Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

“পথাৰো আমাৰ বজাৰো আমাৰ” কাৰ্য্যসূচীৰ আধাৰত অসম পশুধন নিগমৰ উদ্যোগত হাঁহ আৰু গাহৰি পোৱালী…

গুৱাহাটী, ১১ ডিচেম্বৰঃ অসম পশুধন নিগমে ৰাজ্যৰ অৰ্থনীতিত সংযোজন কৰা নৱতম কাৰ্য্যসূচী ‘পথাৰো আমাৰ বজাৰো আমাৰ‘ পদক্ষেপৰ আধাৰত আজি অসম পশুধন নিগম প্ৰাঙ্গনত প্ৰশিক্ষণপ্ৰাপ্ত নিবনুৱা যুৱক-যুৱতী আৰু পুৰুষ মহিলাৰ মাজত বিনামূলীয়াকৈ পাচঁ হেজাৰ হাঁহৰ
Read More...

কৃষক আন্দোলনৰ বেশত খালিস্তান আন্দোলন, মহাৰাষ্ট্ৰ ছাইবাৰ চেলৰ হাতত ভয়ংকৰ তথ্য

কৃষক আন্দোলনৰ মাজতে খালিস্তান বিচাৰধাৰৰ সৈতে জড়িত বহুতো দল সক্ৰিয় হৈ পৰিছে। মহাৰাষ্ট্ৰৰ ছাইবাৰ চেলে এনে বহুতো প্ৰমাণ লাভ কৰিছে। মহাৰাষ্ট্ৰৰ ছাইবাৰ চেলে এই সকলোবোৰৰ দলৰ ওপৰত নজৰ ৰাখিছে আৰু তেওঁলোকৰ সৈতে জড়িত সামাজিক মাধ্যমৰ একাউণ্টসমূহো
Read More...

মংগলদৈত সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনত বয়োজ্যেষ্ঠ আৰু দিব্যাংগসকলৰ সামগ্ৰী বিতৰণৰ…

সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনত বৃহস্পতিবাৰে মঙলদৈ সৈনিক ভৱনত ALIMCO, Kanpur ৰ উদ্যোগত আৰু জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগ, দৰঙৰ সহযোগত দিব্যাংগ আৰু বয়োজ্যেষ্ঠ নাগৰিকৰ মাজত বিভিন্ন সা-সজুলি বিতৰণৰ সামাজিক অধিকাৰিতা শিবিৰ
Read More...

“বিজেপি নাথাকিলে অসমীয়াৰ অস্তিত্ব নাথাকিব” – বিধায়ক ৰূপক শৰ্মা

তুংগত উঠিছে সমাগত তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান । বেবেজীয়াৰ জামুগুৰিত অনুষ্ঠিত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিধায়ক ৰূপক শৰ্মাৰ মন্তব্য “পদুম ফুল নাথাকিলে, বিজেপি নাথাকিলে অসমীয়াৰ অস্তিত্ব নাথাকিব” । বৃহস্পতিবাৰে
Read More...

আই পি এল ২০২১ : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৪তম সংস্কৰণ ১০ এপ্ৰিলৰ পিছতহে অনুষ্ঠিত হ’ব

বি চি চি আইয়ে এতিয়াও ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ১৪তম সংস্কৰণৰ তাৰিখ ঘোষণা কৰিব পৰা নাই। অৱশ্যে, ই পি এল ২০২১ কেতিয়া আৰম্ভ কৰিব পাৰে তাৰ এক ইংগিত প্ৰদান কৰিছে। ব'ৰ্ড অফ কণ্ট্ৰোল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া (বিচিচিআই)য়ে
Read More...

‘বিশ্বৰ আটাইতকৈ শক্তিশালী কিশোৰী’

এগৰাকী ৭ বছৰীয়া কিশোৰায়ে আমেৰিকাৰ ৱেটলিফটিংৰ ৩০ কেজি শাখাৰ ১১ আৰু ১২ ৰ কম বয়সৰ যুৱ ৰাষ্ট্ৰীয় চেম্পিয়নৰ মুকুট লাভ কৰিবলৈ সক্ষম হৈছে । যাৰ ফলত তেওঁ ইতিহাসৰ কনিষ্ঠতম মাৰ্কিন যুৱ ৰাষ্ট্ৰীয় চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে । তেওঁ পঞ্চম
Read More...

১৫৫ কোটি ব্যয়ৰে “স্বৰ্ণমন্দিৰ” আৰ্হিত সজাই তোলা হব বটদ্ৰৱা থান

শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক থানক ন ৰূপেৰে সজাই তোলাৰ প্ৰয়াসত উঠি পৰি লাগিছে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই । ১৫৫ কোটি টকা ব্যয়ৰে “স্বৰ্ণমন্দিৰ আৰ্হিত আটক ধুনীয়াকৈ সজাই তোলা হব বটদ্ৰৱা থান। ইতিমধ্যে ইয়াৰ আৰ্হি
Read More...

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ বাহনত আক্ৰমণ তৃণমূল কংগ্ৰেছৰ সমৰ্থকৰ !

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ বাহনত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ । পশ্চিম বংগ ভ্ৰমণলৈ যোৱা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীৰ বাহনত শিলেৰে আক্ৰমণ । তৃণমূল কংগ্ৰেছৰ সমৰ্থকে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে পশ্চিম বংগ বিজেপিয়ে। ইয়াৰ
Read More...

সাংসদ কুইন ওজাই মুকলি কৰিলে বিজেপিৰ বিনামূলীয়া আইন সাহৰ্য্য কেন্দ্ৰ

দৈনন্দিন বাৰ্তা প্ৰতিবেদন: ভাৰতীয় জনতা পাৰ্টি গুৱাহাটী মহানগৰ জিলা আইন কোষে আজি বিনামূলীয়া আইন সাহৰ্য্য কেন্দ্ৰ মুকলি কৰে ৷ আজি গুৱাহাটী মহানগৰ জিলা বিজেপি কাৰ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ন অনুষ্ঠানত সাংসদ কুইন ওজাই আইন সাহৰ্য্য
Read More...

হোজাইৰ বিশিষ্ট লেখিকা ৰেণুকা দেৱীৰ দ্বাৰা অনুদিত মণিপুৰী ভাষাত “শ্রী মদ্ভাগৱত গীতা” আৰু…

হোজাই, ১০ ডিচেম্বৰ : হোজাইৰ বিশিষ্ট লেখিকা ৰেনুকা দেৱীৰ দ্বাৰা মণিপুৰী ভাষাত অনুদিত "শ্রী মদ্ভাগৱত গীতা" আৰু শিশু সাহিত্য গ্ৰন্থ "মহাকবি কালিদাস" নামৰ অসমীয়া ভাষালৈ অনুবাদ কৰা দুখনি গ্ৰন্থ আনুষ্ঠানিক ভাবে উন্মোচন কৰা হয়। হোজাই গৌৰনগৰ
Read More...