক ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন ।

উজনি-মাজুলী : আন্তর্জাতিক ড্ৰাগছ  আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে শুকুৰবাৰে মাজুলী জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰু মাজুলীৰ অন্যতম সেচ্ছাসেৱী সংগঠন 'ইম্পেক্ট এন. ই' ৰ সহযোগত এটি কাৰ্যসূচী অনুষ্ঠিত...

সোণতলীত প্ৰথমটো বানপানীত বিধ্বস্ত কৃষিভূমি, মৎস পালক : কৃষকৰ মূৰে-কপালে হাত ।

সোণতলী :  ৰাজ্যখনত বিগত কেইদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমুহ উফন্দি উঠাত‌ নৈপৰীয়া অঞ্চলসমুহত পানী উপচি পৰিছে। ৰাজ্যখনৰ কেবাখনো জিলাত প্ৰথমটো বানপানীয়ে...

Popular