মুখ্য-পৃষ্ঠা

বিশ্ব অভিলেখ বৈভৱ সূৰ্যবংশীৰঃ মাত্র ১১ বলতে অৰ্ধ শতৰান বৈভৱৰ

বৈভৱ সূৰ্যবংশীৰ বিশ্ব অভিলেখ। মাত্র ১১ বলতে অৰ্ধ শতৰান বৈভৱৰ। ৫টা বাউণ্ডেৰী আৰু ৫ টা অ'ভাৰ বাউণ্ডেৰীৰে অৰ্ধ শতক।

আজি আন্তৰাষ্ট্ৰীয় যোগ দিৱসঃ য়োগা ফৰ হেলডি এজিং থীমেৰে পালন দ্বাদশ যোগ দিৱস

আজি আন্তৰাষ্ট্ৰীয় যোগ দিৱসঃ যোগা ফৰ হেলডি এজিং থীমেৰে পালন দ্বাদশ যোগ দিৱস। দেশৰ বিভিন্ন প্ৰান্তত দ্বাদশ আন্তৰাষ্ট্ৰীয় যোগ দিৱস পালন।

বৰক্ষেত্ৰীত ‘ৰাভা দিৱস’ আৰু ‘পথাৰ কবি’ ৰাম গগৈৰ ‘জন্ম দিৱস’ পালন

'মহান শিল্পী' কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু 'ৰামধেনু যুগ'ৰ 'পথাৰ কবি' খ্যাত বিশিষ্ট লোক দুজনৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰা হয়।

ৰাভা দিৱসত কলাগুৰুলৈ একাজলি শ্ৰদ্ধাঞ্জলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি পৱিত্ৰ ৰাভা দিৱসত কলাগুৰুলৈ একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশ অনুসৰি লাওঁপানী মধ্য ইংৰাজী বিদ্যালয়ত সম্প্ৰীতি ভোজন কাৰ্যসূচী

অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশ অনুসৰি লাওঁপানী মধ্য ইংৰাজী বিদ্যালয়ত সম্প্ৰীতি ভোজন কাৰ্যসূচী

Popular