Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

নাগৰিকত্ব সংশোধনী আইন আৰু ইআইএ বাতিলৰ দাবীত মানৱ শৃংখল কাৰ্য্যসূচী : আছু আৰু যুৱ ছাত্ৰৰ প্ৰতিবাদত…

টংলা : সোমবাৰে টংলা আঞ্চলিক আছু আৰু যুৱ ছাত্র পৰিষদে টংলা চহৰৰ মাজমজিয়াৰ মঙ্গলদৈ ভুটিয়াচাং পথৰ কাষত জাতিধ্বংসী নাগৰিকত্ব সংশোধানী আইন ২০১৯ বাতিলৰ লগতে কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰালয়ে ই আই এ ২০২০ গৃহীত কৰিব বিচৰা হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰৰ
Read More...

দৰঙৰ নামখলাত “শংকৰী কলা সংস্কৃতিৰ সাধক” বসুন্ধৰ ডেকালৈ শিল্পী পেন্সন

নামখলা : দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত দিপীলাৰ নিবাসী পিতা কৰ্পুৰ ডেকা আৰু মাতৃ ভাৰতী ডেকাৰ জেষ্ঠ পুত্ৰ বসুন্ধৰ ডেকাক শিল্পী পেন্সনাৰ হিচাপে অসম চৰকাৰে ঘোষণা কৰাত পশ্চিম মঙলদৈৰ লোকসকল উৎফুল্লিত ৷ পশ্চিম মঙলদৈত শংকৰী সংস্কৃতিৰ
Read More...

ভাৰতীয় জনতা পাৰ্টি নলবাৰী সমিতিৰ উদ্যোগত যোগদান কাৰ্যসূচী শীৰ্ষক অনুষ্ঠান

নলবাৰী : ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলা সমিতিৰ উদ্যোগত কালি যোগদান কাৰ্যসূচী শীৰ্ষক অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানত উপ সভাপতি বাঁহজানী ছাত্ৰ সন্থাৰ বিকাশ কৈৱৰ্ত, সাংবাদিক কমল ডেকা, হিন্দু সুৰক্ষা মঞ্চৰ প্ৰচাৰ সম্পাদক কংকন তালুকদাৰসহ
Read More...

নগাঁৱৰ ৰণথলীৰ অসমীয়া গহণাৰ স্বৰ্ণ শিল্পীক চৰকাৰী আচঁনিৰ কেঁচা সামগ্ৰী যোগান বিধায়ক ৰূপক শৰ্মাৰ

নগাঁও : ক'ৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে দেশজুৰি হোৱা লকডাউনৰ ফলত আৰ্থিকভাবে দুৰ্বল শ্ৰেণীৰ লোকসকলে যথেষ্ট কষ্টৰ মাজত চলিব লগা হৈছে। অন্যান্য ক্ষেত্ৰৰ লগতে নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত ৰণথলীৰ কেঁচা সোণৰ অসমীয়া গহণাৰ থলুৱা শিল্প
Read More...

টিংখাঙত অখিল গগৈ, হেমন্ত কোঁৱৰ, শশী শেনছোৱাৰ মুক্তিৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৃষক মুক্তিৰ

টিংখাং : নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু কৃষক নেতা অখিল গগৈ, হেমন্ত কোঁৱৰ, শশী শেনছোৱা, দেৱাংগনা কলিতাসহ সকলো কা বিৰোধী কাৰাবন্দীৰ অতিশীঘ্ৰে বিনাচৰ্তে মুক্তিৰ দাবীত টিংখাং সমষ্টিৰ প্ৰাণকেন্দ্ৰ ৰাজগড় শ্বহীদ বেদীৰ সমীপত কালি কৃষক মুক্তি, চাহ
Read More...

CMIEৰ প্ৰতিবেদনত ভয়ানক তথ্য, এপ্ৰিলৰ পৰা জুলাই মাহলৈকে ৮৯ লাখ ভাৰতীয় কৰ্মহীন

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ কৰোণা ভাইৰাছৰ আৰু লকডাউনৰ ফলত ভাৰতত বৰ্তমান তীব্ৰ আৰ্থিক সংকটে দেখা দিছে।বহিঃৰাজ্যত কৰ্মৰত লাখ লাখ যুৱক-যুৱতী কোৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত স্বগৃহলৈ উভতি অহাৰ পিছত ভাৰতত সৰ্বাধিক হাৰত বৃদ্ধি পাইছে নিবনুৱা
Read More...

এনচিইআৰটিৰ সমীক্ষাত প্ৰকাশ : দেশৰ ২৭ শতাংশ শিক্ষাৰ্থীৰ স্মাৰ্টফোন, লেপটপ নাই

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনাৰ বাবেই বিশ্বজুৰি শিক্ষাৰ্থীসকল অসুবিধাৰ সন্মুখীন হয় ৷ এই মহামাৰীৰ বাবে ৭০ শতাংশ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী আৰু নানা বিষয়ত প্ৰশিক্ষণ লোৱা যুৱসকল বাধাগ্ৰস্ত হৈছে বুলি আগতেই তথ্য দিছিল আন্তৰ্জাতিক শ্ৰম সংস্থা
Read More...

নগাঁৱৰ ছাত্ৰীৰ বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াস

নগাওঁ : নগাঁৱৰ পহুকটাৰ ছাত্ৰী তিতিক্ষা মধুকল্য যোগাসনৰ জৰিয়তে Cholan book of world record (UN)ৰ তৰফৰ পৰা বিশ্ব অভিলেখ গঢ়িবলৈ বাচনিত উত্তীৰ্ণ হৈছে। আজি পুৱা ১০ বজাৰ পৰা নগাঁৱৰ শংকৰ মিচনৰ সভাকক্ষত তিনি ঘণ্টা বত্ৰিশ মিনিট যোগাসন কৰি বিশ্ব
Read More...

পাকিস্তানক মুছলিম বিশ্বৰ নেতা সজাবলৈ চেষ্টা চীনৰ : ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক যুদ্ধ কৰাৰ ভাবুকি ইমাৰন…

দৈনন্দিন বাৰ্তা ডেস্ক : মুছলিমৰ ওপৰত নিৰ্মম অত্যাচাৰৰ কাহিনী প্ৰচাৰ হোৱাৰ পাচত বিশ্বৰ বেছিভাগ মুছলিম দেশে চীনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ৷ কিন্তু এই বিষয়ে কোনো প্ৰতিবাদ কৰা নাই পাকিস্তানে ৷ বৰং এক সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত
Read More...

ৰাম মন্দিৰৰ নিৰ্মাণ আৰম্ভ : ৩৬-৪০ মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ আশা

দৈনন্দিন বাৰ্তা ডেস্ক : শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সদস্যসকলে বৃহস্পতিবাৰে নতুন দিল্লীত মিলিত হৈ অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ সন্দৰ্ভত আলোচনা কৰে ৷ সভাৰ পাচত শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ তৰফৰ পৰা কয় যে অযোধ্যাত ৰাম
Read More...