মুখ্য-পৃষ্ঠা

আৰক্ষীৰ গাড়ীৰ পৰা জঁপিয়াই মৃত্যু পত্নীহন্তা ৰামানুজ গোস্বামীৰ

স্বাস্থ্য পৰীক্ষাৰ বাবে GMCHলৈ আনিছিল ৰামানুজক। GMCHৰ পাহাৰৰ পৰা জঁপিওৱাৰ ফলতে মৃত্যু। গাড়ীৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা কৰিছিল ৰামানুজে।

মুকালমুৱাত ১৪ সংখ্যক চক্ৰধৰ ডেকা সোঁৱৰণী আমন্ত্ৰণমূলক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ

মুকালমুৱাত ১৪ সংখ্যক চক্ৰধৰ ডেকা সোঁৱৰণী আমন্ত্ৰণমূলক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ

সৰ্বভাৰতীয় পৰ্যায়ত উজলিল অসমৰ সুযোগ্য খেলুৱৈ ভাৰ্গৱ দাস

দক্ষিণ এছিয়াৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে নেপালত অনুষ্ঠিত দ্ৰীপবল চেম্পিয়নশ্বিপত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে ভাৰ্গৱ দাস।

প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ছিদ্দিক আহমেদৰ দেহাৱসান

আজি পুৱা ৮ বজাত শেষ নিশ্বাস ত্যাগ মন্ত্ৰীগৰাকীৰ। জটিল ৰোগত আক্ৰান্ত হৈ মৃ্ত্যু ছিদ্দিক আহমেদৰ। ৪ বাৰকৈ বিধায়ক নিৰ্বাচিত হৈছিল ছিদ্দিক আহমেদ।

ড° তুলিৰাম ৰংহাঙৰ প্ৰয়াত পিতৃ জয়চিং ৰংহাঙৰ আদ্য শ্ৰাদ্ধত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীয়ূষ হাজৰিকা উপস্থিত

ড° তুলিৰাম ৰংহাঙৰ প্ৰয়াত পিতৃ জয়চিং ৰংহাঙৰ আদ্য শ্ৰাদ্ধত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীয়ূষ হাজৰিকা উপস্থিত।

Popular