মুখ্য-পৃষ্ঠা

yuzvendra chahal: দেশৰ হৈ খেলাৰ আশা শেষ নেকি চাহালৰ?

দেশৰ হৈ খেলাৰ আশা ত্যাগ কৰিছেনে চাহালে? টেষ্ট ছিৰিজৰ সময়ত বিদেশত খেলিব স্পিনাৰ!(yuzvendra chahal)

Asom Sahitya Sabha: অসম সাহিত্য সভাৰ মন জুৰুৱা অনুষ্ঠান, সভাপতি-প্ৰধান সম্পাদকক বিশেষ সম্বৰ্ধনা; গুৱাহাটী কাৰ্যালয়ৰ দায়িত্ব অৰ্পণ

অকল গ্ৰন্থ প্ৰকাশেই নহয়, ডিজিটেল মাধ্যমৰ যোগেদিও শিশু-চেমনীয়াসকলক সাহিত্যমুখী(Asom Sahitya Sabha) কৰাৰ ব্যৱস্থাৰ লগতে প্ৰতিখন জিলাতেই বিজ্ঞান মেলা অনুষ্ঠান, আবৃত্তি কোষ গঠন কৰা হ'ব।

Amit Shah: তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

৩ দিনীয়া ভ্ৰমণসূচীৰে অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। (Amit Shah)আজি লাচিত বৰফুকন পুলিচ একাডেমী উদ্বোধন কৰিব গৃহমন্ত্ৰীয়ে।

Waking: প্ৰতি নিশা একে সময়তে সাৰ পালে বহু ৰোগৰ ইংগিত পোৱা যায়!

যদি আপোনাৰ টোপনি প্ৰতিদিনে ১ৰ পৰা ৩ বজাৰ ভিতৰত সাৰ পাই আৰু সাৰ পোৱাৰ পিছত যদি পুনৰ টোপনি নাযায় তেন্তে এই সমস্যা আওকাণ নকৰিব, কিয়নো ই বহু ৰোগৰ লক্ষণ হ’ব পাৰে।(Waking)

Aamir Khan: এগৰাকী ৰহস্যময়ী যুৱতীৰ সৈতে জন্মদিন উদযাপন কৰিলে আমিৰ খানে, প্ৰকাশ কৰিলে প্ৰেমিকাৰ নাম !

জন্মদিনৰ বিশেষ উপলক্ষে প্ৰেয়সীৰ বিষয়ে প্ৰকাশ কৰিলে বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খানে। কেইবামাহো ধৰি চলি অহা জল্পনা-কল্পনাৰ অন্ত পেলাই নতুন প্ৰেমিকাৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিলে অভিনেতাগৰাকীয়ে।(Aamir Khan)

Popular