মুখ্য-পৃষ্ঠা

Mamata Banerjee: ১৪৪ বছৰৰ পাছত মহাকুম্ভ হোৱা নাই: মহাকুম্ভৰ সন্দৰ্ভত মমতা বেনাৰ্জীৰ বিস্ফোৰক মন্তব্য !

প্ৰয়াগৰাজত আয়োজিত মহাকুম্ভ সন্দৰ্ভত বিতৰ্কিত বক্তব্য দিছে মমতা বেনাৰ্জীয়ে। ১৪৪ বছৰৰ পাছতো মহাকুম্ভৰ আয়োজন কৰা হোৱা নাই বুলি মন্তব্য কৰে টিএমচিৰ নেতাগৰাকীয়ে।(Mamata Banerjee)

Rice: বিৰিয়ানী, ভাত বা পুলাও বেছি নাখাব; বেছিকৈ চাউল খোৱাৰ ফলত হ’ব পাৰে স্বাস্থ্যৰ ক্ষতি !

আমাৰ মাজত এনে বহুত আছে যিয়ে ভাতৰ অবিহনে অন্য খাদ্য খোৱাৰ পৰিকল্পনা কৰিব নোৱাৰে। কিন্তু চাউল সীমিত পৰিমাণত খালে স্বাস্থ্যৰ বাবে উপকাৰী বুলি কোৱা হয়।(Rice)

Horoscope: আৰ্থিক বিষয়ত সাৱধান হ’ব মেষ ৰাশিৰ লোকসকল, বৃশ্চিক ৰাশিৰ লোকৰ লাভ হ’ব, আজিৰ ৰাশিফল ​​পঢ়ক

আজি ২৬ ফেব্ৰুৱাৰীত গ্ৰহবোৰৰ অৱস্থানত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিছে, যিয়ে নতুন আৰম্ভণি আৰু আত্মনিৰীক্ষণৰ ইংগিত দিছে। আপোনাৰ আজিৰ ৰাশিফল ​​পঢ়ক।(Horoscope)

Mahashivratri 2025: আজি মহাশিৱৰাত্ৰি, কেনেকৈ হ’ব পূজা চাৰি সময়ত, পূজাৰ শুভ সময় জানি লওক

মহাশিৱৰাত্ৰিৰ দিনা উপবাস, পূজা, ৰুদ্ৰ অভিষেক, মন্ত্ৰ জপ আৰু ৰাতি সজাগ হৈ থকাৰ বিশেষ গুৰুত্ব আছে।(Mahashivratri 2025)

Jhumoir Binandini: ঝুমইৰে ৰচিলে বিশ্ব অভিলেখ, সৰুসজাইত ৮ সহস্ৰাধিক যুৱক-যুৱতীৰ ঝুমইৰ নৃত্য প্ৰদৰ্শন

ঝুমইৰ নৃত্যৰে বিশ্ব অভিলেখ গঢ়িলে ৰাজ্য চৰকাৰে৷(Jhumoir Binandini)৮ সৰুসজাইত ৮ সহস্ৰাধিক যুৱক-যুৱতীয়ে পৰিৱেশন কৰিলে ঝুমইৰ নৃত্য।

Popular