Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

অমিয় নগৰ-জয়পুৰৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই

অনলাইন বাৰ্তা : গুৱাহাটী মহানগৰীৰ চানমাৰিস্হিত অমিয় নগৰ-জয়পুৰৰ বাসিন্দাৰ বিভিন্ন সমেস্যাৰ বুজ ল'লে পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক তথা গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷ কালি দিনৰ ১১ বজাত জয়পুৰ পানী যোগান আঁচনি পৰিচালনা সমিতিৰ
Read More...

পৰীক্ষাক লৈ নহ’ল চৰ্চা : পুতলাক লৈ চৰ্চাত প্ৰধানমন্ত্ৰীক আক্ৰমণ ৰাহুল গান্ধীৰ

দৈনন্দিন বাৰ্তা ডেস্ক : বিশ্বৰ পুতলা খেলা সামগ্ৰীৰ বজাৰ কাৰ্যত একচেটিয়া দখল চীনৰ ৷ কিন্তু ভাৰত কাৰ্যত উল্লেখ কৰাৰ দৰে ঠাই নাই ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পুতলা বজাৰত দেশীয় উদ্যোগপতিৰ অধিক অংশ লোৱাৰ আহ্বান জনোৱাৰ কটাক্ষ কৰিলে ৰাহুল
Read More...

‘মন কি বাত’ত ভিদা, ছোফি, বলোৰামক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

দৈনন্দিন বাৰ্তা ডেস্ক : দেশৰ নিৰাপত্তাত কুকুৰে লোৱা ভূমিকাৰ ওপৰত ৬৮ সংখ্যক 'মন কি বাত' অনুষ্ঠানত উল্লেখ কৰে৷ তেওঁ 'আত্মনিৰ্ভৰ ভাৰত'ৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দি জনগণক ভাৰতীয় জাতৰ কুকুৰ গ্ৰহণৰ আহ্বান কৰে৷ সুৰক্ষা বাহিনীত কুকুৰৰ ভূমিকাক প্ৰশংসা
Read More...

জামুগুৰিহাটত অসম ভিত্তিত অন লাইন সংগীত প্ৰতিযোগিতাৰ বঁটা বিতৰণ । একাঁজলি সুৰৰ সন্ধানৰ প্ৰশংসনীয়…

জামুগুৰিহাট : যোৱা মে' মাহৰ পৰা অনুষ্ঠিত একাঁজলি সুৰৰ সন্ধানত অনলাইন সংগীত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি স্থান লাভ কৰা জামুগুৰিহাটৰ শ্ৰেষ্ঠ প্ৰতিযোগীসকলক ২৯ আগষ্টত জামুগুৰিহাটৰ শ্বহীদ ভৱনত বঁটা সমূহ প্ৰদান কৰা হয়। সেই উপলক্ষে অনুষ্ঠিত বঁটা
Read More...

দুৰ্গা মন্দিৰৰ ওপৰত গো মাংস বনোৱাক লৈ নলবাৰীত হাহাকাৰময় পৰিস্থিতি । চাৰিজন যুৱক আটক

নলবাৰী : নলবাৰীত গো মাংস কেন্দ্ৰ কৰি উত্তেজনায় পৰিবেশৰ সৃষ্টি । চাৰিজনকৈ যুৱকে গো মাংস ৰন্ধাৰ হৈ উত্তম মাধ্যম সোধালে ৰাইজে । ঘটনা অনুসৰি আজি নলবাৰী জিলাৰ চাৰমিনাৰ চকৰ সমীপত থকা ৰেল লাইনৰ গেট অপাৰেটিং কাৰ্যালয়ৰ নিচেই ওচৰতে ৰেলৱে ঠিকাদাৰ
Read More...

দিল্লীত ৪২ কোটি টকাৰ সোণৰ বাৰ জব্দ

দৈনন্দিন বাৰ্তা ডেস্ক : ৰাজহ চোৰাংচোৱা সঞ্চালকালয় (ডিআৰআই)ৰ তৰফৰ পৰা দেশৰ ৰাজধানীত শুকুৰবাৰে ৪২ কোটি টকাৰ ৫০৪ টা চোৰাং সোণৰ বাৰ জব্দ কৰাৰ লগতে আঠজন লোকক গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য যে ডিব্ৰুগড়-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছত দিল্লী ৰে’লৱে
Read More...

ভিডিঅ’ কলেৰে অৰ্জুন বঁটা গ্ৰহণ লাভলীনাৰ

দৈনন্দিন বাৰ্তা ডেস্ক : যদি পৰিস্থিতি স্বাভাৱিক হয়, তেন্তে তেওঁ দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতৰ পৰা সন্মানিত অৰ্জুন পুৰস্কাৰ গ্ৰহণ কৰিলেহেতেন ৷ শনিবাৰে অসমৰ ২২ বছৰীয়া বক্সাৰ লাভলীনা বৰগোহাঁইয়ে পিপিই পৰিধান কৰি পাটিয়ালাৰ পৰা
Read More...

৭ ছেপ্টেম্বৰৰ পৰা মুকলি মেট্ৰ’ ৰে’ল

দৈনন্দিন বাৰ্তা ডেস্ক : দেশত শিক্ষানুষ্ঠান পুনৰ খোলাৰ লগতে ছুইমিং পুল, ক্ৰীড়া, বিনোদন আদি পুনৰ আৰম্ভ কৰাক লৈ দেশত চৰ্চা হৈ আছিল ৷ সেই সকলো চিন্তা চৰ্চাৰ অৱসান ঘটাই জনোৱা হ’ল অহা ৩০ ছেপ্টেম্বৰ পৰ্যন্ত দেশজুৰি কনটেনমেণ্ট জ’নত লকডাউন চলি
Read More...

তাই আহোম ছাত্ৰ সন্থাৰ টিংখাং আঞ্চলিক সমিতিৰ পুনৰ গঠন

টিংখাং,২৯ আগষ্ট :  সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু)ৰ ডিব্ৰুগড় জিলা সমিতিৰ অন্তৰ্গত নাহৰকটীয়া মহকুমা সমিতিৰ অধীনৰ টিংখাং আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ নৱম দ্বি-বাৰ্ষিক প্ৰতিনিধি সভা আজি অনুষ্ঠিত হৈ যায় । সভাত উপস্থিত থাকে আটাছু,
Read More...

লোকসভা, ৰাজ্য-স্থানীয় নিৰ্বাচনৰ বাবে সাধাৰণ ভোটাৰ তালিকা : এক দেশ এক নিৰ্বাচনৰ লক্ষ্যৰে এখোজ আগুৱালে…

দৈনন্দিন বাৰ্তা ডেস্ক : এক দেশ এক নিৰ্বাচনৰ লক্ষ্যত আন এক পদক্ষেপ আগুৱাই গ’ল কেন্দ্ৰ ৷ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সূত্ৰত প্ৰকাশ, সম্প্ৰতি পঞ্চায়ত পৰ্যায়ৰ পৰা লোকসভা পৰ্যন্ত দেশত এখনেই নিৰ্বাচনৰ তালিকা তৈয়াৰৰ বাবে গুৰুত্বপূৰ্ণ সভা হৈছে ৷ এই
Read More...