Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

উজনি মাজুলী মূদৈবিল অঞ্চলৰ এদল কনমানিৰ প্ৰতিভা

উজনি-মাজুলী : এফালে ক'ৰোনা আনফালে আকৌ অসমীয়াৰ পবিত্ৰ ভাদ মাহ। ভাদ মাহতে মহাপুৰুষ কেইজনৰ  জন্ম  সেয়ে কোৱা হয় ভাদ মাহতো পবিত্ৰ মাহ। এই পবিত্ৰ ভাদ মাহতে ক'ৰোনা ভাইৰাছকো একাশৰীয়া কৰি মাজুলী মূদৈবিল অঞ্চলৰ এদল দেৱশিশুৱে বয়স ৩ বছৰ পৰা ৮
Read More...

বিকল্প নেতৃত্বৰ সন্ধানত কংগ্ৰেছ : ছোনীয়া গান্ধীলৈ ২৩ নেতাৰ চিঠি

অনলাইন বাৰ্তা : দলৰ সভাপতি পদত পুনৰ দায়িত্ব ল’বলৈ অনীহা ৰাহুল গান্ধীৰ ৷ গান্ধী পৰিয়ালৰ বাহিৰৰ কাৰোবাক দলৰ দায়িত্ব দিবলৈ কৈছে প্ৰিয়ংকা গান্ধীয়ে ৷ এনে পৰিস্থিতিত ড° মনমোহন সিং বা এ কে এণ্টনীৰ দৰে অভিজ্ঞ নেতাৰ হাতত দলৰ দায়িত্ব দিব পৰা যাব নে
Read More...

বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাৰ ঘোষণা : বিহাৰ বিধান সভা নিৰ্বাচনত একলগ হৈ যুঁজিব বিজেপি,…

অনলাইন বাৰ্তা : বিহাৰৰ নিৰ্বাচনত দলৰ প্ৰচাৰৰ সন্দৰ্ভত বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাই জনালে যে মুখ্যমন্ত্ৰী তথা জোঁটৰ সংগী জেডিইউৰ নেতা নীতিশ কুমাৰৰ নেতৃত্বত এনডিএ শিবিৰে ক্ষমতা ঘুৰাই আনিবলৈ যুঁজ কৰিব ৷ ইয়াৰ লগতে এনডিএৰ সহযোগী দলৰ
Read More...

স্বামীক সন্ত্ৰাসবাদী কাৰ্য বন্ধ কৰিবলৈ কৈছিল দিল্লীত গ্ৰেপ্তাৰ হোৱা আইএছআইএছৰ পত্নীয়ে

অনলাইন বাৰ্তা : দিল্লীত শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা সন্দেহজনক আইএছআইএছ সন্ত্ৰাসবাদীৰ পত্নীয়ে কয় যে তেওঁৰ স্বামীয়ে গানপাউদাৰ আৰু আন বিস্ফোৰক সামগ্ৰী তেওঁলোকৰ উত্তৰ প্ৰদেশৰ বলৰামপুৰৰ ঘৰত জমা কৰিছিল ৷ তেওঁ কয়, তেওঁ মহম্মদ মুস্তাকিম খান ওৰফে আবু
Read More...

ভ্ৰাম্যমাণ জগতৰ অন্যতম তাৰকা জীৱেশ্বৰ ডেকা আৰু নাই

দৈনন্দিন বাৰ্তা ডেস্ক : অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ অন্যতম জনপ্ৰিয় অভিনেতা জীৱেশ্বৰ ডেকা আৰু নাই । দেওবাৰে নিশা ১১ বাজি ৪০ মিনিটত ইহলীলা সম্বৰণ কৰিলে একালৰ দুৰন্ত তাৰকা জীৱেশ্বৰ ডেকাই। শনিবাৰে নিশা নলবাৰী জিলাৰ বেলশৰৰ ডেকাপাৰাত থকা নিজ
Read More...

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দাবী : অসমৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী উচ্চতম ন্যায়ালয়ৰ মুখ্য…

দৈনন্দিন বাৰ্তা ডেস্ক : অসমৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ৷ এই চাঞ্চল্যকৰ দাবী কৰিছে অসম কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ তেওঁ কয়, ৰঞ্জন গগৈৰ ৰাম মন্দিৰ ৰায়ত বিজেপি সুখী
Read More...

৭০ দিনত ১৮ খন দেশ ভ্ৰমণ : দিল্লীৰ পৰা লণ্ডনলৈ বাছ যাত্ৰাৰ পৰিকল্পনা

অনলাইন বাৰ্তা : এবাৰতে ১৮ খন দেশ ফুৰি আহিব পৰা ব্যৱস্থা ৷ মাত্ৰ ৭০ দিনৰ ভ্ৰমণ ৷ থাকিব পাৰিব পঞ্চ তাৰকা হোটেলত, আসন হ’ল বিজনেছ ক্লাছ ৷ এয়া কোনো বিমান যাত্ৰা নহয়৷ বাছ যাত্ৰা ৷ ভূমিত থকা পথেৰে যাত্ৰা৷ অবিশ্বাস্য যেন লাগিলেও এয়া সত্য ৷ দিল্লীৰ
Read More...

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান টেড্ৰছ আধানম ঘিব্ৰেছুছে ক’লে, “দুবছৰ সময় লাগিব ক’ৰোনাৰ প্ৰকোপ…

অনলাইন বাৰ্তা : সমগ্ৰ বিশ্বত নিতৌ হৈ থকা প্ৰশ্নটো হ’ল কেতিয়া কমিব ক’ৰোনা ভাইৰাছৰ প্ৰকোপ ? কাৰণ এতিয়াও আবিষ্কাৰ হোৱা নাই ক’ৰোনাৰ প্ৰতিষেধক ৷ ৰাছিয়াই প্ৰতিষেধক আবিষ্কাৰৰ দাবী কৰিলেও তাত মান্যতা দিয়া নাই বিশ্ব স্বাস্থ্য সংস্থাই ৷ ইয়াৰ
Read More...

নিৰাপত্তাৰক্ষীৰ তৎপৰতা : দিল্লীত গ্ৰেপ্তাৰ আইএছআইএছ সন্ত্ৰাসবাদী

দৈনন্দিন বাৰ্তা ডেস্ক : নিৰাপত্তাৰক্ষীৰ তৎপৰতাত সন্ত্ৰাসবাদীৰ বৃহৎ আক্ৰমণৰ পৰা ৰক্ষা পৰিল দিল্লী ৷ তুমুল গুলীয়াগুলীৰ পাচত আইইডি বিস্ফোৰকসহ এক আইএছআইএছ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে দিল্লীৰ বিশেষ আৰক্ষীয়ে ৷ ধৃত সন্ত্ৰাসবাদীৰ নাম ইউছুফ খান
Read More...

হিন্দী নজনাক বৈঠক ত্যাগৰ কৰিবলৈ ক’লে আয়ুষৰ সচিবে : দেশজুৰি প্ৰতিক্ৰিয়া

দৈনন্দিন বাৰ্তা ডেস্ক : বৈঠকত যোগ দিয়া মানুহে হিন্দী ক’ব নোৱাৰিলে তেওঁলোকক বৈঠক এৰি যাবলৈ ক’লে আয়ুষৰ সচিব বৈদ্য ৰাজেশ কোটেচাই ৷ সম্প্ৰতি এই ঘটনা ঘটিছে  আয়ুষ মন্ত্ৰালয়ৰ এক ভাৰ্চুৱেল প্ৰশিক্ষণমূলক বৈঠকত৷ উল্লেখ্য যে কোটেচাই নিজে
Read More...