মুখ্য-পৃষ্ঠা

সাংবাদিকক লংকা মণ্ডল যুৱ মৰ্চাৰ মাস্ক, ছেনিটাইজাৰ বিতৰণ

লংকা সমগ্ৰ অসমতে  ক’ৰোনাই মহামাৰী ৰূপ ধাৰণ কৰা সময়তে জৰুৰীকালীন সেৱাত ব্ৰতী থকা আৰক্ষী প্ৰশাসন, চিকিৎসক, সংবাদকৰ্মী লোকসকলে দিনেই নিশাই একাকাৰ কৰি ৰাইজক সেৱা কৰি আছে।এনে...

“মহামাৰী কভিড ১৯ ৰোগ সংকটৰ পৰা লাভ কৰা শিক্ষা”

স্বেতা ছেত্ৰী                           অতি প্ৰাচীন কালৰে পৰা মানৱজাতিয়ে সময়ে সময়ে নানান দুৰ্যোগৰ সন্মুখীন হৈ আহিছে। সেইয়া মেলেৰিয়াই হওঁক, বসন্ত ৰোগেই হওঁক, প্লেগেই হওঁক বা বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে...

আমিয়েই, নিমাত প্ৰকৃতিৰ প্ৰতিবাদী কন্ঠ

◆ৰাজীৱ কমল শইকীয়া বোধহয়, গছ, অৰণ্য অথবা পৰিৱেশৰ অন্য উপাদানৰ ওচৰত আমি কি ধৰণেৰে ঋণী, সেই কথা আজিৰ সচেতন পাঠকৰ আগত দোহৰাৰ অলপো প্ৰয়োজন নাই | শেহতীয়াকৈ সংবাদ মাধ্যমৰ...

দৰঙত ৩২.৪১ কোটি টকীয়া নিৰ্মীয়মান মথাউৰি পুনৰ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ : শংকিত নৈপৰীয়া

দৰং দৰঙত জলসম্পদ বিভাগৰ জৰিয়তে পুনৰ নিৰ্মাণ কৰা মঠাউৰিত ব্যাপক অনিয়ম হোৱা অভিযোগ উত্থাপন হৈছে৷ প্ৰায় ৩২.৪১ কোটি টকাৰে পুনৰ নিৰ্মাণ কৰা মথাউৰি নিৰ্মাণত হোৱা...

অসমীয়া লোককৃষ্টি আৰু আমাৰ সমাজ

ধৰ্মেন্দ্ৰ বৰা সময় পৰিবৰ্তনশীল | পৰিবৰ্তনশীল সময়ৰ সৈতে যিসকলে নিজকে খাপ খুৱাব নোৱাৰে সেইসকল সময়ৰ সোঁতত হেৰাই যায় | উদাহৰণস্বৰূপে আমি ড'ড নামৰ চৰাইবিধৰ কথা সকলোৱে জানো | কিন্তু এনে কিছুমান...

Popular