মুখ্য-পৃষ্ঠা

NEET-UG পৰীক্ষাৰ পূৰ্বে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক, স্বচ্ছভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

NEET-UG পৰীক্ষাৰ পূৰ্বে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক, স্বচ্ছভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ৰাজ্য চৰকাৰৰ ৩ অসামৰিক বঁটা ঘোষণা

২৬ৰ বিষ্ণু ৰাভা বঁটা নৃত্য শিতানত প্ৰদান কৰা হ'ব মাণিক বৰবায়নক। ২৬ৰ বিষ্ণু ৰাভা বঁটা চাৰুকলা শিতানত প্ৰদান কৰা হ'ব মধুসূদন দাসক।

অম্বুবাচীলৈ মাজত মাত্র ৪ দিনঃ আহি গ’ল SOP

অম্বুবাচীক লৈ বিশেষ নির্দেশনা। নাৰ্ছাৰী পইণ্টৰ পৰা যান বাহন চলিবলৈ দিয়া নহ'ব। নিশা ১১ৰ পৰা পুৱা ৫বজালৈ খাদ্য সামগ্ৰীৰ বাহন যাব।

কৰ্মস্থলীলৈ গৈ সন্ধানহীন মঙলদৈৰ SSBত কৰ্মৰত জোৱান

কৰ্মস্থলীলৈ গৈ সন্ধানহীন মঙলদৈৰ SSBত কৰ্মৰত জোৱান। পৰিয়ালত হাহাকাৰ, পিতৃক বিচাৰি পুত্ৰ পালগৈ দিল্লী।

দল এৰিব বিচাৰাসকলে পদত্যাগ কৰকঃ মহাৰাষ্ট্ৰত ৰাজনীতিৰ বিদ্ৰোহ

পশ্চিমবংগত ক্ষমতা সলনি হোৱাৰ পিছত বিদ্ৰোহ দেখা গ’ল। এই বিদ্ৰোহৰ বতাহ পশ্চিমবংগৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰ দূৰৈৰ মহাৰাষ্ট্ৰত উপস্থিত হৈছে।

Popular