Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

হোজাইৰ ডবকাত অৱ্যাহত আছে চোৰাং গৰুৰ বেহা

ডবকা : ৰাজ্যৰ আন আন প্ৰান্তৰ সমান্তৰালকৈ হোজাই জিলাতো অৱ্যাহত আছে গৰুৰ চোৰাং বেহা৷ বৃহস্পতিবাৰে নিশা ডবকাৰ পৰা কাছাৰলৈ চোৰাংভাবে সৰবৰাহ কৰোতে ২০ টা গৰুসহ এখন বাৰচকীয়া ট্ৰাক জব্দ কৰে৷ জব্দ কৰা গৰু ভৰ্তি ট্ৰাকখনৰ নম্বৰৰ হ'ল AS11CC 8056 ৷
Read More...

অসম আৰু অসমীয়া জাতি ৰক্ষাৰ স্বাৰ্থত সকলোকে এক হ’বলৈ আহ্বান

জামুগুৰিহাট : তেজ দিম, কিন্তু মাটি নিদিওঁ। অসমীয়া জাতি ৰক্ষাৰ স্বাৰ্থত সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে আমি যুজঁ দি যাম৷ অংগীকাৰ কৰিছোঁ যে আমাৰ অধিকাৰৰ বিৰুদ্ধে গৈ সন্দেহজনক নাগৰিকে চকীঘাটত যি ঘৃণনীয় কাণ্ড সংঘটিত কৰিলে তাৰ উচিত জবাব দিয়া হ'ব৷
Read More...

আজি ত্যাগ আৰু ভাতৃত্ববোধৰ উত্‍সৱ ঈদ- উজ-জোহা, নহয় সমূহীয়া নামাজ

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ দেশত কোৰোণাৰ মহামাৰীৰ সংহাৰ অব্যাহত আছে। কোৰোণাৰ ফলত অসমৰ লগতে দেশবাসীয়ে  বঞ্চিত হৈছে বিভিন্ন উত্‍সৱ উদযাপনৰ পৰা। আজি ইছলামধৰ্মী লোকসকলৰ ত্যাগ আৰু ভাতৃত্ববোধৰ পবিত্ৰ উত্‍সৱ ঈদ। কোৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য
Read More...

পঞ্জাৱত বিষাক্ত মদ পান কৰি ২১ জনৰ মৃত্যু

দৈনন্দিন বাৰ্তা ডেস্ক : পঞ্জাৱত বিষাক্ত মদ পান কৰি ২১ জন লোকৰ মৃত্যু হৈছে৷ অমৃতসৰত বুধবাৰে ৰাতি প্ৰথমে ৫জনৰ মৃত্যুৰ খবৰ আহিছিল৷ কিন্তু ইয়াৰ পাছত গুৰুদাসপুৰ আৰু তৰণ তাৰণ জিলাৰ পৰা বিষাক্ত মদ পান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা আহি আছে৷
Read More...

বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰী ডি. ৰামকৃষ্ণ ৰাওৰ প্ৰেছ বাৰ্তা ।…

যোৱা ছয় বছৰ ধৰি বিভিন্ন শিক্ষাবিদ, বুদ্ধিজীৱী, আলোচক, শৈক্ষিক নেতৃত্ব, প্ৰশাসক তথা শৈক্ষিক জগতৰ অন্যান্য শুভ চিন্তকৰ পৰামৰ্শ, ভৌগোলিক দৃষ্টিৰে প্ৰায় এক লাখ গাঁৱৰ সৈতে কৰা যোগাযোগ, অসংখ্য কৰ্মশালাৰ আয়োজন আৰু আলোচনা-বিলোচনাৰ পাছত বহু
Read More...

চীনা এপৰ পাছত ৰঙীন টিভি আমদানিত নিষেধাজ্ঞা ভাৰতৰ

দৈনন্দিন বাৰ্তা ডেস্ক : চীনৰ বিৰুদ্ধে পুনৰ পদক্ষেপ ল’লে ভাৰতে৷ ইয়াৰ আগতে ভাৰতে চীনৰ এপ নিষিদ্ধ কৰিছিল৷ এইবাৰ চীনৰ ৰঙীন টেলিভিছন আমদানিৰ ওপৰত বিধিনিষেধ আৰোপ কৰিলে ভাৰতে৷ ইয়াৰ লগে লগে চীনৰ ব্যৱসায়ৰ ওপৰত প্ৰভাৱ পৰাটো নিশ্চিত হৈ পৰিছে৷
Read More...

আইপিএল : আমিৰশ্বাহিত ক্ৰিকেটাৰে মানিব লগা নিয়ম প্ৰকাশ

দৈনন্দিন বাৰ্তা ডেস্ক : কেন্দ্ৰীয় চৰকাৰৰ চূড়ান্ত সিদ্ধান্ত দিবলৈ বাকী যদিও আসন্ন আইপিএলৰ বাবে সকলো কথাই হৈ গৈছে৷ সংযুক্ত আৰৱ আমিৰশ্বাহিত অহা ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এই মেগা টুৰ্ণামেণ্ট৷ ফাইনেল খেলখন ৮ বা ১০ ছেপ্টেম্বৰত হ’ব৷ দেওবাৰে
Read More...

লকডাউন : মদ নাপাই ছেনিটাইজাৰ পান কৰি মৃত্যু ৯

দৈনন্দিন বাৰ্তা ডেস্ক : লকডাউনৰ বাবে মদৰ দোকান বন্ধ৷ সেয়ে মদ্যপান কৰিবলৈ নাপায় এলকহলযুক্ত ছেনিটাইজাৰ পান কৰে৷ ফলত মৃত্যুৰ মুখত পৰে ৯জনকৈ লোক৷ উল্লেখ্য যে ক’ৰোনা সংক্ৰমণৰ বাবে অন্ধ্ৰপ্ৰদেশত যোৱা ১৮ জুলাইৰ পৰা লকডাউন ১৪ দিনৰ বাবে বঢ়াই
Read More...

সোণতলীৰ বৰঘোল আঞ্চলিক বাগান বজাৰ ক্লাৱৰ ঈদৰ সামগ্ৰী বিতৰণ

সোণতলী : সমগ্ৰ বিশ্বৰ লগতে অসমতো ১ আগষ্টত উদযাপন হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উৎসৱ ঈদ-উল-আজহা৷ কৰোনা আতংকৰ মাজতে প্ৰশাসনৰ নিৰ্দেশ অনুসৰি ৰাজ্যবাসীয়ে ঘৰতে সামাজিক দূৰত্ব বজাই ৰাখি ঈদৰ নামাজ আদায় কৰাৰ প্ৰস্তুতি সম্পন্ন কৰা দেখা
Read More...

আগষ্ট মাহত ছবিগৃহ খোলাৰ পৰিকল্পনা লগতে বলিউড ছবিৰ চিত্ৰগ্ৰহণ

✍ ভিকি শৰ্মা সমগ্ৰ বিশ্বতে ক'ৰোনাৰ ভয়ংকৰ ত্ৰাসৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ভিন্ন ক্ষেত্ৰত জড়িত ব্যক্তিৰ জীৱন জীৱিকা। সমান্তৰালকৈ অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ দৰে বলিউড উদ্যোগটিয়েও চৰকাৰে বান্ধি দিয়া ল'কডাউন তিনি মাহ ধৰি ঘৰতেই আৱদ্ধ হৈ থকাৰ
Read More...