মুখ্য-পৃষ্ঠা

পত্নীৰ পৰিত্যক্ত শৰীৰটোৰে আন এক ভয়ংকৰ পৰিকল্পনা কৰিছিল ৰামানুজে

পত্নীৰ পৰিত্যক্ত শৰীৰটোৰে আন এক ভয়ংকৰ পৰিকল্পনা কৰিছিল ৰামানুজে, প্ৰথমে হত্যা, পিছত পত্নীৰ ছিন্নমুণ্ড ফ্ৰীজত ৰাখে ৰামানুজনে।

নগাঁও প্ৰেছ ক্লাৱত ‘মানুহ খোৱা মানুহ’ উন্মোচন

নগাঁৱৰ যুৱ লেখক তথা শিক্ষক দীপজ্যোতি বৰাৰ গল্প সংকলন 'মানুহ খোৱা মানুহ' নগাঁও প্ৰেছ ক্লাবত উন্মোচন কৰা হয়।

পত্নীক শিৰচ্ছেদ কৰি আচৰিত কাণ্ড স্বামীৰঃ ড্ৰাগছত আসক্ত স্বামীয়ে অতি নিৰ্মম ভাৱে হত্যা কৰিলে ৰিয়াক

পত্নীক শিৰচ্ছেদ কৰি আচৰিত কাণ্ড স্বামীৰঃ ড্ৰাগছত আসক্ত স্বামীয়ে অতি নিৰ্মম ভাৱে হত্যা কৰিলে ৰিয়াক

ঘৰৰ ভিতৰতে হাত-ভৰি বান্ধি নিৰ্মম হ*ত্যা কিশোৰক

ডিমৰীয়াৰ ক্ষেত্ৰীত চাঞ্চল্যকৰ ঘটনা। দিন-দুপৰতে একাদশ শ্ৰেণীৰ ছাত্ৰক নৃশংস হত্যা দুৰ্বৃত্তৰ। স্বাস্থ্য বিভাগত কৰ্মৰত পিতৃৰ কোৱাৰ্টাৰতে সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা।

পানী খাইতিত শৰাইঘাট ফটো টাইপছ চৌহদৰ প্ৰৱেশ দ্বাৰত অসমৰ আধুনিক ছপাশাল উদ্যোগ স্থাপনৰ বাটকটীয়া যোগেশ শৰ্মাৰ আৱক্ষ মূৰ্তি উন্মোচন

পানী খাইতিত শৰাইঘাট ফটো টাইপছ চৌহদৰ প্ৰৱেশ দ্বাৰত অসমৰ আধুনিক ছপাশাল উদ্যোগ স্থাপনৰ বাটকটীয়া যোগেশ শৰ্মাৰ আৱক্ষ মূৰ্তি উন্মোচন

Popular