Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

কাজাইকাটা ছুৱাপাতাত আজি একে দিনাই ৫ টা ৰাস্তা নিৰ্মাণৰ কাম শুভ উদ্বোধন

বিলাসীপাৰা, ১০ ডিচেম্বৰঃ ধুবুৰী জিলাৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত কাজাইকাটা ছুৱাপাতা গাওঁ পঞ্চায়তত এ আই ইউ ডি এফ দলৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা বিউটি জেচমিনা বেগমৰ গধুৰ দায়াবদ্ধতাৰ ফলত এম জি এনৰেখাঁ আঁচনিৰ আজি একে দিনাই কাজাইকাটা
Read More...

নলবাৰীত দুৰ্নীতি নিবাৰক ও নিৰীক্ষণ বিভাগৰ অভিযানত গ্ৰেপ্তাৰ বিদ্যালয় পৰিদৰ্শক

নলবাৰীত দুৰ্নীতি নিবাৰক ও নিৰীক্ষণ বিভাগে চলালে অভিযান। নলবাৰী জিলা বিদ্যালয় সমুহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত অভিযান। বিদ্যালয় সমূহৰ পৰিদৰ্শক জ্যোৎস্না ৰানী বৰ্মনক হাতে লোতে ধৰিলে দুৰ্নীতি নিবাৰক ও নিৰীক্ষণ বিভাগে। নলবাৰী জিলাৰ বৰভাগৰ
Read More...

সিংঘু সীমান্তত কৃষকৰ বাবে ৫০ টাৰো অধিক চিকিৎসা শিবিৰ নিৰ্মান কৰা হৈছে

দিল্লীৰ একাধিক সীমাৰ ভিতৰত সিংঘু সীমান্তত কৃষকৰ বাবে ৫০ টাৰো অধিক চিকিৎসা শিবিৰ নিৰ্ধাৰণ কৰা হৈছে, য'ত কৃষকসকলে যোৱা ১৫ দিন ধৰি আতিপাত শীতকো আউকান কৰি কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ প্ৰণয়ন কৰা তিনিটা কৃষি আইনৰ বিৰুদ্ধে আন্দোলন কৰি আছে।
Read More...

নতুন সংসদ ভৱনে নতুন আৰু পুৰণিৰ সহ-অস্তিত্ব কঢ়িয়াব – প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন ৰাজনৈতিক দল, কেবিনেট মন্ত্ৰী আৰু বিভিন্ন দেশৰ ৰাষ্ট্ৰপতিসকলে অংশগ্ৰহণ কৰা এক অনুষ্ঠানত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰে
Read More...

প্ৰিজাইডিং অফিচাৰকে ধৰি কৰ্তব্যৰত বিষয়াক শাৰীৰিকভাৱে অপদস্থ : আৰক্ষীৰ শূন্যলৈ গুলী

আজি বিটিচি নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । ভোটগ্ৰহণৰ সময়তে চিৰাঙৰ দত্তপুৰ এল পি স্কুল ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ বৃদ্ধ এগৰাকীক ভোটদানৰ সময়ত সহায় কৰাক লৈ অসন্তুষ্ট একাংশই হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷ প্ৰিজাইডিং
Read More...

আজি বিটিচিত অন্তিম পৰ্যায়ৰ নিৰ্বাচন : পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ ভোট গ্ৰহণ প্ৰক্ৰিয়া

আজি বৃহস্পতিবাৰে বিটিচিত অনুষ্ঠিত হৈছে অন্তিম পৰ্যায়ৰ নিৰ্বাচন। কোকৰাঝাৰ আৰু চিৰাং জিলাত মুঠ ১৯টা সমষ্টিত হৈছে এই ভোট গ্ৰহণ । পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ ভোট গ্ৰহণ প্ৰক্ৰিয়া । কোকৰাঝাৰত ১০৫৩৮২৯ গৰাকী ভোটাৰে নিৰ্ণয় ৭০গৰাকী প্ৰাৰ্থীৰ
Read More...

UPPLৰ সভাপতি প্ৰমোদ বড়োৰ বাহনত আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ

বৃহস্পতিবাৰ অৰ্থাৎ কালিলৈ বিটিচিত অনুষ্ঠিত হ’ব অন্তিম পৰ্যায়ৰ নিৰ্বাচন । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে বাওখুংগ্ৰী পৰিষদীয় সমষ্টিৰ গোসাঁইগাঁৱত অঘটন । বহলপুৰৰ পৰা কোকৰাঝাৰৰ ঘৰলৈ গৈ থকা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ বাহনত আক্ৰমণ
Read More...

কালিলৈ বিটিচিত অন্তিম পৰ্যায়ৰ নিৰ্বাচন

বৃহস্পতিবাৰ অৰ্থাৎ কালিলৈ বিটিচিত অনুষ্ঠিত হ’ব অন্তিম পৰ্যায়ৰ নিৰ্বাচন। কোকৰাঝাৰ আৰু চিৰাং জিলাত মুঠ ১৯টা সমষ্টিত হ’ব এই ভোট গ্ৰহণ। বিটিচিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ব্যাপক তৎপৰতা। ইতিমধ্যে ভোটগ্ৰহণৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি
Read More...

“অব্যাহত থাকিব আন্দোলন” : কৃষক সমাজ

কৃষক সমাজৰ সৈতে কালি সন্ধিয়া ৭ বজাত আলোচনাত মিলিত হৈছিল গৃহমন্ত্ৰী অমিত শ্বাহ । আলোচনাত কেন্দ্ৰীয় চৰকাৰে দিয়া  প্ৰস্তাৱ একেষাৰেই নাকচ কৃষক সমাজৰ । কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে আগবঢ়োৱা প্ৰস্তাৱ নাকচ কৰি কৃষক সকলৰ সিদ্ধান্ত, “অব্যাহত
Read More...

কেবিনেটে আত্মনিৰ্ভৰ ভাৰত ৰোজগাৰ আঁচনিৰ বাবে ২২,৮১০ কোটি টকা অনুমোদন জনাইছে

কেন্দ্ৰীয় কেবিনেটে বুধবাৰে নতুন নিযুক্তিৰ আঁচনিৰ বাবে ২২,৮১০ কোটি টকা অনুমোদন কৰে । যাৰ উদ্দেশ্য হৈছে ব্যৱসায়বোৰক নতুনকৈ নিয়োগ কৰিবলৈ উদগনি দিয়া। “আত্মনিৰ্ভৰ ভাৰত ৰোজগাৰ আঁচনিৰ অধীনত চৰকাৰে দুবছৰৰ বাবে ব্যৱসায় আৰু নতুন নিয়োগৰ
Read More...