মুখ্য-পৃষ্ঠা

সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ জুবিন হত্যাত অভিযুক্ত শ্যামকানু মহন্ত

বিশেষ ফাষ্টট্ৰেক আদালত আৰু উচ্চ ন্যায়ালয়ত বাৰে বাৰে মুখথেকেচা খোৱাৰ পিছত এইবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ শ্যামকানু মহন্ত।

অম্বুবাচী মেলাক লৈ উখল মাখল শক্তিপীঠ কামাখ্যা ধাম

আজি নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি। প্ৰবৃত্তিৰ লগে লগে তিনিদিন ধৰি বন্ধ হৈ পৰিব কামাখ্যাৰ দুৱাৰ।

কাইলৈৰ পৰা নীলাচলত অম্বুবাচী মহাযোগ

কাইলৈৰ পৰা নীলাচলত অম্বুবাচী মহাযোগ। ২২ জুনৰ নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত প্ৰবৃত্তি।

ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি মানসিক চাপৰ পৰা সকাহ পাবলৈ কোনটো ভাল যোগাসন নে জিম ?

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬: ফিটনেছৰ বাবে যোগ আৰু জিম দুয়োটাই উত্তম। মানুহে প্ৰায়ে প্ৰশ্ন কৰে যে ফিটনেছৰ বাবে যোগাসন নে জিম ভাল।

ৰাজ্যত হ’ব প্ৰবল বৃষ্টিপাতঃ বিজুলী-ঢেৰেকনিৰ লগতে বজ্ৰপাতৰ সম্ভাৱনা

গৰমে দহিছে সমগ্ৰ ৰাজ্যক৷ গৰমৰ পৰা ৰক্ষা পৰিবলৈ অসমত এতিয়া বৰষুণৰ প্ৰয়োজন৷ অহা ২৪ জুনলৈ অসম, উত্তৰ-পূবত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে বতৰ বিভাগে৷

Popular