মুখ্য-পৃষ্ঠা

ঘৰৰ ভিতৰতে হাত-ভৰি বান্ধি নিৰ্মম হ*ত্যা কিশোৰক

ডিমৰীয়াৰ ক্ষেত্ৰীত চাঞ্চল্যকৰ ঘটনা। দিন-দুপৰতে একাদশ শ্ৰেণীৰ ছাত্ৰক নৃশংস হত্যা দুৰ্বৃত্তৰ। স্বাস্থ্য বিভাগত কৰ্মৰত পিতৃৰ কোৱাৰ্টাৰতে সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা।

পানী খাইতিত শৰাইঘাট ফটো টাইপছ চৌহদৰ প্ৰৱেশ দ্বাৰত অসমৰ আধুনিক ছপাশাল উদ্যোগ স্থাপনৰ বাটকটীয়া যোগেশ শৰ্মাৰ আৱক্ষ মূৰ্তি উন্মোচন

পানী খাইতিত শৰাইঘাট ফটো টাইপছ চৌহদৰ প্ৰৱেশ দ্বাৰত অসমৰ আধুনিক ছপাশাল উদ্যোগ স্থাপনৰ বাটকটীয়া যোগেশ শৰ্মাৰ আৱক্ষ মূৰ্তি উন্মোচন

এগৰাকী শিক্ষয়িত্ৰী, সাংবাদিকৰ পৰা ‘মিছ ৱৰ্ল্ডলৈ’, ডমিনিকান ৰিপাব্লিকৰ জ’হেইৰী মোলাৰ শিৰত মিছ ৱৰ্ল্ড ২০২৬ৰ মুকুট

এগৰাকী শিক্ষয়িত্ৰী, সাংবাদিকৰ পৰা 'মিছ ৱৰ্ল্ডলৈ', ডমিনিকান ৰিপাব্লিকৰ জ'হেইৰী মোলাৰ শিৰত মিছ ৱৰ্ল্ড ২০২৬ৰ মুকুট

এখন লেতেৰা নদী আৰু এজন যুৱকৰ কাহিনীঃ যি কাম চৰকাৰৰ দৃষ্টি নপৰিল সেই কাম কৰিলে এজন যুৱকে

যি কাম চৰকাৰৰ, সেই কাম কৰিলে এজন ছাত্ৰই। প্ৰথম অৱস্থাত মানুহে তেওঁক পাগল আখ্যা দিছিল। কিন্তু থমকি নৰ'ল ছাত্ৰজন।

ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে বৰপেটা জিলাত অসম আৰক্ষীৰ অভিযানঃ ২৬জন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ

ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে বৰপেটা জিলাত অসম আৰক্ষীৰ অভিযানঃ ২৬জন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ । ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে বৰপেটা জিলাত অসম আৰক্ষীৰ অভিযান।

Popular