মুখ্য-পৃষ্ঠা

২৪ জুনলৈ উত্তৰ-পূবত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

গৰমে দহিছে সমগ্ৰ ৰাজ্যক৷ গৰমৰ পৰা ৰক্ষা পৰিবলৈ অসমত এতিয়া বৰষুণৰ প্ৰয়োজন৷ অহা ২৪ জুনলৈ অসম, উত্তৰ-পূবত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে বতৰ বিভাগে৷

স্বস্তিঃ কমিব বস্তুৰ দাম, স্বাভাৱিক হ’ব যোগান শৃংখল…

বিশ্বৰ অৰ্থনীতিক তচ্‌নচ্‌ কৰি পেলোৱা মধ্য প্ৰাচ্যৰ যুদ্ধৰ অৱসান ঘটাৰ পথ মুকলি হ’ল৷ আমেৰিকা আৰু ইৰাণে কৰিলে শান্তি চুক্তি৷

প্ৰতিবাদধ্বনিত পুনৰ প্ৰাণ পালে জুবিন গাৰ্গৰ মচি পেলোৱা ছবিয়ে

অসমবাসীৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ এখন দেৱাল চিত্ৰ মচি পেলোৱাক লৈ জুবিনপ্ৰেমীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷

শোকাৱহ দুৰ্ঘটনাঃ তিনি ভাতৃে একেলগে সাৱটিলে কৰুণ মৃত্যুক

কেতিয়াও নভবা ঘটনা সংঘটিত তিনি ভাতৃৰ সৈতে। তিনি ভাতৃে একেলগে সাৱটি ল'লে কৰুণ মৃত্যুক।

বিদ্যালয়সমূহলৈ বিশেষ নির্দেশনাঃ ছাত্ৰ-ছাত্ৰীয়ে ইউনিফৰ্ম পিন্ধাটো বাধ্যতামূলক নহয়

বিদ্যালয়সমূহলৈ বিশেষ নির্দেশনাঃ ছাত্ৰ-ছাত্ৰীয়ে ইউনিফৰ্ম পিন্ধাটো বাধ্যতামূলক নহয়

Popular