Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

অন্ধ্ৰপ্ৰদেশত এপকোৰ প্ৰাক্তন সভাপতিৰ ঘৰত চিআইডিৰ অভিযান : নগদ কোটি টকা, সোণ-ৰূপ উদ্ধাৰ

দৈনন্দিন বাৰ্তা ডেস্ক : অন্ধ্ৰপ্ৰদেশৰ কড়পা জিলাৰ খাজিপেট চহৰত ৰাজ্যখনৰ অপৰাধ তদন্ত বিভাগে (চিআইডি) অন্ধ্ৰপ্ৰদেশৰ হস্ততাঁত সমবায় সমিতি (এপকো)ৰ প্ৰাক্তন সভাপতি গুজলা শ্ৰীনিবাছুলুৰ ঘৰত শুকুৰবাৰে অভিযান চলায় ৷ চিআইডিৰ ডিএছপি সুববাৰাজুয়ে
Read More...

শিলপুখুৰী কালি মন্দিৰত নক্ষত্ৰৰ দুপৰীয়াৰ আহাৰ বিতৰণ

দৈনন্দিন বাৰ্তা ডেস্ক : কৰোনা মহামাৰীৰ সংক্ৰান্তত চলিত বৰ্ষৰ লকডাউনে সৰ্বস্তৰৰ জনসাধাৰণক আৰ্থিকভাৱে কোঙা কৰিছে৷ সাধাৰণ শ্ৰমজীৱী জনসাধাৰণে খাদ্য সংকটৰ সন্মুখীন হৈছে ৷ ইয়াৰ বাবেই ব্যক্তিগত সামাজিক সংস্থা নক্ষত্ৰই আজি মহানগৰীৰ শিলপুখুৰীৰ
Read More...

ভেৰগাঁৱ সমষ্টিত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ । মিছাৰ আশ্ৰয় নোলোৱা দল হৈছে বিপিএফ : কমলী বসুমতাৰী

টংলা :  ওদালগুৰি জিলাৰ ভেৰগাঁৱ সমষ্টিত এতিয়া বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ তুঙ্গত। মিছাৰ আশ্ৰয় নোলোৱা দল হৈছে বিপিএফ, দলে পূৰ্বেও নিৰ্বাচন খেলি জয়ী হৈছে এইবাৰো হ'ব আৰু ভবিষ্যতেও জয়ী হৈ থাকিব। বিটিচিত বিপিএফৰ বিকল্প নাই। ১৭ বছৰত বিপিএফে
Read More...

পানেৰীত ওদালগুৰি জিলা যোগী সম্মিলনীৰ সংবাদমেল

টংলা :  অসম প্ৰাদেশিক যোগী সন্মিলনীৰ অনুমোদন প্ৰাপ্ত ওদালগুৰি জিলা যোগী সন্মিলনীয়ে ২১ আগষ্টত সভাৰ অন্তত এক সংবাদমেল সম্বোধন কৰি তেওঁলোকে লোৱা প্ৰস্তাৱ সমূহ সংবাদমেলত প্ৰকাশ কৰে। যোৱা ৭/৭/২০ তাৰিখৰ ওদালগুৰি জিলা যোগী সন্মিলনীৰ প্ৰস্তাৱ
Read More...

পাকিস্তানৰ ৰেল মন্ত্ৰীৰ অদ্ভুত মন্তব্যৰ পিছতেই জ্বলিছে অসম । ডবকাত পাক প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ…

ডবকা : পাকিস্তানৰ হাতত হেনো এনে অস্ত্ৰ আছে যিয়ে নিমিষতে ধ্বংস কৰি পেলাব পাৰিব ভাৰতীয় হিন্দুসকলক। কিন্তু এই আক্ৰমণৰ পৰা বাছি যাব ভাৰতত বাস কৰা মুছলমানসকল, পাকিস্তানৰ মন্ত্ৰীৰ অদ্ভুত দাবীৰ পিছতেই জাঙুৰ খাই উঠিছে ভাৰতীয় মুছলমানসকলৰ লগতে
Read More...

অজিত বৰুৱা বিশ্বৰ যিকোনো শ্ৰেষ্ঠ কবিৰ সম পৰ্যায়ৰ এজন কবি : প্ৰদীপ খাটনিয়াৰ ৷ পঞ্চম অজিত বৰুৱা…

গুৱাহাটী : ‘সাহিত্যত পাণ্ডিত্যৰ সৃষ্টিশীল প্ৰয়োগৰ ধাৰাটো বহু পুৰণি ৷ বিশ্বৰ বহু শ্ৰেষ্ঠ সাহিত্যিকৰ লগতে আমাৰ শংকৰদেৱ-মাধৱদেৱৰ সৃষ্টিতো এই প্ৰয়োগ উপস্থিত ৷ অজিত বৰুৱাও শংকৰ-মাধৱৰ সেই ধাৰাৰে অনুগামী ৷’ ১৯ আগষ্টৰ বিয়লি পাঁচ বজাৰ পৰা
Read More...

নগাঁৱৰ দক্ষিণপাটত কৃষি ঋণ সজাগতা- ঋণ পৰিশোধ সভা সম্পন্ন : একেদিনাই ১২ লক্ষাধিক টকা পৰিশোধ।…

নগাঁও : ভাৰতীয় ষ্টেট বেংকৰ খুটিকটীয়া শাখাৰ অধীনত থকা দক্ষিণপাট গ্ৰাহক সেৱা কেন্দ্ৰৰ উদ্যোগত কালি দক্ষিণপাট চাৰিআলিস্থ কেন্দ্ৰটোৰ কাৰ্যালয়তে এখন কৃষি ঋণ সজাগতা আৰু কৃষি ঋণ পৰিশোধ সভা অনুষ্ঠিত হয়। গ্ৰাহক সেৱা কেন্দ্ৰটোৰ পৰিচালক ভাস্কৰ
Read More...

কিশোৰীয়ে ফুল ছিঙাই অপৰাধ : ৪০ টা দলিত পৰিয়ালক সামাজিকভাৱে বৰ্জন

দৈনন্দিন বাৰ্তা ডেস্ক : ওড়িশ্যাৰ ধেনকানাল জিলাৰ কণ্টিঅ’ কাটেনি গাঁৱৰ ৪০ টা দলিত পৰিয়ালক যোৱা দুসপ্তাহৰ আগতে এটা উচ্চবৰ্ণৰ পৰিয়ালৰ বাৰীৰ পৰা সম্প্ৰদায়টোৰ ১৫ বছৰীয়া কিশোৰী এগৰাকীয়ে ফুল ছিঙাৰ বাবে সামাজিকভাৱে বৰ্জন কৰিছে ৷ এটা পৰিয়ালে সেই
Read More...

নিৰ্বাচন আয়োগৰ নতুন নিৰ্দেশিকা জাৰি : প্ৰাৰ্থীয়ে অনলাইনত জমা দিব পাৰিব মনোনয়ন পত্ৰ

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আসন্ন বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে ৷ তাৰ বাবে জাৰি কৰিছে নতুন নিৰ্দেশিকা ৷ ভোটদাতাৰ বাবে গ্ল’ৱছ বাধ্যতামূলক কৰা হৈছে ৷ ইভিএমৰ বোটামত হেঁচা
Read More...

দুৰৱৰ্ত্তী পুৰস্কাৰ : বিভিন্ন ছাই কেন্দ্ৰত উপস্থিত থাকি অংশ ল’ব ৰাষ্ট্ৰীয় বঁটা প্ৰাপক ক্ৰীড়াবিদে

দৈনন্দিন বাৰ্তা ডেস্ক : এই বছৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা অনুষ্ঠানত সামাজিক দূৰত্ব অতিৰিক্ত মাইল হ’ব পাৰে ৷ ২৯ আগষ্টত অনুষ্ঠানৰ সময়ত তেওঁলোকৰ নামবোৰ ঘোষণা কৰা হ’ব ৷ বঁটা প্ৰাপকে ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হলৰ অভ্যন্তৰত ৰঙা দলিচাত প্ৰথাগত খোজ দিবলৈ
Read More...